• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বৰ কণিষ্ঠতম বিলিয়নাৰগৰাকী কোন? জানো আহক তেওঁ কোন?

বিশ্বৰ কণিষ্ঠতম বিলিয়নাৰগৰাকী কোন? জানো আহক তেওঁ কোন?

4 years ago
ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

7 minutes ago
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

49 minutes ago
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

1 hour ago
‘হত শৈশৱ’

‘হত শৈশৱ’

3 hours ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

4 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

4 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

5 hours ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

7 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

7 hours ago
বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

7 hours ago
আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

8 hours ago
আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

বিশ্বৰ কণিষ্ঠতম বিলিয়নাৰগৰাকী কোন? জানো আহক তেওঁ কোন?

editor by editor
May 27, 2022
in প্ৰযুক্তি, বাণিজ্য, ভাৰত
0
বিশ্বৰ কণিষ্ঠতম বিলিয়নাৰগৰাকী কোন? জানো আহক তেওঁ কোন?
0
SHARES
153
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শেহতীয়াকৈ ফ’ৰ্বছ-এ প্ৰকাশ কৰা এক তালিকাত বিশ্বৰ আটাইতকৈ কণিষ্ঠ বিলিয়নাৰগৰাকী নাম প্ৰকাশ পাইছে৷ ফ’ৰ্বছ-এ প্ৰকাশ কৰা অনুসৰি বিশ্বৰ আটাইতকৈ কণিষ্ঠ বিলিয়নাৰগৰাকী হৈছে আলেকজেণ্ডাৰ ৱাং৷ এই বয়োকণিষ্ঠ বিলিয়নাৰগৰাকীৰ বৰ্তমান বয়স হৈছে মাত্ৰ ২৫ বছৰ৷

আলেকজেণ্ডাৰ ৱাঙে মাত্ৰ ১৯ বছৰ বয়সতে এমআইটি (মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজি)ৰ পৰা ডিগ্ৰী সম্পূৰ্ণ নকৰি ছফটৱেৰ কোম্পানী স্কেল এআইৰ প্ৰতিষ্ঠা কৰিছিল৷ এই প্ৰতিষ্ঠানটোৰ তেওঁ সহ-প্ৰতিষ্ঠাপক আছিল।

বৰ্তমান ৱাঙৰ প্ৰতিষ্ঠানে প্ৰায় ৩০০ টা কোম্পানীকেই নহয় আমেৰিকাৰ বায়ুসেনাক এআই এপ্লিকেচনৰ বাবে উচ্চমানৰ প্ৰশিক্ষণ ডাটা প্ৰদান কৰি আহিছে৷ যিটোৱে তেওঁলোকৰ প্ৰতিষ্ঠান ডাটা বাণিজ্য বিশ্বব্যাপী প্ৰসাৰ হোৱাৰ সম্ভাৱনা মুকলি কৰাত সহায় কৰিছে।

 

লগতে পঢ়ক মুকেশ আম্বানীৰ পৰা ছালিল পাৰিখলৈ, শীৰ্ষ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ দৰমহা কিমান?

ৱাং আছিল এজন গণিতৰ শিক্ষাৰ্থী, যিয়ে ৰাষ্ট্ৰীয় গণিত আৰু ক’ডিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। ফ’ৰ্বছৰ মতে ষষ্ঠ শ্ৰেণীত থাকোতেই ৱাঙে ডিজনী ৱৰ্ল্ডলৈ বিনামূলীয়া টিকট লাভ কৰাৰ উদ্দেশ্যে প্ৰথম ৰাষ্ট্ৰীয় গণিত প্ৰতিযোগিতাত নামভৰ্তি কৰিছিল৷ অৱশ্যে তেওঁ প্ৰতিযোগিতাখনত জয়ী নহ’লেও নিজ ৰাষ্ট্ৰখনক সন্মানিত কৰিছিল।

ফ’ৰ্বছৰ প্ৰতিবেদন অনুসৰি দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকাই প্ৰথমটো পাৰমাণৱিক বোমা নিৰ্মাণ কৰা গোপন স্থান নিউ মেক্সিকোৰ লছ আলামোছ নেচনেল লেবৰ ছাঁত আলেকজেণ্ডাৰ ৱাং ডাঙৰ-দীঘল হৈছিল। তেওঁৰ পিতৃ-মাতৃ আছিল পদাৰ্থবিজ্ঞানী যিয়ে সামৰিক বাহিনীৰ বাবে অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ প্ৰকল্পত কাম কৰি আহিছে।

ৱাঙে ১৭ বছৰ বয়সলৈকে প্ৰশ্নোত্তৰ ছাইট Quora ত পূৰ্ণকালীন ক’ডিঙৰ কাম কৰি আছিল আৰু তাতে তেওঁ স্কেলৰ সহ-প্ৰতিষ্ঠাপক লুচি গুওক লগ পাইছিল। তাৰ পিছত ৱাঙে ২০১৬ চনত স্কেল এ আই কোম্পানী আৰম্ভ কৰে।

 

লগতে পঢ়ক মিথ্যাচাৰী প্ৰধানমন্ত্ৰী বৰিছ জনচন : কিয় ক্ষমা খুজিলে ব্ৰিটিছ প্ৰধানমন্ত্ৰীয়ে?

টয়োটা ৰিচাৰ্চ ইনষ্টিটিউট, ওপেনএআইৰ পৰা লাইফ্টলৈকে ৱাঙে ৩০০ৰো অধিক কোম্পানীক প্ৰাথমিক তথ্য আহৰণ আৰু সংৰক্ষণত ৱাঙে সহায় কৰি আহিছে।

তেওঁ কেনেকৈ এজন বিলিয়নাৰ হৈ পৰিল?

ফ’ৰ্বছৰ মতে যোৱা বছৰ ৩২৫ মিলিয়ন ডলাৰৰ পুঁজিৰে ৱাঙৰ কোম্পানী স্কেল এআইৰ প্ৰায় ১০ কোটি ৰাজহ আহৰণ কৰিবলৈ সক্ষম হয় যাৰ মূল্য আছিল প্ৰায় ৭.৩ বিলিয়ন মাৰ্কিন ডলাৰ৷

ফৰ্বছৰ মতে ৱাঙৰ কোম্পানীত ১৫% অংশীদাৰিত্বৰ মূল্য ১ বিলিয়ন ডলাৰ বুলি অনুমান কৰা হৈছে, যাৰ ফলত তেওঁ বিশ্বৰ আটাইতকৈ কম বয়সীয়া বিলিয়নাৰ হিচাপে পৰিগণিত হৈছে।

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Alexandr Wangasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamForbes'MITScale AIYoungest Self-made Billionaire 1 min read 316 Shares
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত
সমীক্ষণ (আলোচনী)

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

September 27, 2026
আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক
অসম

আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

September 27, 2026
ফেণ্টাচী আৰু ছুপাৰনেচাৰেল একচনৰ সংমিশ্ৰণৰে- The Vvaan
বিনোদন

ফেণ্টাচী আৰু ছুপাৰনেচাৰেল একচনৰ সংমিশ্ৰণৰে- The Vvaan

September 27, 2026
দলবদ্ধ ধ*ৰ্ষণ গোচৰ: ‘মোৰ পুত্ৰক চৰম শাস্তি দিয়ক’
অপৰাধ

দলবদ্ধ ধ*ৰ্ষণ গোচৰ: ‘মোৰ পুত্ৰক চৰম শাস্তি দিয়ক’

September 27, 2026
Next Post
কুকুৰ বাবে ষ্টেডিয়ামক ব্যৱহাৰ IAS দম্পতীৰ, শাস্তিমূলক বদলি হ’ল লাডাখ-অৰুণাচললৈ

কুকুৰ বাবে ষ্টেডিয়ামক ব্যৱহাৰ IAS দম্পতীৰ, শাস্তিমূলক বদলি হ’ল লাডাখ-অৰুণাচললৈ

ৰণত পৰিল NCB! ড্ৰাগছ কাণ্ডৰ পৰা বৃহৎ সকাহ আৰিয়ান খানৰ!

ৰণত পৰিল NCB! ড্ৰাগছ কাণ্ডৰ পৰা বৃহৎ সকাহ আৰিয়ান খানৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.