• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন কনটেণ্টমেণ্ট জ’ন ঘোষণা! নিপা’ ভাইৰাছৰ বাংলাদেশী ভেৰিয়েণ্টক লৈ মুখ খুলিলে কেৰালাৰ স্বাস্থ্যমন্ত্ৰীয়ে

নতুন কনটেণ্টমেণ্ট জ’ন ঘোষণা! নিপা’ ভাইৰাছৰ বাংলাদেশী ভেৰিয়েণ্টক লৈ মুখ খুলিলে কেৰালাৰ স্বাস্থ্যমন্ত্ৰীয়ে

3 years ago
গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!

গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!

33 minutes ago
সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ

সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ

43 minutes ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

1 hour ago
টোপনিত ভোৰভোৰাই থকা, এয়া কোনো ৰোগৰ লক্ষণ নেকি?

টোপনিত ভোৰভোৰাই থকা, এয়া কোনো ৰোগৰ লক্ষণ নেকি?

2 hours ago
Image credit- AI

মহে কামুৰি ভাল পায় বিয়েৰ সেৱন কৰা লোকক! গৱেষণাত পোহৰলৈ আহিছে ডাঙৰ সত্য

2 hours ago
মাতৃত্বৰ অনন্য ৰূপ! ৬০ লিটাৰ মাতৃদুগ্ধ দান কৰি চৰ্চাত বেডমিণ্টন খেলুৱৈ জ্বালা গুট্টা

মাতৃত্বৰ অনন্য ৰূপ! ৬০ লিটাৰ মাতৃদুগ্ধ দান কৰি চৰ্চাত বেডমিণ্টন খেলুৱৈ জ্বালা গুট্টা

3 hours ago
চেলিব্ৰেটিৰ দৰে কেনেকৈ আকৰ্ষণীয় দেখাব? আজিয়েই শিকক এই ষ্টাইলিং টিপছ

চেলিব্ৰেটিৰ দৰে কেনেকৈ আকৰ্ষণীয় দেখাব? আজিয়েই শিকক এই ষ্টাইলিং টিপছ

4 hours ago
ফ্ৰীজৰ ভিতৰত পলিথিন বেগেৰে বান্ধি পাচলি ৰাখে নেকি? মাতিছে ভয়ংকৰ বিপদ!

ফ্ৰীজৰ ভিতৰত পলিথিন বেগেৰে বান্ধি পাচলি ৰাখে নেকি? মাতিছে ভয়ংকৰ বিপদ!

5 hours ago
টোপনিৰ পৰিৱৰ্তে নিশা মোবাইল পিটিকি থাকে নেকি? ভয়ংকৰ বিপদত পৰিব আপুনি!

টোপনিৰ পৰিৱৰ্তে নিশা মোবাইল পিটিকি থাকে নেকি? ভয়ংকৰ বিপদত পৰিব আপুনি!

5 hours ago
খুশী Out জাহ্নৱী কাপুৰ In ! হঠাৎ অভিনয়ৰ মাজতে কি হ’ল দুই ভনীয়েকৰ?

খুশী Out জাহ্নৱী কাপুৰ In ! হঠাৎ অভিনয়ৰ মাজতে কি হ’ল দুই ভনীয়েকৰ?

6 hours ago
মহিলাই EV কিনিলে চৰকাৰে দিব ১ লাখ টকা! বাকীসকলৰ বাবেও আছে ভাল অফাৰ

মহিলাই EV কিনিলে চৰকাৰে দিব ১ লাখ টকা! বাকীসকলৰ বাবেও আছে ভাল অফাৰ

8 hours ago
গজলক্ষ্মী যোগত প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব ৫ৰাশিৰ, আগন্তুক সপ্তাহত সন্মান আৰু অৰ্থ বাঢ়িব কাৰ কাৰ?

গজলক্ষ্মী যোগত প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব ৫ৰাশিৰ, আগন্তুক সপ্তাহত সন্মান আৰু অৰ্থ বাঢ়িব কাৰ কাৰ?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

নতুন কনটেণ্টমেণ্ট জ’ন ঘোষণা! নিপা’ ভাইৰাছৰ বাংলাদেশী ভেৰিয়েণ্টক লৈ মুখ খুলিলে কেৰালাৰ স্বাস্থ্যমন্ত্ৰীয়ে

editor by editor
September 13, 2023
in ভাৰত, স্বাস্থ্য
0
নতুন কনটেণ্টমেণ্ট জ’ন ঘোষণা! নিপা’ ভাইৰাছৰ বাংলাদেশী ভেৰিয়েণ্টক লৈ মুখ খুলিলে কেৰালাৰ স্বাস্থ্যমন্ত্ৰীয়ে
0
SHARES
395
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এতিয়াও কৰ’নাৰ কথাবোৰ পাহৰিব পৰা নাই দেশবাসীয়ে। তাৰমাজতেই এইবাৰ আন এটা ভাইৰাছৰ আতংকই কঁপাইছে দেশক। আকৌ লকডাউন সদৃশ পৰিবেশে বিৰাজ কৰিছে দেশত। নিপা’ ভাইৰাছৰ আতংকেই কঁপাইছে দেশবাসীক। কেৰালাত নিপা’ ভাইৰাছত প্ৰাণ গৈছে এজনৰ পাছত আনজন লোকৰ। বৰ্তমানলৈকে দুজন ব্যক্তিয়ে মৃত্যুক সাবটি লোৱা বুলি জনাইছে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডব্যই। ইতিমধ্যে নেশ্ব্যনেল ইনষ্টিটিউট অৱ ভাইৰোলজিৰ এটা টিমে কেৰালাত উপস্থিত হৈ ঘটনা জনতাক সজাগ কৰা কৰাৰ চেষ্টা চলাইছে।

কি কৈছে কেৰালা চৰকাৰে?
নিপা’ ভাইৰাছত লৈ কেৰালাৰ স্বাস্থ্যমন্ত্ৰী বীণা জৰ্জে কয়, ‘কেৰালাত যি নিপা ভাইৰাছ পোৱা গৈছে সেয়া বাংলাদেশী ভেৰিয়েণ্ট। এই ভাইৰাছ এজনৰ পৰা আনজনৰ শৰীৰলৈ সংক্ৰমিত হয়। এই ভাইৰাছত আক্ৰান্ত হ’লে মৃত্যু পৰ্যন্ত হ’ব পাৰে। কিন্তু কৰ’নাতকৈ এই ভাইৰাছ কম সংক্ৰামক।’

নেশ্ব্যনেল ইনষ্টিটিউট অৱ ভাইৰোলজি বা NIVয়েই নহয় কেৰালাৰ মহামাৰী বিশেষজ্ঞৰ এটা দলে চেন্নাইত ছাৰ্ভে কৰিছে বুলিও জনাইছে বীণা জৰ্জে। ইয়াৰোপৰি নিপা’ আক্ৰান্তসকলৰ চিকিৎসাৰ বাবে ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্ছ ‘মেনোক্লোনাল এণ্টিবডি’ প্ৰদান কৰিব চৰকাৰে। নিপা’ আক্ৰান্তসকলৰ সংস্পৰ্শত অহাসকলকো কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে চৰকাৰে। সংক্ৰমণ যাতে আৰু বৃদ্ধি নাপায় তাৰবাবে কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে চৰকাৰে। বৰ্তমানলৈকে কেৰালাৰ সাতখন গাওঁ পঞ্চায়ত আনআনটেৰি, মাৰুথনাকাৰা, তিৰুভাল্লুৰ, কুত্তিয়াদি, কায়কোডী, ভিল্লিয়াপল্লী আৰু কাবিলুমপাড়াক কনটেণ্টমেণ্ট জ’ন ঘোষণা কৰিছে কেৰালা চৰকাৰে।

সাধাৰণ মানুহক আতংকিত নহ’বলৈ আহ্বান
নিপা’ ভাইৰাছক লৈ অযথা আতংকিত হোৱাৰ বাবে কোনো কাৰণ নাই, কেৱল সতৰ্কতা অৱলম্বন কৰি চলক বুলিও জনাইছে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নৰ পক্ষৰ পৰা এই কথা জনোৱা হৈছে। যাৱতীয় পদক্ষেপো গ্ৰহণ কৰিছে প্রশাসনে। অযথা আতংকিত হোৱাৰ প্ৰয়োজন নাই।

নিপা’ ভাইৰাছৰ উপসৰ্গ
এই ভাইৰাছৰ পৰা জ্বৰ, শ্বাসকষ্ট, মূৰৰ বিষ, কফ, বমি বমি ভাৱে ক্ৰিয়া কৰে।
কেনেকৈ এই ৰোগ বিয়পি পৰে?
সাধাৰণতে বাদুলীয়ে খোৱা ফল খালেও নিপা’ ভাইৰাছ শৰীৰলৈ বিয়পে।

নিপা’ ভাইৰাছৰ চিকিৎসা কেনেকৈ কৰা হয়?
সাধাৰণতে নিপা’ ভাইৰাছৰ বাবে পৃথককৈ নিজা কোনো চিকিৎসা কৰাৰ প্ৰয়োজন নাই। উপসৰ্গৰ ওপৰত ভিত্তি কৰি নিপা ভাইৰাছৰ চিকিৎসা কৰা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24Best News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ
ভাৰত

সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ

May 16, 2026
ফ্ৰীজৰ ভিতৰত পলিথিন বেগেৰে বান্ধি পাচলি ৰাখে নেকি? মাতিছে ভয়ংকৰ বিপদ!
জীৱনশৈলী

ফ্ৰীজৰ ভিতৰত পলিথিন বেগেৰে বান্ধি পাচলি ৰাখে নেকি? মাতিছে ভয়ংকৰ বিপদ!

May 16, 2026
মহিলাই EV কিনিলে চৰকাৰে দিব ১ লাখ টকা! বাকীসকলৰ বাবেও আছে ভাল অফাৰ
জীৱনশৈলী

মহিলাই EV কিনিলে চৰকাৰে দিব ১ লাখ টকা! বাকীসকলৰ বাবেও আছে ভাল অফাৰ

May 16, 2026
সপোনত এই ৫সামগ্ৰী দেখা মানেই সুদিন আহিছে আপোনাৰ! জানি থওক ধনপ্ৰাপ্তিৰ গোপন সংকেত কি কি?
জীৱনশৈলী

সপোনত এই ৫সামগ্ৰী দেখা মানেই সুদিন আহিছে আপোনাৰ! জানি থওক ধনপ্ৰাপ্তিৰ গোপন সংকেত কি কি?

May 16, 2026
Next Post
প্ৰতি বছৰে ১৭ তাৰিখে বিশ্বকৰ্মা পূজা পালিত হয়! এইবাৰ বিশ্বকৰ্মা পূজা ১৮ তাৰিখে কিয় পালিত হ’ব?

প্ৰতি বছৰে ১৭ তাৰিখে বিশ্বকৰ্মা পূজা পালিত হয়! এইবাৰ বিশ্বকৰ্মা পূজা ১৮ তাৰিখে কিয় পালিত হ’ব?

চীনক ধাক্কা দিবলৈ ‘প্ৰতিদ্বন্দী’ আৰ্থিক কৰিডৰ নিৰ্মাণৰ পৰিকল্পনা ভাৰতৰ! সন্মতি দিলেও চীনে ৰাখিলে বিশেষ চৰ্ত

চীনক ধাক্কা দিবলৈ 'প্ৰতিদ্বন্দী’ আৰ্থিক কৰিডৰ নিৰ্মাণৰ পৰিকল্পনা ভাৰতৰ! সন্মতি দিলেও চীনে ৰাখিলে বিশেষ চৰ্ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.