• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিজ্ঞানীৰ দাবী! কয়লাৰ সলনি মানুহৰ মলেৰে উৎপাদিত হ’ব বিদ্যুত শক্তি

বিজ্ঞানীৰ দাবী! কয়লাৰ সলনি মানুহৰ মলেৰে উৎপাদিত হ’ব বিদ্যুত শক্তি

3 years ago
মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

11 hours ago
আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

11 hours ago
মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

12 hours ago
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

13 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

13 hours ago
ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

14 hours ago
কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

14 hours ago
গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

15 hours ago
স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

16 hours ago
ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

16 hours ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

17 hours ago
পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

বিজ্ঞানীৰ দাবী! কয়লাৰ সলনি মানুহৰ মলেৰে উৎপাদিত হ’ব বিদ্যুত শক্তি

editor by editor
October 3, 2022
in প্ৰযুক্তি, বিজ্ঞান, বিশ্ব, ভাৰত
0
বিজ্ঞানীৰ দাবী! কয়লাৰ সলনি মানুহৰ মলেৰে উৎপাদিত হ’ব বিদ্যুত শক্তি
0
SHARES
885
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ মানুহৰ মলৰ পৰাও বিদ্যুত শক্তি উৎপাদন কৰিব পাৰি? মল বুলিলেই নাক ঢাকো তেনেক্ষেত্ৰত মলক লৈ কি গৱেষণা কৰিছে বিজ্ঞানীয়ে? বহুসংখ্যকেই এই গৱেষণাক লৈ আচৰিত হৈছে। গৱেষণাগাৰত মানুহৰ মল আনি পৰীক্ষা কৰাটোও সম্ভৱনে?

মানুহৰ মল সাৰ হিচাপে ব্যৱহাৰ হয় সেই বিষয়ে আমি সকলোৱেই জ্ঞাত। কিন্তু এই বৰ্জিত পদাৰ্থ শক্তিৰ উৎস হিচাপে কেনেকৈ ব্যৱহাৰ হ’ব পাৰে? কিন্তু এই কথা সত্য প্ৰতিপন্ন কৰি দেখুওৱালে বিজ্ঞানীমহলে। কেৱল মানুহৰ মলেই নহয় কুকুৰা আৰু টাৰ্কী চৰাইৰ মলৰ পৰাও বিদ্যুত উৎপন্ন হ’ব পাৰে সেই কথা গৱেষণাত সত্য প্ৰমাণিত হৈছে। এই গৱেষণা চলাইছে বেন গুৰিয়ন ইউনিভাৰ্চিটিত এটা গৱেষক দলে। বিস্তাৰিতভাৱে এই পৰীক্ষা চলাবৰ বাবে গৱেষণাগাৰৰ লগত এটা শৌচাগাৰো সাজিছে বিজ্ঞানীৰ দলটোৱে।

বিজ্ঞানীৰ দলটোৱে প্ৰথম গৱেষণা আৰম্ভ কৰিছিল কুকুৰাৰ মলেৰে। কুকুৰাৰ মলত প্ৰচুৰ পৰিমানে কাৰ্বন আৰু নাইট্ৰজেন থাকে যি শক্তি উৎপাদনৰ বাবে অত্যন্ত জৰুৰী। কুকুৰাৰ মল পৰীক্ষাৰ পিছত বিজ্ঞানীকেইজনে মানুহৰ মলো গৱেষণাৰ বিষয় কৰি লয়। অটোক্লেভৰ জৰিয়তে মলখিনি শুকুৱাই তাত থকা জীৱাণুসমূহ মাৰি শুকান মলখিনি গুৰি কৰি লোৱা হয়। পাউডাৰত পৰিণত কৰি লোৱা মলখিনি পুনৰ পানীত ঘুটি লৈ ১৮০-২৪০ ডিগ্ৰী চেলছিয়াছলৈ তাপমাত্ৰা দিয়া হয়। বিজ্ঞানৰ ভাষাত ইয়াক HTC বা হাইড্ৰথাৰ্মেল কাৰ্বনজেশ্ব্যন বুলি কোৱা হয়। পানী থাকিলেও অক্সিজেনৰ অনুপস্থিতিতহে এই পৰীক্ষা কৰে বিজ্ঞানীৰ দলটোৱে। এই পৰীক্ষাত পানী আৰু পুৰি যোৱা জৈৱ অনু মিলি এটা বাদামী ৰঙৰ পদাৰ্থ উৎপন্ন হয় যাক বিজ্ঞানীসকলে নামকৰণ কৰিছে হাইড্ৰোচাৰ।

উল্লেখ্য যে এই হাইড্ৰোচাৰক কয়লাৰ দৰে ব্যৱহাৰ কৰিব পাৰি। কয়লা জ্বলাই যেনেকৈ শক্তি উৎপাদন কৰিব পাৰি তেনেকৈ হাইড্ৰোচাৰ জ্বলাই শক্তি উৎপাদন কৰিব পাৰি। কয়লা জ্বলাই বিদ্যুৎ প্ৰকল্প চলোৱাৰ দৰেকৈ হাইড্ৰোচাৰৰ জৰিয়তেও বিদ্যুত প্ৰকল্প চলাব পাৰি। বিজ্ঞানীয়ে গৱেষণাৰ অন্তত প্ৰকাশ কৰিছে যে হাইড্ৰোচাৰেৰে পৃথিৱীত বিদ্যুত উৎপাদনৰ বাবে ব্যৱহৃত কয়লাৰ পৰিমান ১০ শতাংশ হ’লেও কমাব পাৰি। পৃথিৱীৰ পৰা কমি অহা এইসমূহ অনৱীকৰণযুক্ত সামগ্ৰীৰ ব্যৱহাৰ কমোৱাত এইসমূহেই এদিন বিকল্প হৈ উঠিব বুলি প্ৰকাশ কৰিছে বিজ্ঞানীমহলে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?
প্ৰযুক্তি

আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

March 20, 2026
কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ
ভাৰত

কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

March 20, 2026
জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ
জীৱনশৈলী

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

March 20, 2026
প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?
জীৱনশৈলী

প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

March 20, 2026
Next Post
চৰম দায়িত্বহীনতা! খেল স্তব্ধ হোৱা ২৩ মিনিটক লৈ চলিছে দেশে দেশে চৰ্চা

চৰম দায়িত্বহীনতা! খেল স্তব্ধ হোৱা ২৩ মিনিটক লৈ চলিছে দেশে দেশে চৰ্চা

ACA-এ ক’লে, ‘সাপ ওলোৱা দৃশ্যটোতো Discovery, National geography-ত দেখুৱাব পৰা এটা দৃশ্য’…

ACA-এ ক’লে, ‘সাপ ওলোৱা দৃশ্যটোতো Discovery, National geography-ত দেখুৱাব পৰা এটা দৃশ্য’...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.