• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে কংগনা ৰানাৱতৰ সাজ-পোচাকক লৈহে বিশেষ চৰ্চা, পিন্ধিছে এনে কাপোৰ-ঘুৰি ঘুৰি চাইছে জনতাই

নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে কংগনা ৰানাৱতৰ সাজ-পোচাকক লৈহে বিশেষ চৰ্চা, পিন্ধিছে এনে কাপোৰ-ঘুৰি ঘুৰি চাইছে জনতাই

2 years ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

16 minutes ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

48 minutes ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

2 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

2 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

3 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

3 hours ago
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

5 hours ago
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

5 hours ago
অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

6 hours ago
নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

6 hours ago
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

7 hours ago
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে কংগনা ৰানাৱতৰ সাজ-পোচাকক লৈহে বিশেষ চৰ্চা, পিন্ধিছে এনে কাপোৰ-ঘুৰি ঘুৰি চাইছে জনতাই

editor by editor
May 2, 2024
in ভাৰত, ৰাজনীতি
0
নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে কংগনা ৰানাৱতৰ সাজ-পোচাকক লৈহে বিশেষ চৰ্চা, পিন্ধিছে এনে কাপোৰ-ঘুৰি ঘুৰি চাইছে জনতাই
0
SHARES
207
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে কংগনা ৰানাৱতৰ সাজ-পোচাকক লৈহে বিশেষ চৰ্চা, পিন্ধিছে এনে কাপোৰ-ঘুৰি ঘুৰি চাইছে জনতাই

বলীউডৰ মোহময়ী অভিনেত্ৰী কংগনা ৰানাৱতে এইবাৰ ৰাজনীতিৰ পথাৰত ভৰি দিয়ে নিৰ্বাচন খেলিবলৈ নামি পৰিছে। নিৰ্বাচনী প্ৰচাৰতো ব্যস্ত অভিনেত্ৰীগৰাকী। গৃহ ৰাজ্য হিমাচল প্ৰদেশৰ মান্দী সমষ্টিৰ পৰা বিজেপিৰ হৈ নিৰ্বাচন খেলিব কংগনাই।

যাৰ বাবে এতিয়া সমগ্ৰ দেশৰ ভিতৰতে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে মান্দী সমষ্টি আৰু অভিনেত্ৰী কংগনা। কংগনাই য’তেই গৈছে প্ৰচাৰ চলাবলৈ তাতেই ভিৰ হৈছে মানুহৰ।

কাকো কতো মাতিব লগা হোৱা নাই, কাকো কতো অহা যোৱা খৰচ দিব লগা হোৱা নাই, কাকো কতো কোনো ধৰণৰ প্ৰৰোচনাও কৰা হোৱা নাই কংগনাৰ নিৰ্বাচনী প্ৰচাৰৰ সভাত উপস্থিত থাকিবৰ বাবে। কংগনা বুলি নাম শুনিয়েই স্বতঃস্ফুৰ্তভাৱে ওলাই আহিছে জনতা।

পাছে নিৰ্বাচনী প্ৰচাৰৰ সলনি কংগনাৰ সাজ-পাৰক লৈহে এতিয়া বেলেগ খবৰ ভাইৰেল হবলৈ ধৰিছে। কিয়নো প্ৰতিখন সভাতেই বিভিন্ন সাজপাৰত দেখা গৈছে অভিনেত্ৰীগৰাকীক।

প্ৰকৃততে কংগনা ৰানাৱত হিমাচল প্ৰদেশৰ মান্দী জিলাৰ জাহুৰ ভাম্বলাৰ বাসিন্দা। মান্দীত নিৰ্বাচনী প্ৰচাৰৰ সময়ত কংগনা ৰানাৱটে বেছিভাগেই ৰেলী আৰু সভাত শাৰী আৰু হিমাচলৰ পাহাৰী জনজাতীয় সাজপোচাক পিন্ধিছিল।

কংগনা ৰানাৱটে যেতিয়া কুল্লু ভ্ৰমণলৈ গৈ মানালি আৰু কুল্লুৰ আশে-পাশে প্ৰচাৰ চলাইছিল, তেতিয়া কুল্লৱী সাজ-পোছাক পিন্ধা দেখা গৈছিল।

কুল্লুৰ পিছত কংগনাই চাম্বাৰ ভৰমূৰলৈ গৈছিল। সেই সময়ত কংগনাক চাম্বাৰ পৰম্পৰাগত সাজ-পোছাক লুয়ানচাদি ডোৰা পিন্ধা দেখা গৈছিল।

কিন্নাউৰ জিলাও মণ্ডী লোকসভাৰ আসনত পৰে। ইয়াতো কংগনাই প্ৰচাৰ চলাইছিল আৰু কিন্নৌৰী চাদৰ আৰু পোছাক পিন্ধি জনসভাত উপস্থিত হৈছিল।

কিন্নাউৰৰ পিছত কংগনাই শিমলাৰ ৰামপুৰত প্ৰচাৰ চলাই, তাত ধাতু, চুট আৰু টোপোলা পিন্ধি জনসভাত উপস্থিত হৈছিল, যি সাজ শিমলাৰ পৰম্পৰাগত সাজ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BJP Candidatebollywood actresselectionHimachal Pradesh Electionkangana ranaut
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?
জীৱনশৈলী

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

April 10, 2026
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

April 10, 2026
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!
জীৱনশৈলী

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

April 10, 2026
Next Post
সলনি হ’ব নেকি দল! টি-২০ বিশ্বকাপৰ দল ঘোষণাৰ পাছতে ৰোহিত শৰ্মাৰ বিস্ফোৰক মন্তব্য- ‘ৱেষ্ট ইণ্ডিজতহে সদৰি কৰিম সকলো’

সলনি হ'ব নেকি দল! টি-২০ বিশ্বকাপৰ দল ঘোষণাৰ পাছতে ৰোহিত শৰ্মাৰ বিস্ফোৰক মন্তব্য- 'ৱেষ্ট ইণ্ডিজতহে সদৰি কৰিম সকলো'

ৰাষ্ট্ৰসংঘত ইজৰাইলক আঘাত ভাৰতৰ, পেলেষ্টাইনক মুকলিকৈ সমৰ্থন কৰিলে ভাৰতে

ৰাষ্ট্ৰসংঘত ইজৰাইলক আঘাত ভাৰতৰ, পেলেষ্টাইনক মুকলিকৈ সমৰ্থন কৰিলে ভাৰতে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.