• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰণত পৰিল NCB! ড্ৰাগছ কাণ্ডৰ পৰা বৃহৎ সকাহ আৰিয়ান খানৰ!

ৰণত পৰিল NCB! ড্ৰাগছ কাণ্ডৰ পৰা বৃহৎ সকাহ আৰিয়ান খানৰ!

4 years ago
বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

15 minutes ago
২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

43 minutes ago
অষ্টম দৰমহা আয়োগত কি ভিত্তিত বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা?

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে ৫টা ডাঙৰ আপডেট! দৰমহা আৰু পেঞ্চন কেতিয়া বৃদ্ধি পাব জানক 

1 hour ago
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

৩০ বছৰৰ পিছত শনিৰ ডাঙৰ সংযোগ, হ’ব আৰ্থিক উন্নতি!

2 hours ago
যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

3 hours ago
বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

3 hours ago
কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

5 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ ভয়? এই চৰকাৰী আঁচনিসমূহত বিনিয়োগ কৰিলে পাব যথেষ্ট লাভ

5 hours ago
আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

6 hours ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

7 hours ago
১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

20 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানক ৰাশিফলত কি আছে

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ৰণত পৰিল NCB! ড্ৰাগছ কাণ্ডৰ পৰা বৃহৎ সকাহ আৰিয়ান খানৰ!

editor by editor
May 27, 2022
in চিনেমা, ভাৰত
0
ৰণত পৰিল NCB! ড্ৰাগছ কাণ্ডৰ পৰা বৃহৎ সকাহ আৰিয়ান খানৰ!
0
SHARES
68
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কৰ্ডেলিয়া ক্ৰুজ ড্ৰাগছ গোচৰত আৰিয়ান খানক ক্লীণ চিট প্ৰদান কৰিছে নাৰ্ক’টিকছ কণ্ট্ৰল ব্যুৰো(NCB)এ। এই গোচৰত সংস্থাটোৱে দাখিল কৰা চাৰ্জশ্বীটত আন চাৰিজনৰ সৈতে আৰিয়ান খানৰ নাম উল্লেখ কৰা নাই।

অক্টোবৰৰ আৰম্ভণিতে মুম্বাই ক্ৰুজ ড্ৰাগছ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক। কেইবাবাৰো আদালতৰ শুনানি, বহুত নাটকীয় পৰিঘটনাৰ অন্তত ২৬ দিনৰ দীঘলীয়া কাৰাবাস খাটি যোৱা বৰ্ষৰ ২৮ অক্টোবৰত বোম্বাই উচ্চ ন্যায়ালয়ে তেওঁক জামিন প্ৰদান কৰে আৰু অৱশেষত তেওঁ ৩০ অক্টোবৰত কাৰামুক্ত হয়।

৩১ মাৰ্চত বিশেষ ন্যায়াধীশ ভি ভি পাটিলে এজেন্সীটোক বিচাৰ বিভাগৰ অভিযোগনামা দাখিল কৰিবলৈ সময় দিছিল, কিন্তু সংস্থাটোৱে ৬০ দিনৰ বিপৰীতে ইয়াৰ ম্যাদ ৯০ দিনলৈ বৃদ্ধিৰ বাবে আবেদন কৰিছিল।ন্যায়ালয়ে তদন্তকাৰী সংস্থাটোৰ এই আবেদন অগ্ৰাহ্য কৰিছিল৷

লগতে পঢ়ক বিশ্বৰ কণিষ্ঠতম বিলিয়নাৰগৰাকী কোন? জানো আহক তেওঁ কোন?

আৰু এইদৰেই যোৱা ১৮০ দিন ধৰি গোচৰটোৰ তদন্ত কৰি থকা NCBৰ চাৰ্জশ্বীট দাখিলৰ নিৰ্ধাৰিত সময় যোৱা ৩১ মাৰ্চত অন্ত পৰে৷ আনহাতে, শুকুৰবাৰে নিৰ্দেশ দিয়াৰ পূৰ্বে ন্যায়াধীশ পাটিলে প্ৰায় দুঘণ্টা ধৰি দুয়োপক্ষৰ যুক্তি শুনিছিল।

এই গোচৰত আৰিয়ানৰ উপৰিও আন ঊনৈশজন অভিযুক্ত আছিল। দুজনৰ বাহিৰে সকলো অভিযুক্ত বৰ্তমান জামিনত আছে।

উল্লেখ্য যে অভিযুক্ত লোকসকলৰ বিৰুদ্ধে নিষিদ্ধ ড্ৰাগছ ৰখা, সেৱন কৰা, বিক্ৰী/ক্ৰয় কৰা, ষড়যন্ত্ৰ আৰু সহায় কৰা আদিৰ অভিযোগত ড্ৰাগছ ড্ৰাগছ এণ্ড চাইকোট্ৰপিক ছাবষ্টেন্স (এনডিপিএছ) আইনৰ সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: aryan khanAryan Khan drugs caseasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!
ভাৰত

যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

July 27, 2026
অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!
বিনোদন

অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

July 26, 2026
আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ
ভাৰত

আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

July 26, 2026
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?
বিশ্ব

হাইঠা মাটিত পৰিল! হঠাৎ কিয় ভাৰতৰ প্ৰতি নৰম হ’ল ড’নাল্ড ট্ৰাম্প?

July 25, 2026
Next Post
সাৱধান! প্ৰস্ৰাৱেৰে বীয়েৰ প্ৰস্তুত! কোন প্ৰতিষ্ঠানে কৰে এই কাম?

সাৱধান! প্ৰস্ৰাৱেৰে বীয়েৰ প্ৰস্তুত! কোন প্ৰতিষ্ঠানে কৰে এই কাম?

লাডাখত সেনাৰ বাহন দুৰ্ঘটনাগ্ৰস্ত : শ্বিয়ক নৈত পৰি মৃত্যু ৭ জোৱানৰ

লাডাখত সেনাৰ বাহন দুৰ্ঘটনাগ্ৰস্ত : শ্বিয়ক নৈত পৰি মৃত্যু ৭ জোৱানৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.