• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩ দিনৰ ভিতৰতেই সকলো পাকিস্তানীয়ে এৰিব লাগিব ভাৰত, ২৭ এপ্ৰিললৈহে বৈধ ভিছা

৩ দিনৰ ভিতৰতেই সকলো পাকিস্তানীয়ে এৰিব লাগিব ভাৰত, ২৭ এপ্ৰিললৈহে বৈধ ভিছা

1 year ago
বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

21 minutes ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

সন্তান সুখৰ পৰা বঞ্চিত? এইদৰে কৰক মাত্ৰ শিৱক আৰাধনা!

44 minutes ago
বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা

বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা

59 minutes ago
DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট

DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট

1 hour ago
দুজন যুৱকৰ শুক্ৰাণু! নিমিষাৰ পোষ্টমর্টেমত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

দুজন যুৱকৰ শুক্ৰাণু! নিমিষাৰ পোষ্টমর্টেমত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

2 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

২৭ ছেপ্তেম্বৰত ৩ ৰাশিৰ সলনি হ’ব ভাগ্য, লাভৰ লগতে আহিব নতুন সুযোগ!

2 hours ago
অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

3 hours ago
Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

4 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

কাইলৈ ভাগ্যৰ চকা ঘূৰিব, ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ!

6 hours ago
পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

6 hours ago
বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

9 hours ago
LIFT দিয়াৰ অজুহাতত অপকৰ্ম

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

৩ দিনৰ ভিতৰতেই সকলো পাকিস্তানীয়ে এৰিব লাগিব ভাৰত, ২৭ এপ্ৰিললৈহে বৈধ ভিছা

editor by editor
April 24, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
৩ দিনৰ ভিতৰতেই সকলো পাকিস্তানীয়ে এৰিব লাগিব ভাৰত, ২৭ এপ্ৰিললৈহে বৈধ ভিছা
0
SHARES
391
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৩ দিনৰ ভিতৰতেই সকলো পাকিস্তানীয়ে এৰিব লাগিব ভাৰত, ২৭ এপ্ৰিললৈহে বৈধ ভিছা

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে ৫টা বৃহৎ কূটনৈতিক ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰে এটা হ’ল ভাৰতৰ পৰা পাকিস্তানী নাগৰিকক ভিছাৰ ম্যাদ উকলি যোৱাৰ পিছত ঘূৰাই পঠোৱা। ভাৰতে কয় যে অহা ৩ দিনৰ ভিতৰত পাকিস্তানী নাগৰিকে ভাৰত এৰি যাব লাগে।

এই ভিছা ২৭ এপ্ৰিললৈকেহে বৈধ। লগতে ২৯ এপ্ৰিললৈকেহে পাকিস্তানী নাগৰিকৰ মেডিকেল ভিছা বৈধ কৰি দিয়া হৈছে। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে পাকিস্তানী নাগৰিকক ভাৰত এৰি যাবলৈ ৪৮ ঘণ্টীয়া সময়সীমা দিয়াৰ এদিন পিছতে বৃহস্পতিবাৰৰ পৰা এই চুবুৰীয়া দেশখনৰ বহু নাগৰিকে আটৰী-বাঘা সীমান্ত পথেৰে ঘৰলৈ উভতি যাবলৈ আৰম্ভ কৰিছে।

কেৱল ভিছাৰ সময় শেষ কৰাই নহয় ১৯৬০ চনৰ সিন্ধু জল সন্ধি স্থগিত কৰা আৰু আটাৰীৰ স্থল ট্ৰেনজিট পোষ্ট তৎকালীনভাৱে বন্ধ কৰাকে ধৰি কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে ভাৰত চৰকাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: India Pakistan RelationIndian GovtIndian VISAPahalgam Attack
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!
জীৱনশৈলী

বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

September 26, 2026
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক
জীৱনশৈলী

সন্তান সুখৰ পৰা বঞ্চিত? এইদৰে কৰক মাত্ৰ শিৱক আৰাধনা!

September 26, 2026
বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা
বাণিজ্য

বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা

September 26, 2026
DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট
বাণিজ্য

DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট

September 26, 2026
Next Post
মাথো এটা উইকেট ল’লেই মহাৰেকৰ্ড হ’ব বুমৰাহৰ, ভংগ হ’ব মালিংগাৰ ৰেকৰ্ড

মাথো এটা উইকেট ল'লেই মহাৰেকৰ্ড হ'ব বুমৰাহৰ, ভংগ হ'ব মালিংগাৰ ৰেকৰ্ড

‘মোদী চৰকাৰলৈ সম্পূৰ্ণ সমৰ্থন’- পেহেলগাম ঘটনাৰ বাবে এক শক্তিত পৰিণত মোদী-গান্ধী-ওৱেছী

'মোদী চৰকাৰলৈ সম্পূৰ্ণ সমৰ্থন'- পেহেলগাম ঘটনাৰ বাবে এক শক্তিত পৰিণত মোদী-গান্ধী-ওৱেছী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.