• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যৌন সম্পৰ্কৰ সন্তুষ্টি বয়সৰ ওপৰত নিৰ্ভৰশীল নেকি? গৱেষণাই কি কয়…

যৌন সম্পৰ্কৰ সন্তুষ্টি বয়সৰ ওপৰত নিৰ্ভৰশীল নেকি? গৱেষণাই কি কয়…

3 years ago
DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

3 hours ago
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

4 hours ago
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

4 hours ago
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

5 hours ago
কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

6 hours ago
নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

6 hours ago
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

7 hours ago
অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

7 hours ago
ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

8 hours ago
বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

9 hours ago
ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

9 hours ago
Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

যৌন সম্পৰ্কৰ সন্তুষ্টি বয়সৰ ওপৰত নিৰ্ভৰশীল নেকি? গৱেষণাই কি কয়…

editor by editor
March 26, 2023
in জীৱনশৈলী, স্বাস্থ্য
0
যৌন সম্পৰ্কৰ সন্তুষ্টি বয়সৰ ওপৰত নিৰ্ভৰশীল নেকি? গৱেষণাই কি কয়…
0
SHARES
27.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ যৌনতা তথা যৌন জীৱনক লৈ অধ্যয়ন আৰু গৱেষণাৰ অন্ত নাই৷ মানুহৰ যৌনতাৰ উপভোগ তথা সন্তুষ্টি সম্পৰ্কীয় অধ্যয়ন আৰু গৱেষণা প্ৰত্যেক দিনেই চলি আছে৷ বহুতেই বহুধৰণে মতামতো দাঙি ধৰিছে৷ অৱশ্যে এই গৱেষণাসমূহৰ প্ৰায়সংখ্যকেই সত্যও প্ৰমাণিত হৈছে৷ মানুহৰ বয়স অনুসাৰে যৌন সম্পৰ্কৰ সন্তুষ্টিৰ তাৰতম্য ঘটে নেকি? এই বিষয়টোক লৈ একাংশ চিকিৎসকে চলোৱা গৱেষণাত পাইছে কেইবাটাও তথ্য৷

গৱেষণাত যৌন সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত বয়স অনুসাৰে সন্তুষ্টিৰ তাৰতম্য ঘটে৷ অৰ্থাৎ বয়সভেদে যৌন সন্তুষ্টিৰ তাৰতম্য ঘটাতো এক স্বাভাৱিক প্ৰক্ৰিয়া৷ চিকিৎসকে প্ৰকাশ কৰামতে, ডেকা বসয়তেই যৌন সম্পৰ্ক অধিক উপভোগ্য হৈ উঠে সেয়া কিন্তু সম্পূৰ্ণ সঁচা নহয়৷ কিন্তু বয়সৰ সৈতে কিছু পাৰ্থক্য নথকা নহয়৷ কাৰণ বয়সৰ লগে লগে মেজাজ, টেনচন, স্বাস্থ্যৰ অৱস্থা সকলো সলনি হৈ যায়। কিমান বছৰৰ পৰা কিমান বছৰলৈ স্বাস্থ্যত পৰিবৰ্তন আহে?

২০ বছৰ
এই বয়স জীৱনৰ অন্যতম শ্ৰেষ্ঠ সময়। এই পৰ্যায়ত একোজন ব্যক্তিৰ বেছি মানসিক চাপ নাথাকে। অধিক উত্তেজনাও থাকে। নতুন নতুন বিষয় জানিবলৈ আগ্ৰহ কৰাৰ লগতে এক তীব্ৰ যৌন আকাংক্ষাও এই বয়সত থাকে। ফলস্বৰূপে এই বয়সত যৌনতাত অধিক জীপাল হোৱাৰ লগতে সজীৱতা থাকে।

৩০ বছৰ
এই বয়সত বহুতে নিজকে জীৱনৰ লগত খাপ খুৱাবলৈ আৰম্ভ কৰে। প্ৰেম, বিশ্বাস ইত্যাদিকলৈ চিৰিয়াছ হ’বলৈ আৰম্ভ কৰে৷ তেনে বয়সৰ ব্যক্তিয়ে বিশ্বাস আৰু প্ৰেমৰ ওপৰত ভিত্তি কৰি শাৰীৰিক সম্পৰ্ক স্থাপন কৰে৷

৪০ বছৰ
গৱেষণাৰ পৰা দেখা গৈছে যে ৩০ বছৰ বয়সৰ পিছত যৌন আনন্দ সৰ্বোত্তমভাৱে অনুভৱ কৰিব পাৰি। কাৰণ দুয়োজনেই বহুদিনৰ পৰা ইজনে সিজনৰ ছাঁত থাকে। ইজনে সিজনক বহুত ভালদৰে চিনি পায়। সম্পৰ্ক গভীৰ হ’লেও ইমান দিন একেলগে থকাৰ অৰ্থ হ’ল অলপ হ’লেও তেওঁলোকে নিজকে বুজিবলৈ সক্ষম হৈছে। গতিকে জীৱনৰ এই পৰ্যায়ত শাৰীৰিক সম্পৰ্ক বহুত বেছি উপভোগ্য হয়।

৫০ বছৰ
৫০ বছৰ অতিক্ৰম কৰা সকলো মানুহৰে শাৰীৰিক আৰু মানসিক অৱস্থা একে নহয়। জীৱন সম্পৰ্কীয় স্বাভাৱিক চিন্তা কিছু কমি যায়। কিন্তু সম্পৰ্কৰ শাৰীৰিক প্ৰয়োজনীয়তা পূৰণৰ উপৰিও ভাল সুস্বাস্থ্য আৰু মানসিক স্বাস্থ্যৰ বাবেই এই সময়ছোৱাতো শাৰীৰিক সম্পৰ্ক বজাই ৰখাটো প্ৰয়োজনীয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!
জীৱনশৈলী

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

April 9, 2026
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল
জীৱনশৈলী

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

April 9, 2026
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

April 9, 2026
কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!
জীৱনশৈলী

কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

April 9, 2026
Next Post
এটা এটা পাঞ্চেই দিছে আত্মবিশ্বাসৰ উমান! জয়লাভ কৰিয়েই লাভলীনাই ক’লে, এই স্বৰ্ণ মোৰ খুবেই প্ৰয়োজন আছিল…

এটা এটা পাঞ্চেই দিছে আত্মবিশ্বাসৰ উমান! জয়লাভ কৰিয়েই লাভলীনাই ক’লে, এই স্বৰ্ণ মোৰ খুবেই প্ৰয়োজন আছিল...

পত্নীক গৰ্ভপাতৰ বাবে হেঁচা দিয়া ৰীয়েল লাইফৰ ভিলেইন দেৱাশীষ ৰীল লাইফৰো জনপ্ৰিয় এক্টৰ, দীপলিনাৰ গীতৰ প্ৰযোজনা কৰিবলৈ দেৱাশীষে ক’ত পাইছিল ইমান ধন?

পত্নীক গৰ্ভপাতৰ বাবে হেঁচা দিয়া ৰীয়েল লাইফৰ ভিলেইন দেৱাশীষ ৰীল লাইফৰো জনপ্ৰিয় এক্টৰ, দীপলিনাৰ গীতৰ প্ৰযোজনা কৰিবলৈ দেৱাশীষে ক’ত পাইছিল ইমান ধন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.