• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কুম্ভ ৰাশিত জাগ্ৰত হৈছে শনি! ৪ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

কুম্ভ ৰাশিত জাগ্ৰত হৈছে শনি! ৪ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

3 years ago
গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!

গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!

33 minutes ago
সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ

সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ

43 minutes ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

1 hour ago
টোপনিত ভোৰভোৰাই থকা, এয়া কোনো ৰোগৰ লক্ষণ নেকি?

টোপনিত ভোৰভোৰাই থকা, এয়া কোনো ৰোগৰ লক্ষণ নেকি?

2 hours ago
Image credit- AI

মহে কামুৰি ভাল পায় বিয়েৰ সেৱন কৰা লোকক! গৱেষণাত পোহৰলৈ আহিছে ডাঙৰ সত্য

2 hours ago
মাতৃত্বৰ অনন্য ৰূপ! ৬০ লিটাৰ মাতৃদুগ্ধ দান কৰি চৰ্চাত বেডমিণ্টন খেলুৱৈ জ্বালা গুট্টা

মাতৃত্বৰ অনন্য ৰূপ! ৬০ লিটাৰ মাতৃদুগ্ধ দান কৰি চৰ্চাত বেডমিণ্টন খেলুৱৈ জ্বালা গুট্টা

3 hours ago
চেলিব্ৰেটিৰ দৰে কেনেকৈ আকৰ্ষণীয় দেখাব? আজিয়েই শিকক এই ষ্টাইলিং টিপছ

চেলিব্ৰেটিৰ দৰে কেনেকৈ আকৰ্ষণীয় দেখাব? আজিয়েই শিকক এই ষ্টাইলিং টিপছ

4 hours ago
ফ্ৰীজৰ ভিতৰত পলিথিন বেগেৰে বান্ধি পাচলি ৰাখে নেকি? মাতিছে ভয়ংকৰ বিপদ!

ফ্ৰীজৰ ভিতৰত পলিথিন বেগেৰে বান্ধি পাচলি ৰাখে নেকি? মাতিছে ভয়ংকৰ বিপদ!

5 hours ago
টোপনিৰ পৰিৱৰ্তে নিশা মোবাইল পিটিকি থাকে নেকি? ভয়ংকৰ বিপদত পৰিব আপুনি!

টোপনিৰ পৰিৱৰ্তে নিশা মোবাইল পিটিকি থাকে নেকি? ভয়ংকৰ বিপদত পৰিব আপুনি!

5 hours ago
খুশী Out জাহ্নৱী কাপুৰ In ! হঠাৎ অভিনয়ৰ মাজতে কি হ’ল দুই ভনীয়েকৰ?

খুশী Out জাহ্নৱী কাপুৰ In ! হঠাৎ অভিনয়ৰ মাজতে কি হ’ল দুই ভনীয়েকৰ?

6 hours ago
মহিলাই EV কিনিলে চৰকাৰে দিব ১ লাখ টকা! বাকীসকলৰ বাবেও আছে ভাল অফাৰ

মহিলাই EV কিনিলে চৰকাৰে দিব ১ লাখ টকা! বাকীসকলৰ বাবেও আছে ভাল অফাৰ

8 hours ago
গজলক্ষ্মী যোগত প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব ৫ৰাশিৰ, আগন্তুক সপ্তাহত সন্মান আৰু অৰ্থ বাঢ়িব কাৰ কাৰ?

গজলক্ষ্মী যোগত প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব ৫ৰাশিৰ, আগন্তুক সপ্তাহত সন্মান আৰু অৰ্থ বাঢ়িব কাৰ কাৰ?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কুম্ভ ৰাশিত জাগ্ৰত হৈছে শনি! ৪ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

editor by editor
September 13, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত
0
কুম্ভ ৰাশিত জাগ্ৰত হৈছে শনি! ৪ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি
0
SHARES
31.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অস্ত অৱস্থান বিচৰণ কৰি থকা শনি চলিত মাহতেই উদিত হৈছে। কোনো গ্ৰহ অস্ত গ’লে তাৰ শক্তি কমি থাকে। আকৌ উদিত হ’লেই জাগ্ৰত হৈ নিজৰ শক্তি উভতাই পায়। জ্যোতিষ শাস্ত্ৰ অনুসৰি কোনো গ্ৰহ যেতিয়া ১ৰ পৰা ১০ ডিগ্ৰীত থাকে তেতিয়া সেই অৱস্থাক জাগ্ৰত অৱস্থা বুলি কোৱা হয়। কুম্ভ ৰাশিত জাগি উঠাৰ পাছত শনিয়ে সমস্ত ১২ ৰাশিৰ জাতককেই প্ৰভাৱিত কৰি আছে। গণনা অনুসৰি শনিৰ জাগ্ৰত অৱস্থাই ৪ ৰাশিৰ জাতকৰ হাতলৈ আকস্মিক ধন লাভ আৰু ভাগ্যোদয়ৰ যোগ তৈয়াৰ কৰিব। শনিৰ আশীৰ্বাদ কোন কোন ৰাশিৰ জাতকে লাভ কৰিব?

মেষ ৰাশি
উদিত হোৱা শনিয়ে মেষ ৰাশিৰ জাতকৰ জীৱনত শুভ সময়ৰ সূচনা কৰিব। শনি আপোনাৰ কোষ্ঠীৰ কৰ্ম স্থানৰ অধিপতি। উদিত অৱস্থাত শনিয়ে লাভপ স্থানত অৱস্থান কৰিছে। এই সময়ত আপোনাৰ সমস্ত ইচ্ছা পূৰণ হ’ব। পদোন্নতিৰ সম্ভাৱনা আছে। পছন্দমতে কৰ্মস্থান বদলিও কৰিব পাৰে। মেষ ৰাশিৰ জাতকৰ সমস্ত কাম সম্পন্ন হ’ব। পুৰণা কোনো কামত সফলতা লাভ কৰিব। বেকাৰ সকলেও চাকৰি লাভৰ সম্ভাৱনা।

বৃষ ৰাশি
জাগ্ৰত অৱস্থাত শনিৰ বিচৰণে বৃষ ৰাশিৰ জাতকৰ বাবেও শুভ সময় কঢ়িয়াব। এই ৰাশিৰ অধিপতি শুক্ৰ আৰু শনিৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে। শনিৰ প্রভাৱতেই বৃষ ৰাশিৰ জাতকৰ সমস্ত কাম সম্পন্ন হ’ব। চাকৰীয়ালসকলৰ পদোন্নতিৰ যোগ। এই জাতকৰ ভাগ্যোদয় নিশ্চিত।

মিথুন ৰাশি
শনিৰ উদয় আৰু জাগ্ৰত অৱস্থাত কৰা বিচৰণে মিথুন ৰাশিৰ জাতকৰ বাবে শুভ প্ৰভাৱ পেলাব। এই ৰাশিৰ অধিপতি বুধৰ সৈতে শনিৰ বন্ধুত্ব আছে। আনহাতে আপোনাৰ কোষ্ঠীত ভাগ্য স্থানত শনিয়ে বিচৰণ কৰিব। এই স্থানত আহি শনি শক্তিশালী হৈ উঠে। এই সময়ত আপোনাৰ ভাগ্য চমকি উঠিব। সমস্ত ইচ্ছা পূৰণ হ’ব। আকৌ কোনো যাত্ৰা আৰম্ভ কৰিলে এই যাত্ৰাত সফলতা লাভ কৰিব। মিথুন ৰাশিৰ ছাত্ৰ-ছাত্ৰীসকলে বিদেশত গৈ পঢ়াশুনা কৰাৰ সপোন থাকিলে সেই সপোন পূৰ্ণ হ’ব।

তুলা ৰাশি
শনিৰ জাগ্ৰত দশাই তুলা ৰাশিৰ ভাগ্য উন্নীত কৰিব। শনিয়ে তুলা ৰাশিৰ কোষ্ঠীত ত্ৰিকোণ ৰাজযোগ তৈয়াৰ কৰিব। সুখ-সাধনাৰ অধিপতি হিচাপে পঞ্চম স্থানত বিৰাজ কৰে শনিয়ে। এই সময়ত সম্পত্তি আৰু গাড়ী লাভ কৰিব তুলা ৰাশিৰ জাতকে। আকস্মিক ধন লাভৰ সম্ভাৱনা আছে। মেডিকেল, গৱেষণা আৰু বৈজ্ঞানিক ক্ষেত্ৰৰ সৈতে জড়িত জাতকে সফলতা লাভ কৰিব। আপোনাৰ মান-সন্মান আৰু প্ৰতিষ্ঠা বাঢ়িব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ
ভাৰত

সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ

May 16, 2026
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!
জীৱনশৈলী

ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

May 16, 2026
টোপনিত ভোৰভোৰাই থকা, এয়া কোনো ৰোগৰ লক্ষণ নেকি?
জীৱনশৈলী

টোপনিত ভোৰভোৰাই থকা, এয়া কোনো ৰোগৰ লক্ষণ নেকি?

May 16, 2026
Image credit- AI
জীৱনশৈলী

মহে কামুৰি ভাল পায় বিয়েৰ সেৱন কৰা লোকক! গৱেষণাত পোহৰলৈ আহিছে ডাঙৰ সত্য

May 16, 2026
Next Post
নতুন কনটেণ্টমেণ্ট জ’ন ঘোষণা! নিপা’ ভাইৰাছৰ বাংলাদেশী ভেৰিয়েণ্টক লৈ মুখ খুলিলে কেৰালাৰ স্বাস্থ্যমন্ত্ৰীয়ে

নতুন কনটেণ্টমেণ্ট জ’ন ঘোষণা! নিপা’ ভাইৰাছৰ বাংলাদেশী ভেৰিয়েণ্টক লৈ মুখ খুলিলে কেৰালাৰ স্বাস্থ্যমন্ত্ৰীয়ে

প্ৰতি বছৰে ১৭ তাৰিখে বিশ্বকৰ্মা পূজা পালিত হয়! এইবাৰ বিশ্বকৰ্মা পূজা ১৮ তাৰিখে কিয় পালিত হ’ব?

প্ৰতি বছৰে ১৭ তাৰিখে বিশ্বকৰ্মা পূজা পালিত হয়! এইবাৰ বিশ্বকৰ্মা পূজা ১৮ তাৰিখে কিয় পালিত হ’ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.