• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছেপ্টেম্বৰত ঘৰ সলনি কৰিব ৪ গ্ৰহই, অৰ্থ-সম্পদেৰে উপচি পৰিব ৩ ৰাশিৰ জীৱন

ছেপ্টেম্বৰত ঘৰ সলনি কৰিব ৪ গ্ৰহই, অৰ্থ-সম্পদেৰে উপচি পৰিব ৩ ৰাশিৰ জীৱন

7 months ago
দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

49 minutes ago
হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

1 hour ago
নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

2 hours ago
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

3 hours ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

3 hours ago
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

4 hours ago
ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

6 hours ago
আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

6 hours ago
বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

7 hours ago
প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

7 hours ago
মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

7 hours ago
২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ছেপ্টেম্বৰত ঘৰ সলনি কৰিব ৪ গ্ৰহই, অৰ্থ-সম্পদেৰে উপচি পৰিব ৩ ৰাশিৰ জীৱন

ছেপ্টেম্বৰত ঘৰ সলনি কৰিব ৪ গ্ৰহই, অৰ্থ-সম্পদেৰে উপচি পৰিব ৩ ৰাশিৰ জীৱন

editor by editor
August 20, 2025
in জীৱনশৈলী
0
ছেপ্টেম্বৰত ঘৰ সলনি কৰিব ৪ গ্ৰহই, অৰ্থ-সম্পদেৰে উপচি পৰিব ৩ ৰাশিৰ জীৱন
0
SHARES
3.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষত গ্ৰহৰ অৱস্থান সলনি বিশেষ গুৰুত্বপূৰ্ণ ঘটনা৷ কাৰণ যেতিয়াই কোনো গ্ৰহই এটা ৰাশি এৰি অন্য ৰাশিত প্ৰৱেশ কৰে তেতিয়াৰ পৰাই এই গোচৰৰ প্ৰভাৱ বিভিন্ন ৰাশিৰ জাতকৰ ওপৰত পৰে৷ ছেপ্টেম্বৰ মাহত একাধিক গ্ৰহই নিজৰ স্থান সলনি কৰিব৷ আগন্তুক মাহত যিসমূহ গ্ৰহৰ অৱস্থান পৰিবৰ্তন লক্ষ্য কৰা যাব সেইসমূহ হৈছে মঙল বুধ শুক্ৰ আৰু নক্ষত্ৰ সূৰ্য৷

ছেপ্টেম্বৰত কেতিয়া কোন গ্ৰহৰ গোচৰ?

আগন্তুৰ ১৩ ছেপ্টেম্বৰত তুলা ৰাশিত প্ৰৱেশ কৰিব মঙ্গলে৷ ইয়াৰোপৰি আগন্তুক মাহত দুবাৰকৈ নক্ষত্ৰ পৰিবৰ্তনো কৰিব ৰঙা গ্ৰহই৷ মঙ্গলৰ পাছত হব শুক্ৰৰ গোচৰ৷ ১৪ ছেপ্টেম্বৰত সিংহ ৰাশিত প্ৰৱেশ কৰিব শুক্ৰ৷ ঠিক তাৰপিছৰ দিনাই ১৫ ছেপ্টেম্বৰত কন্যা ৰাশিত প্ৰৱেশ কৰিব বুধে৷ ইয়াৰপাছতেই ১৭ ছেপ্টেম্বৰত সিংহ ৰাশি এৰি কন্যা ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই৷ বুধ আৰু সূৰ্যৰ মিলনত কন্যা ৰাশিত গঠিত হব বুধাদিত্য ৰাজযোগ৷ আগন্তুক মাহত বিভিন্ন গ্ৰহৰ গোচৰৰ ফলত ভাগ্য খুলিব তিনি ৰাশিৰ জাতকৰ৷

মেষ ৰাশি

মেষ ৰাশিৰ জাতক এই গ্ৰহ গোচৰৰ ফলত লাভাম্বিত হব৷ দীৰ্ঘদিন ধৰি ৰৈ থকা কাম এই মাহত সম্পন্ন হব৷ পৰিয়ালৰ সৈতেও ভাল সময় কটোৱাৰ সুযোগ পাব৷ আত্মবিশ্বাস বাঢ়িব আৰু কেৰিয়াৰত উন্নতি কৰিব পাৰিব৷

মিথুন ৰাশি

ছেপ্টেম্বৰ মাহ খুবেই ভালধৰণে পাৰ হব মিথুন ৰাশিৰ জাতকৰ৷ আগন্তুক মাহত আৰামেৰে দিন কটোৱাৰ সুযোগ পাব৷ আৰ্থিক লাভ হব৷ সমাজত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷ নতুন ঘৰ, দোকান বা বাহন কিনিব পাৰে৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ জাতকে ছেপ্টেম্বৰত খুবেই ভাল সময় কটাব৷ আগন্তুক মাহত একাধিক সূত্ৰৰ পৰা প্ৰচুৰ অৰ্থ আহিব৷ ৰাজনীতিৰ সৈতে যুক্তসকলৰ প্ৰভাৱ আৰু প্ৰতিপত্তি বাঢ়িব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক
জীৱনশৈলী

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

March 28, 2026
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক
জীৱনশৈলী

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

March 28, 2026
ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব
জীৱনশৈলী

ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

March 28, 2026
আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?
চিনেমা

আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

March 28, 2026
Next Post
ৰক্তচাপ কোনোপ্ৰকাৰেই নিয়ন্ত্ৰণ কৰিব পৰা নাই? ব্ৰেকফাষ্ট এইকেইবিধ খাদ্য গ্ৰহণ কৰি আছে নেকি?

ৰক্তচাপ কোনোপ্ৰকাৰেই নিয়ন্ত্ৰণ কৰিব পৰা নাই? ব্ৰেকফাষ্ট এইকেইবিধ খাদ্য গ্ৰহণ কৰি আছে নেকি?

আজি বছৰৰ দ্বিতীয় গুৰুপুষ্য যোগ, সন্ধিয়াৰ পূৰ্বেই মা লক্ষ্মী আহিব এই ৫ ৰাশিৰ ঘৰলৈ

আজি বছৰৰ দ্বিতীয় গুৰুপুষ্য যোগ, সন্ধিয়াৰ পূৰ্বেই মা লক্ষ্মী আহিব এই ৫ ৰাশিৰ ঘৰলৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.