• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অতিকে ভয়ংকৰ- ৭ বছৰে ধৰি এজনে কৰি আহিছিল এনে কাম, বৰ্ণনা শুনি শিয়ঁৰি উঠে আৰক্ষীয়ো, যাৱজ্জীৱন শাস্তি

1 year ago
‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

2 hours ago
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

এক পইছা উপাৰ্জনৰ চেষ্টা নাই…প্ৰাক্তন স্বামীক বেকাৰ আখ্যা দি কি কৈছে মেৰিকমে?

3 hours ago
কিডনিত পাথৰ হৈছে নেকি সহজে বুজাৰ উপায় কি? কি কি লক্ষণ দেখিলে সাৱধান হ’ব?

4 hours ago
উপাৰ্জনৰ বাবে প্ৰেমিকক অন্য পুৰুষৰ শয্যাসংগী হ’বলৈ বাধ্য কৰিছে প্ৰেমিকাই! আয় শুনিলে চকু কঁপালত উঠিব আপোনাৰ

5 hours ago
মাজ-আকাশত জু**ই! ১৯০গৰাকী যাত্ৰীসহিতে ছিংগাপুৰগামী এয়াৰ ইণ্ডিয়াৰ বিমান উভতিল দিল্লীলৈ

১২ লাখ বিনিয়োগত পাব ২.২৮ লাখ টকা নিশ্চিত সুদ! মাত্ৰ পাঁচ বছৰতেই পাব ১৪ লাখ টকা, জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

6 hours ago
ত্ৰিগ্ৰহী-ৰুচক ৰাজযোগত ৫ৰাশিৰ ওপৰত ধনৰ বৰষুণ, কাইলৈৰ পৰা আৰম্ভ হ’ব ভাল সময়

প্ৰভিডেণ্ট ফাণ্ডৰ পৰা ক্ৰিপ্টো মুদ্ৰাৰ কৰ ৰেহাইলৈ! আসন্ন বাজেটত দেশবাসীক কি কি উপহাৰ দিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?

8 hours ago
মহাশিৱৰাত্ৰিৰ পূৰ্বে এই ৬সপোন দেখিছে? গোপনে আপোনাক এই সংকেত পঠিয়াইছে মহাদেৱে

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই সূৰ্য-বৃহস্পতিৰ ষড়ষ্টক যোগ, নতুন চাকৰি, চকুতলগা উন্নতি ৫ৰাশিৰ

9 hours ago
অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট

  • About
  • Advertise
  • Careers
  • English Edition
Thursday, January 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অতিকে ভয়ংকৰ- ৭ বছৰে ধৰি এজনে কৰি আহিছিল এনে কাম, বৰ্ণনা শুনি শিয়ঁৰি উঠে আৰক্ষীয়ো, যাৱজ্জীৱন শাস্তি

editor by editor
October 27, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
অতিকে ভয়ংকৰ- ৭ বছৰে ধৰি এজনে কৰি আহিছিল এনে কাম, বৰ্ণনা শুনি শিয়ঁৰি উঠে আৰক্ষীয়ো, যাৱজ্জীৱন শাস্তি
0
SHARES
349
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অতিকে ভয়ংকৰ- ৭ বছৰে ধৰি এজনে কৰি আহিছিল এনে কাম, বৰ্ণনা শুনি শিয়ঁৰি উঠে আৰক্ষীয়ো, যাৱজ্জীৱন শাস্তি

এক অতিকে ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে। এজন চিৰিয়েল কিলাৰৰ হত্যাৰ বৰ্ণনা শুনি আৰচিত হৈ পৰিছে আৰক্ষীয়ো। চিৰিয়েল কিলাৰে বিগত ৭ বছৰে ধৰি এগৰাকী দুগৰাকী নহয়, মুঠ ১৫ গৰাকীকৈ কন কন শিশু অপহৰণ কৰি নি ধৰ্ষণ কৰি হত্যা কৰে।

এই শিশু সকলৰ বয়স কাৰোবাৰ যদি তিনিবছৰ, কাৰোবাৰ ছয় বছৰ। চিৰিয়েল কিলাৰে এখন ৰাজ্যতে ইমানবোৰ ঘটনা সংঘটিত কৰা নাছিল।

বিগত কেইবছৰমানৰ পৰা পাষণ্ডই বিভিন্ন ৰাজ্য ভ্ৰমণ কৰি এই ১৫ টা কৈ নৃশংস হত্যাকাণ্ড সংঘটিত কৰিছিল। ইতিমধ্যে সেই চিৰিয়েল কিলাৰ পাষণ্ডক গ্ৰেপ্তাৰ কৰা হৈছে , লগতে আদালতৰ পৰা শাস্তিও পাইছে। আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে অপৰাধীক।

সমগ্ৰ ভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি ছিৰিয়েল কিলাৰৰ নাম সুনীল। উত্তৰ প্ৰদেশৰ গুঞ্জৰৰ বাসিন্দা সুনীল। প্ৰথমবাৰৰ বাবে ২০১৭ চনত গুৰুগ্ৰামৰ চিভিল লাইন অঞ্চলত এটি ছয় বছৰীয়া নাবালিকাক অপহৰণ কৰি ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছিল।

আৰক্ষীৰ তথ্য অনুসৰি ২০১৭ চনৰ জানুৱাৰী মাহত মন্দিৰত প্ৰসাদ খাই থকা অৱস্থাত নিৰুদ্দেশ হৈছিল এগৰাকী ছবছৰীয়া কনমানি। প্ৰায় তিনি সপ্তাহৰ পিছত আৰক্ষীয়ে সেই কনমানিৰ মৃতদেহ উদ্ধাৰ কৰিছিল।

শুকুৰবাৰে গুৰুগ্ৰামত এই ঘটনাৰ শুনানি গ্ৰহণ কৰি আদালতে সুনীলক যাৱজ্জীৱন কাৰাদণ্ড বিহে আৰু ২.৫ লাখ টকাৰ জৰিমনা বিহে।

২০১৮ চনৰ নৱেম্বৰ মাহত হে প্ৰথমবাৰৰ বাবে গুৰুগ্ৰামত তিনি বছৰীয়া এটি শিশুক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল সুনীল।

আৰক্ষীৰ জেৰাৰ সময়ত সুনীলে স্বীকাৰ কৰিছিল ভয়ংকৰ তথ্য, বিগত ৭ বছৰত কমেও ১৫ গৰাকী কনমানিক ধৰ্ষণ কৰি হত্যা কৰিছিল। এই সকলো ঘটনা দিল্লী, গুৰুগ্ৰাম, গ্ৱালিয়ৰ, ঝান্সী আদি ঠাইত সংঘটিত কৰিছিল।

সাধাৰণতে ধৰ্মীয় অনুষ্ঠানৰ সময়ত মানুবৰ ভিৰৰ সুযোগ লৈ কন কন শিশুক লক্ষ্য কৰি লৈছিল সুনীলে, আৰু তাৰ পৰাই অপহৰণ কৰি নি ধৰ্ষণ কৰি হত্যা কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: CRIMEdelhi policeIndian Crimeserial killer
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?
জীৱনশৈলী

January 15, 2026
এক পইছা উপাৰ্জনৰ চেষ্টা নাই…প্ৰাক্তন স্বামীক বেকাৰ আখ্যা দি কি কৈছে মেৰিকমে?
জীৱনশৈলী

এক পইছা উপাৰ্জনৰ চেষ্টা নাই…প্ৰাক্তন স্বামীক বেকাৰ আখ্যা দি কি কৈছে মেৰিকমে?

January 15, 2026
কিডনিত পাথৰ হৈছে নেকি সহজে বুজাৰ উপায় কি? কি কি লক্ষণ দেখিলে সাৱধান হ’ব?
জীৱনশৈলী

কিডনিত পাথৰ হৈছে নেকি সহজে বুজাৰ উপায় কি? কি কি লক্ষণ দেখিলে সাৱধান হ’ব?

January 15, 2026
উপাৰ্জনৰ বাবে প্ৰেমিকক অন্য পুৰুষৰ শয্যাসংগী হ’বলৈ বাধ্য কৰিছে প্ৰেমিকাই! আয় শুনিলে চকু কঁপালত উঠিব আপোনাৰ
বিবিধ

Next Post
ভাৰত-নিউজিলেণ্ডৰ খেলত চমৎকাৰ কৰি দেখুৱালে ৰাধাই, উৰি গৈ ধৰিলে বল

চিনি পাইনে এইজন বিগ-বছ বিজেতাক, বহু বছৰ সন্ধানহীন হৈ থাকি এতিয়া ধাবা খুলি ব্যৱসায়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন