• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আকৌ ৰেভ পাৰ্টিত ড্ৰাগছ! অন্য এক বলিউদ তাৰকাৰ পুত্ৰক গ্ৰেপ্তাৰ, অস্বস্তিত শ্ৰদ্ধা কাপুৰ!

আকৌ ৰেভ পাৰ্টিত ড্ৰাগছ! অন্য এক বলিউদ তাৰকাৰ পুত্ৰক গ্ৰেপ্তাৰ, অস্বস্তিত শ্ৰদ্ধা কাপুৰ!

4 years ago
বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

15 minutes ago
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

1 hour ago
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

2 hours ago
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

3 hours ago
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

3 hours ago
মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

4 hours ago
আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

4 hours ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

14 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

14 hours ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

14 hours ago
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

15 hours ago
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

আকৌ ৰেভ পাৰ্টিত ড্ৰাগছ! অন্য এক বলিউদ তাৰকাৰ পুত্ৰক গ্ৰেপ্তাৰ, অস্বস্তিত শ্ৰদ্ধা কাপুৰ!

editor by editor
June 13, 2022
in অপৰাধ, ভাৰত
0
আকৌ ৰেভ পাৰ্টিত ড্ৰাগছ! অন্য এক বলিউদ তাৰকাৰ পুত্ৰক গ্ৰেপ্তাৰ, অস্বস্তিত শ্ৰদ্ধা কাপুৰ!
0
SHARES
270
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শ্বাহৰুখ তনয় আৰিয়ান খানৰ ৰেভ পাৰ্টিৰ ড্ৰাগছ কাণ্ডই সৃষ্টি কৰা ঢৌ মাৰ নৌযোৱাৰ এইবাৰ অন্য এক বলিউদৰ তাৰকাৰ পুত্ৰই তদ্ৰূপ কাণ্ড সংঘটিত কৰাৰ বুলি অভিযোগ উঠিছে৷

প্ৰকাশিত খবৰ অনুসৰি বলিউদৰ অভিনেতা শক্তি কাপুৰৰ পুত্ৰ তথা অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ ভাতৃ সিদ্ধান্ত কাপুৰক ড্ৰাগছ গ্ৰহণৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

কৰ্ণাটকৰ বাংগালুৰুত ৰেভ পাৰ্টিৰ পৰা আৰক্ষীয়ে এক অভিযান চলাই সিদ্ধান্ত কাপুৰক গ্ৰেপ্তাৰ কৰে। বাংগালুৰুৰ আৰক্ষীৰ তথ্য অনুসৰি তেওঁৰ লগতে আন ৬ জন লোককো গ্ৰেপ্তাৰ কৰা হৈছে।

লগতে পঢ়ক মেট্ৰিকত কোনোমতে পাছ কৰিছিল! এতিয়া IAS বিষয়া তুষাৰ

বাংগালুৰুৰ এখন বিখ্যাত হোটেলত দেওবাৰে নিশা এক ৰেভ পাৰ্টিত অনুষ্ঠিত কৰা হৈছিল। বাংগালুৰুৰ আৰক্ষীৰ মতে, বিলাসী হোটেলখনত সিদ্ধান্তক ডিজে হিচাপে আনন্ত্ৰণ কৰা হৈছিল।

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে যে উক্ত পাৰ্টিৰ সময়ত সিদ্ধান্ত কাপুৰে ড্ৰাগছ সেৱন কৰিছিল। সিদ্ধান্ত কাপুৰৰ স্বাস্থ্য পৰীক্ষাত ড্ৰাগছৰ উপস্থিতি ধৰা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

Karnataka | Actor Shraddha Kapoor’s brother Siddhanth Kapoor detained during police raid at a rave party in a Bengaluru hotel, last night. He is among the 6 people allegedly found to have consumed drugs: Bengaluru Police pic.twitter.com/UuHZKMzUH0

— ANI (@ANI) June 13, 2022

লগতে পঢ়ক হেণ্ডচাম পুৰুষেৰে ডেটিং কৰাটোৱেই নাৰীৰ একমাত্ৰ লক্ষ্য নে?

ইফালে সৰ্বভাৰতীয় সংবাদ সংস্থাই বলিউদ তাৰকা শক্তিৰ কাপুৰক এই বিষয়ে প্ৰশ্ন কৰাত পুত্ৰই ড্ৰাগছ গ্ৰহণ কৰাটো অস্বীকাৰ কৰি কয় যে ‘‘মই মাত্ৰ এটা কথাহে ক’ব পাৰো, সেয়া সম্ভৱ নহয়।’’

তাৎপৰ্যপূৰ্ণভাৱে ২০২০ চনত শক্তিৰ কাপুৰৰ কন্যা শ্ৰদ্ধাকো কেন্দ্ৰীয় ড্ৰাগছ কণ্ট্ৰল এজেন্সীয়ে ড্ৰাগছৰ গোচৰত সোধা-পোছাৰ বাবে মাতিছিল। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ গোচৰত কেন্দ্ৰীয় সংস্থাটোৱে বলিউদৰ ড্ৰাগছ ৰিঙৰ তদন্ত আৰম্ভ কৰিছিল।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom lie 24 digitalaxom live 24best news channel in assamBest news channel of assamBest News Portal in AssamBollywoodbollywood actorbollywood actressSakti KapoorShidhanth KapoorShradha Kapoor
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া
ভাৰত

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

April 7, 2026
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা
জীৱনশৈলী

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

April 6, 2026
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?
জীৱনশৈলী

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

April 6, 2026
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ
জীৱনশৈলী

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

April 6, 2026
Next Post
‘Lipstick Under My Burkha’ পিতৃতান্ত্ৰিকতাৰ বিৰুদ্ধে যুদ্ধ নহয় কিয়?

‘Lipstick Under My Burkha’ পিতৃতান্ত্ৰিকতাৰ বিৰুদ্ধে যুদ্ধ নহয় কিয়?

পুৰুষৰ জন্ম নিয়ন্ত্ৰণ বড়ি : পুৰুষৰ যৌন ক্ষমতা হ্ৰাস কৰে নেকি? গৱেষণাই কি কয়?

পুৰুষৰ জন্ম নিয়ন্ত্ৰণ বড়ি : পুৰুষৰ যৌন ক্ষমতা হ্ৰাস কৰে নেকি? গৱেষণাই কি কয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.