• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পিতৃয়ে বগৰাই বগৰাই পিটিলে ক্ৰিকেটাৰ শিখৰ ধৱনক, কিন্তু কিয়? চাওক ভিডিঅ’

পিতৃয়ে বগৰাই বগৰাই পিটিলে ক্ৰিকেটাৰ শিখৰ ধৱনক, কিন্তু কিয়? চাওক ভিডিঅ’

4 years ago
গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

2 hours ago
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

3 hours ago
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

3 hours ago
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

4 hours ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

5 hours ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

6 hours ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

7 hours ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

7 hours ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

7 hours ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

7 hours ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

8 hours ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

পিতৃয়ে বগৰাই বগৰাই পিটিলে ক্ৰিকেটাৰ শিখৰ ধৱনক, কিন্তু কিয়? চাওক ভিডিঅ’

editor by editor
May 27, 2022
in ক্ৰীড়া, ভাৰত
0
পিতৃয়ে বগৰাই বগৰাই পিটিলে ক্ৰিকেটাৰ শিখৰ ধৱনক, কিন্তু কিয়? চাওক ভিডিঅ’
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতীয় ক্ৰিকেট দলৰ নিৰ্ভৰযোগ্য অ’পেনাৰ শিখৰ ধৱনক তেওঁৰ পিতৃয়ে বগৰাই বগৰাই পিটিছে৷ ইতিমধ্য সেই ভিডিঅ’ সামাজিক মাধ্যমত বিয়পি পৰিছে৷

ইনষ্টাগ্ৰামত ভাইৰেল হোৱা ভিডিঅ’টো দেখা গৈছে কিছু লোকৰ সন্মুখতে পিতৃয়ে প্ৰথমে শিখৰক পূৰ্ণহতীয়া চৰ শোধাইছে৷ কেৱল এটা চৰ শোধাইয়ে পিতৃয়ে ক্ষান্ত হোৱা নাই৷ ইটোৰ পিছত সিটো চৰ শোধোৱাৰ পিছতে ক্ৰিকেটাৰ শিখৰ ধৱন মজিয়াত বাগৰি পৰিছে৷ অক্ষান্ত পিতৃয়ে মজিয়াত পৰি যোৱা পুত্ৰক প্ৰহাৰ কৰিয়ে আছে৷ আনকি ভৰিৰে গোৰ মাৰিছে পুত্ৰ শিখৰ ধৱনক৷

শিখৰ ধৱনক পিতৃৰ প্ৰহাৰৰ পৰা ৰক্ষা কৰিবলৈ ওচৰত থকা লোকসকলে চেষ্টা কৰি দেখা গৈছে৷ তেওঁলোকে পিতৃক ধৰি শান্ত কৰিবলৈ চেষ্টা কৰিলেও ক্ষান্ত হোৱা শিখৰ ধৱনৰ পিতৃ৷

লগতে পঢ়ক মিথ্যাচাৰী প্ৰধানমন্ত্ৰী বৰিছ জনচন : কিয় ক্ষমা খুজিলে ব্ৰিটিছ প্ৰধানমন্ত্ৰীয়ে?

এই ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে প্ৰায় ৯ লাখ লোকে দৰ্শন কৰিছে৷ বহুলোকে বিভিন্ন ধৰণৰ মন্তব্য প্ৰকাশ কৰা দেখা গৈছে৷

এতিয়া প্ৰশ্ন হ’ল ক্ৰিকেটাৰগৰাকীক পিতৃয়ে কিয় এই দৰে মাৰধৰ কৰিছে?

উল্লেখ্য যে শিখৰ ধৱনে পঞ্জাৱ কিংছ ইলিভেনৰ হৈ চলতি আইপিএলত অংশগ্ৰহণ কৰিছিল৷ কিন্তু তেওঁৰ দলে শোচনীয় প্ৰদৰ্শনৰ বাবে প্ৰতিযোগিতাৰ প্লে অফলৈ যোগ্যতা অৰ্জনত ব্যৰ্থ হয়৷

প্ৰতিযোগিতাত তেওঁৰ দলে প্লে অফলৈ যোগ্যতা অৰ্জন ব্যৰ্থ হোৱাত পিতৃ অসন্তুষ্ট৷ প্ৰতিযোগিতা সামৰি শিখৰ ধৱনে ঘৰলৈ আহি পিতৃৰ মুখামুখি হোৱাৰ লগে লগে পিতৃৰ এই আচৰণৰ সন্মুখীন হয়৷ আচলতে এয়া পিতৃৰ পুত্ৰৰ খেলৰ প্ৰতি থকা নিভাঁজ আৱেগৰ বৰ্হিপ্ৰকাশহে৷

লগতে পঢ়ক স্বেচ্ছামূলক যৌন কৰ্ম বৈধ : যৌনকৰ্মীৰ বিৰুদ্ধে পদক্ষেপ ল’ব নোৱাৰিব আৰক্ষীয়ে

পিতৃৰ অসন্তুষ্টিৰ সন্মুখীন হোৱা এই ভিডিঅ’টো শিখৰ ধৱনে নিজে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে৷ উল্লেখ্য যে শিখৰ ধৱন সামাজিক মাধ্যমত বিশেষভাৱে সক্ৰিয় আৰু তেওঁৰ জীৱন হাস্যৰসৰ মুহূৰ্তবোৰ অনুৰাগীৰ সৈতে প্ৰায়ে শ্বেয়াৰ কৰি আহিছে৷

পিতৃয়ে আৱগ আৰু মৰমতে তেওঁক প্ৰহাৰ কৰা এই আপুৰোগীয়া ভিডিঅ’টো  শিখৰ ধৱনে অনুৰাগীৰ  সৈতে শ্বেয়াৰ কৰাৰ লোভ সামৰিব নোৱাৰিলে৷

View this post on Instagram

A post shared by Shikhar Dhawan (@shikhardofficial)

শিখৰ ধৱনে ভিডিঅ’টো শ্বেয়াৰ কৰাৰ পিছতে প্ৰায় ৯ লাখ লোকে দৰ্শন কৰিছে আৰু অসংখ্য লোকে বিভিন্ন মন্তব্য প্ৰদান কৰা দেখা গৈছে৷  এই ভিডিঅ’টো চোৱাৰ পিছত শিখৰৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰাৰ পৰিৱৰ্তে অনুৰাগী সকলে হাঁহিত ফাটি পৰা দেখা গৈছে।

ইফালে শিখৰ ধৱনৰ দলটোৱে ২০২২ৰ আইপিএলৰ প্লে অফত প্ৰৱেশ কৰিব নোৱাৰিলেও, এই ছিজনটো তেওঁৰ ব্যক্তিগত প্ৰদৰ্শন সন্তোষজনক আছিল। তেওঁ ১৪ খন মেচত ১২২.৭৪ ষ্ট্ৰাইক ৰেটত মুঠ ৪৬০ ৰান সংগ্ৰহ কৰে, য’ত তেওঁৰ সৰ্বোচ্চ ব্যক্তিগত স্ক’ৰ আছিল নট আউট ৮৮ ৰাণ৷

প্ৰতিযোগিতাখনত শিখৰে ৪৭ টা ফ’ৰ আৰু ১২ টা ছিক্স কোবায়। আইপিএলৰ ১৫ সংখ্যক ছিজনত সৰ্বাধিক ৰাণ কৰা বেটছমেনৰ তালিকাত ছয় নম্বৰ স্থানত আছে ধৱন।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamShikhar Dhawan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?
বিনোদন

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

March 27, 2026
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!
বিনোদন

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

March 27, 2026
ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?
জীৱনশৈলী

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

March 27, 2026
এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন
জীৱনশৈলী

এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

March 27, 2026
Next Post
বিশ্বৰ কণিষ্ঠতম বিলিয়নাৰগৰাকী কোন? জানো আহক তেওঁ কোন?

বিশ্বৰ কণিষ্ঠতম বিলিয়নাৰগৰাকী কোন? জানো আহক তেওঁ কোন?

কুকুৰ বাবে ষ্টেডিয়ামক ব্যৱহাৰ IAS দম্পতীৰ, শাস্তিমূলক বদলি হ’ল লাডাখ-অৰুণাচললৈ

কুকুৰ বাবে ষ্টেডিয়ামক ব্যৱহাৰ IAS দম্পতীৰ, শাস্তিমূলক বদলি হ’ল লাডাখ-অৰুণাচললৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.