• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১০ কেজি ওজনৰ টিউমানৰ গুচাবলৈ গৈছিল, কিন্তু অপাৰেচন কৰিবলৈ গৈ চিকিৎসক হতভম্ব, লগতে ওলাল…

১০ কেজি ওজনৰ টিউমানৰ গুচাবলৈ গৈছিল, কিন্তু অপাৰেচন কৰিবলৈ গৈ চিকিৎসক হতভম্ব, লগতে ওলাল…

9 months ago
অকলেই এখন বিশাল নৈ পৰিষ্কাৰ কৰি দেশজুৰি চৰ্চাত এইজন যুৱক

অকলেই এখন বিশাল নৈ পৰিষ্কাৰ কৰি দেশজুৰি চৰ্চাত এইজন যুৱক

57 minutes ago
আজি এই ৫ ৰাশিৰ হ’ব ভাগ্যোদয়!

আজি এই ৫ ৰাশিৰ হ’ব ভাগ্যোদয়!

2 hours ago
আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?

আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?

15 hours ago
লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?

লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?

15 hours ago
জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?

জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?

16 hours ago
‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’

‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’

17 hours ago
নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

17 hours ago
মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

18 hours ago
মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই

মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই

18 hours ago
দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

19 hours ago
আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

20 hours ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিজ্ঞান

১০ কেজি ওজনৰ টিউমানৰ গুচাবলৈ গৈছিল, কিন্তু অপাৰেচন কৰিবলৈ গৈ চিকিৎসক হতভম্ব, লগতে ওলাল…

editor by editor
December 16, 2025
in বিজ্ঞান, বিবিধ, বিশ্ব, স্বাস্থ্য
0
১০ কেজি ওজনৰ টিউমানৰ গুচাবলৈ গৈছিল, কিন্তু অপাৰেচন কৰিবলৈ গৈ চিকিৎসক হতভম্ব, লগতে ওলাল…
0
SHARES
760
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১০ কেজি ওজনৰ টিউমানৰ গুচাবলৈ গৈছিল, কিন্তু অপাৰেচন কৰিবলৈ গৈ চিকিৎসক হতভম্ব, লগতে ওলাল…

কেলিফৰ্নিয়াৰ পৰা আহিছে এক আজৱ খবৰ। যি খবৰে চিকিৎসা বিজ্ঞানৰ জগততো কিছু তোলপাৰ সৃষ্টি কৰিছে। এগৰাকী ৪১ বৰ্ষীয় মহিলাৰ লগত সংঘটিত হৈছে এই আজৱ ঘটনা। ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি পেটত হোৱা এটা ১০ কেজি ওজনৰ টিউমাৰ গুচাবলৈ গৈছিল এগৰাকী মহিলা। কিন্তু অপাৰেচন কৰিবলৈ গৈ হতভম্ভ হৈ পৰে চিকিৎসক। কাৰণ টিউমাৰৰ লগতে মহিলাৰ পেটৰ পৰা ওলাল এটি পূৰ্ণ বিকশিক সন্তানো। যাৰ বিষয়ে পূৰ্বে অলপো জ্ঞত নাছিল মহিলা কিম্বা চিকিৎসৰ দল।

পেচাত নাৰ্চ সুজ লোপেজ নামৰ কেলিফৰ্নিয়াৰ নিবাসী মহিলা গৰাকী দীৰ্ঘদিন ধৰি পেটত হোৱা টিউমাৰটোৰ বাবে সমস্যা ভুগি আছিল। লাহে লাহে টিউমাৰ বাঢ়ি ২২ পাউণ্ড তথা ১০ কেজি ওজন হয়গৈ। আনহাতে বিগত ১৭ বছৰৰ পৰা দ্বিতীয় সন্তানৰ বাবেও চেষ্টা কৰি আছিল মহিলা। কিন্তু টিউমাৰ হোৱাৰ বাবে সন্তানৰ আশা এৰি দিছিল মহিলা গৰাকীয়ে।

ইফালে টিউমাৰ বৃদ্ধি হোৱাৰ বাবে অসহ্য পেট বিষ আৰু অনিয়মিয়া ঋতুশ্ৰাৱৰ সমস্যাৰ বাবে অন্য কথাত গুৰুত্ব দিয়া নাছিল মহিলাগৰাকী। মাজে মাজে চিকিৎসকৰ কাষ চাপি পৰীক্ষা নিৰীক্ষাও চলাই গৈছিল সুজ লোপেজে। কিন্তু কোনো পৰীক্ষাতে ধৰা পৰা নাছিল কোনো বিসংগতি। কেৱল ধৰা পৰিছিল গৰ্ভাশয়ত থকা টিউমাৰ।

শেষত সেই ১০ কেজি ওজনৰ টিউমাৰ পেটৰ পৰা বাহিৰ কৰাৰ উদ্যেশ্যে হাস্পতালত ভৰ্তি হয় সুজ । অপাৰেচনৰ পূৰ্বে নিয়মমাফিক গৰ্ভধাৰণৰ পৰীক্ষা সম্পন্ন কৰে সুজ লোপেজৰ। পাছে সেই পৰীক্ষাত পজিটিভ আহে। যি দেখি কিছু আচম্বিত হৈ পৰে সকলো। কিন্তু সেয়া বৃহৎ আকাৰৰ টিউমাৰৰ বাবে হোৱা বুলি আউকান কৰে।

কিন্তু অপাৰেচন কৰিলৈ গৈ গৰ্ভাশয়ত টিউমাৰ উদ্ধাৰ হোৱাৰ লগতে গৰ্ভাশয়ৰ কাষত লিভাৰৰ তলতে এটি পূৰ্ণ বিকশিত সন্তানো দেখে। যি চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত একপ্ৰকাৰৰ দুৰ্লভ। ইয়াক চিকিৎসা বিজ্ঞানত দুৰ্লভ এব্ডোমিনল এক্টোপিক প্ৰেগনেন্চি বুলি কোৱা হয়। এই ক্ষেত্ৰত শিশু মাতৃৰ গৰ্ভাশয়ৰ বাহিৰত ধাৰণ কৰে।

এই অৱস্থাত শিশু এটি পূৰ্ণ বিকশিত হবলৈ নাপায়, লগতে মাতৃৰ ক্ষেত্ৰতো ই বিপদ্দজনক। এই গৰ্ভধাৰণে মাতৃৰ অত্যাধিক ৰক্তশ্ৰাৱ কৰি মৃত্য়ু পৰ্যন্ত হোৱাৰ আশংকা থাকে। পাছে সুজ লোপেজৰ ক্ষেত্ৰত এনে একো হবলৈ নাপায়। যাৰ বাবে টিউমাৰৰ লগতে সন্তান এটিয়ো গৰ্ভত থকাৰ কথা মাতৃয়ে জানিব পৰা নাছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অকলেই এখন বিশাল নৈ পৰিষ্কাৰ কৰি দেশজুৰি চৰ্চাত এইজন যুৱক
ভাৰত

অকলেই এখন বিশাল নৈ পৰিষ্কাৰ কৰি দেশজুৰি চৰ্চাত এইজন যুৱক

September 5, 2026
আজি এই ৫ ৰাশিৰ হ’ব ভাগ্যোদয়!
জীৱনশৈলী

আজি এই ৫ ৰাশিৰ হ’ব ভাগ্যোদয়!

September 5, 2026
আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?
জীৱনশৈলী

আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?

September 4, 2026
লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?
বিবিধ

লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?

September 4, 2026
Next Post
‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.