• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৭০ বছৰীয়া শহুৰেকৰ প্ৰেমত বোৱাৰীয়েক! অৱশেষত বিবাহৰ সিদ্ধান্ত…

৭০ বছৰীয়া শহুৰেকৰ প্ৰেমত বোৱাৰীয়েক! অৱশেষত বিবাহৰ সিদ্ধান্ত…

3 years ago
কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

আজিৰে পৰা পুহ মাহ আৰম্ভ, অহা ৩০ দিনলৈ ভুলতো নকৰিব এই ৬ টা কাম

2 hours ago
কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

13 hours ago
অৱশেষত অধিবক্তা পালে জুবিন গাৰ্গৰ হ***ত্যাৰ অভিযোগত অভিযুক্তই, ৭ অভিযুক্তৰ হৈ ন্যায়ালয়ত যুঁজ দিব এইগৰাকী অধিবক্তাই

অৱশেষত অধিবক্তা পালে জুবিন গাৰ্গৰ হ***ত্যাৰ অভিযোগত অভিযুক্তই, ৭ অভিযুক্তৰ হৈ ন্যায়ালয়ত যুঁজ দিব এইগৰাকী অধিবক্তাই

13 hours ago
‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

14 hours ago
১০ কেজি ওজনৰ টিউমানৰ গুচাবলৈ গৈছিল, কিন্তু অপাৰেচন কৰিবলৈ গৈ চিকিৎসক হতভম্ব, লগতে ওলাল…

১০ কেজি ওজনৰ টিউমানৰ গুচাবলৈ গৈছিল, কিন্তু অপাৰেচন কৰিবলৈ গৈ চিকিৎসক হতভম্ব, লগতে ওলাল…

14 hours ago
বুধবাৰ ভগৱান গণেশৰ দিন, গণেশৰ খুবেই প্রিয় হয় এই ৩ ৰাশি, গণেশৰ কৃপাত অজস্ৰ সম্পত্তি গঢ়িব পাৰে

বুধবাৰ ভগৱান গণেশৰ দিন, গণেশৰ খুবেই প্রিয় হয় এই ৩ ৰাশি, গণেশৰ কৃপাত অজস্ৰ সম্পত্তি গঢ়িব পাৰে

14 hours ago
ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ বৃহৎ ঘোষণা- অলিম্পিক আয়োজন কৰাৰ দাবী উত্থাপন কৰিব ভাৰতে

ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ বৃহৎ ঘোষণা- অলিম্পিক আয়োজন কৰাৰ দাবী উত্থাপন কৰিব ভাৰতে

15 hours ago
২০২৬ আই পি এলৰ মহাৰণ, কোন খেলুৱৈ কোন দলত কিমান টকাত ক্ৰয়! সবিশেষ…

২০২৬ আই পি এলৰ মহাৰণ, কোন খেলুৱৈ কোন দলত কিমান টকাত ক্ৰয়! সবিশেষ…

16 hours ago
বুধ-শনিৰ কেন্দ্ৰ দৃষ্টি যোগ, মাহৰ শেষৰ পৰাই ৫ৰাশিৰ ‘আচ্ছে দিন’

বুধ-শনিৰ কেন্দ্ৰ দৃষ্টি যোগ, মাহৰ শেষৰ পৰাই ৫ৰাশিৰ ‘আচ্ছে দিন’

17 hours ago
ৰেকৰ্ড গঢ়ি ২৫ কোটি ২০ লাখত KKR য়ে ক্ৰয় কৰিলেও কেমৰণে পাব ১৩কোটিহে, বাকী ১২ কোটি ২০ লাখ ধন ক’লৈ যাব?

ৰেকৰ্ড গঢ়ি ২৫ কোটি ২০ লাখত KKR য়ে ক্ৰয় কৰিলেও কেমৰণে পাব ১৩কোটিহে, বাকী ১২ কোটি ২০ লাখ ধন ক’লৈ যাব?

17 hours ago
স্বাস্থ্য একেই আছে, এজনো অভিযুক্ত জে’লত ক্ষীণাই-শুকাই যোৱা নাই, প্ৰথম শুনানিত কান্দোনত ভাঙি পৰিল অমৃতপ্ৰভা, বাকীসকলে কি ক’লে?

স্বাস্থ্য একেই আছে, এজনো অভিযুক্ত জে’লত ক্ষীণাই-শুকাই যোৱা নাই, প্ৰথম শুনানিত কান্দোনত ভাঙি পৰিল অমৃতপ্ৰভা, বাকীসকলে কি ক’লে?

18 hours ago
আই পি এলৰ ইতিহাসত সকলোতকৈ দামী বিদেশী ক্ৰিকেটাৰ কেমৰণ গ্ৰীণ! ২৫ কোটি ২০ লাখত KKRয়ে ক্ৰয় কৰিলে কেমৰণক

আই পি এলৰ ইতিহাসত সকলোতকৈ দামী বিদেশী ক্ৰিকেটাৰ কেমৰণ গ্ৰীণ! ২৫ কোটি ২০ লাখত KKRয়ে ক্ৰয় কৰিলে কেমৰণক

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, December 17, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৭০ বছৰীয়া শহুৰেকৰ প্ৰেমত বোৱাৰীয়েক! অৱশেষত বিবাহৰ সিদ্ধান্ত…

editor by editor
January 27, 2023
in জীৱনশৈলী, ভাৰত
0
৭০ বছৰীয়া শহুৰেকৰ প্ৰেমত বোৱাৰীয়েক! অৱশেষত বিবাহৰ সিদ্ধান্ত…
1
SHARES
66.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ঘটনাটো গোৰখপুৰৰ। গোৰখপুৰ আৰক্ষীয়ে গোচৰ দেখা মাত্ৰকেই মূৰত হাত দিয়া অৱস্থা। গোৰখপুৰৰ এগৰাকী ৭০ বছৰীয়া বৃদ্ধৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে চুবুৰীয়া। ৭০ বছৰীয়া বৃদ্ধই ২৮ বছৰীয়া পূত্ৰবধুৰ সৈতে এটা মন্দিৰত গোপনে বিয়া কৰাই। বৰহলগঞ্জ কোতৱালী অঞ্চলৰ ছাপিয়া উমৰাও গাঁৱৰ বাসিন্দা ৭০ বছৰীয়া কৈলাশ যাদৱৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিবলৈ গৈ বিমোৰত আৰক্ষীও।

৭০ বছৰীয়া শহুৰেকৰ প্ৰেমত কেনেকৈ পৰিল বোৱাৰীয়েক?

কৈলাশ যাদৱে তেওঁৰ পুত্ৰবধু পূজাক মন্দিৰত বিয়া কৰোৱাৰ পাছতেই পোহৰলৈ সকলো ঘটনা। বিবাহৰ পাছতেই পৰিয়ালে গোচৰ তৰাৰ পাছতেই পূজাই কয় যে তেওঁ নিজ ইচ্ছাৰেই শহুৰেকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে। বৰ্তমান দুয়োৰে এখন সুখৰ সংসাৰ। কৈলাশ যাদৱ বৰহলগঞ্জ আৰক্ষী থানাৰ এজন চকীদাৰ। তেওঁৰ পত্নীৰ ১২ বছৰ পূৰ্বে মৃত্যু হৈছিল। কৈলাশৰ চাৰিটা সন্তানৰ তৃতীয়টো সন্তানৰ পত্নী আছিল পূজা। পূজাৰ স্বামী অৰ্থাৎ কৈলাশৰ তৃতীয় পূত্ৰৰ ইতিমধ্যে মৃত্যু হৈছে। ইয়াৰ পিছত, পূজাক অন্য এজন যুৱকলৈ বিয়াও দিয়া হৈছিল। কিন্তু বোৱাৰীয়েকে নতুন পৰিয়ালটোক ভাল নাপালে। বোৱাৰীয়েক পূজাই সেয় নতুন ঘৰ এৰি কৈলাশৰ সৈতে সংসাৰ আৰম্ভ কৰে।

সামাজিক বাধা আঁতৰাই একেলগে থকাৰ সিদ্ধান্ত

বয়সৰ লগতে সামাজিক বাধা আঁতৰাই তেওঁলোক দুয়োজনে ইজনে সিজনৰ সৈতে থাকিবলৈ সিদ্ধান্ত লৈছে। এই বিবাহ সমগ্ৰ অঞ্চলটোত আলোচনাৰ বিষয় হৈ পৰিছে। সামাজিক মাধ্যমতো দুয়োৰে বিবাহৰ ছবি ভাইৰেল হৈ পৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত
জীৱনশৈলী

আজিৰে পৰা পুহ মাহ আৰম্ভ, অহা ৩০ দিনলৈ ভুলতো নকৰিব এই ৬ টা কাম

December 17, 2025
কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত
জীৱনশৈলী

কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

December 16, 2025
অৱশেষত অধিবক্তা পালে জুবিন গাৰ্গৰ হ***ত্যাৰ অভিযোগত অভিযুক্তই, ৭ অভিযুক্তৰ হৈ ন্যায়ালয়ত যুঁজ দিব এইগৰাকী অধিবক্তাই
অসম

অৱশেষত অধিবক্তা পালে জুবিন গাৰ্গৰ হ***ত্যাৰ অভিযোগত অভিযুক্তই, ৭ অভিযুক্তৰ হৈ ন্যায়ালয়ত যুঁজ দিব এইগৰাকী অধিবক্তাই

December 16, 2025
‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?
অসম

‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

December 16, 2025
Next Post
প্ৰধান শিক্ষকৰ খিচিৰি কেলেংকাৰী! ৰাইজৰ ৰোষত প্ৰধান শিক্ষক অনিল দাস…

প্ৰধান শিক্ষকৰ খিচিৰি কেলেংকাৰী! ৰাইজৰ ৰোষত প্ৰধান শিক্ষক অনিল দাস...

মোদী নে ৰাহুল, লোকসভা নিৰ্বাচনত কোন আগুৱাই থাকিব? সমীক্ষাত প্ৰকাশ হোৱা তথ্যক লৈ দেশজুৰি চৰ্চা…

মোদী নে ৰাহুল, লোকসভা নিৰ্বাচনত কোন আগুৱাই থাকিব? সমীক্ষাত প্ৰকাশ হোৱা তথ্যক লৈ দেশজুৰি চৰ্চা...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.