• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শুক্ৰৰ গোচৰত খুলিব ভাগ্য, ২৩ দিনৰ ভিতৰত লাখপতি হ’ব এই ৫ৰাশিৰ জাতক

শুক্ৰৰ গোচৰত খুলিব ভাগ্য, ২৩ দিনৰ ভিতৰত লাখপতি হ’ব এই ৫ৰাশিৰ জাতক

5 months ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

৫ ৰাশি পাব পাৰে সুখবৰ, জানক আপোনাৰ দিনটো কেনেকুৱা যাব

1 hour ago
একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

10 hours ago
মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

10 hours ago
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

11 hours ago
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

11 hours ago
ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

12 hours ago
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

12 hours ago
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

13 hours ago
‘হত শৈশৱ’

‘হত শৈশৱ’

14 hours ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

15 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

16 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শুক্ৰৰ গোচৰত খুলিব ভাগ্য, ২৩ দিনৰ ভিতৰত লাখপতি হ’ব এই ৫ৰাশিৰ জাতক

শুক্ৰৰ গোচৰত খুলিব ভাগ্য, ২৩ দিনৰ ভিতৰত লাখপতি হ’ব এই ৫ৰাশিৰ জাতক

editor by editor
May 11, 2026
in জীৱনশৈলী, বিবিধ
0
শুক্ৰৰ গোচৰত খুলিব ভাগ্য, ২৩ দিনৰ ভিতৰত লাখপতি হ’ব এই ৫ৰাশিৰ জাতক
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰ অনুসৰি প্ৰেম, সৌন্দৰ্য, বিলাসিতা আৰু সম্পদৰ কাৰক গ্ৰহ শুক্ৰই আগন্তুক ১৪ মে’ত নিজৰ ৰাশি বৃষ ত্যাগ কৰি বুধৰ অধীন মিথুন ৰাশিত প্ৰৱেশ কৰিব৷ শুক্ৰৰ এই ৰাশি পৰিবৰ্তন অত্যন্ত গুৰুত্বপূৰ্ণ বুলি ধাৰণা কৰা হৈছে জ্যোতিষশাস্ত্ৰত৷ কাৰণ ১৪ মেৰ পৰা ৮ জুন পৰ্যন্ত প্ৰায় ২৩ দিন শুক্ৰই মিথুন ৰাশিত অৱস্থান কৰিব৷ এই সময়ত বিশেষ শুভ ফল পাব ৫ৰাশিৰ জাতকে৷ অৰ্থলাভ, প্ৰেমত সুখ, সামাজিক সন্মান আৰু কৰ্মজীৱনত সাফল্যৰ সম্ভাৱনা আছে৷ কাৰ কাৰ ভাগ্য খুলিব?

মেষ ৰাশি

শুক্ৰৰ গোচৰে মেষ ৰাশিৰ জাতকৰ সামাজিক মৰ্যাদা আৰু ব্যক্তিত্বৰ আকৰ্ষণ বঢ়াব৷ আপোনাৰ কথাৰ গুৰুত্ব বাঢ়িব৷ কৰ্মক্ষেত্ৰত আপোনাৰ মতামতক গুৰুত্ব দিয়া হ’ব৷ এই সময়ত কামৰ বাবে ভ্ৰমণৰ সুযোগ আহিব পাৰে৷ সৃজনশীলতা আৰু বুদ্ধিৰ জোৰত অৰ্থ উপাৰ্জনৰ সম্ভাৱনা বাঢ়িব৷ প্ৰেমৰ জীৱন সুখৰ হ’ব৷ সংগীৰ সৈতে ৰোমাণ্টিক মুহূৰ্ত কটাব পাৰে৷

বৃষ ৰাশি

বৃষ ৰাশিৰ জাতকৰ বাবে এই গোচৰ অত্যন্ত লাভদায়ক হ’ব পাৰে৷ শুক্ৰই আয় আৰু সঞ্চয় দ্ৰুত বঢ়োৱাত সহায় কৰে৷ কৰ্মক্ষেত্ৰত আপোনাৰ নেতৃত্বৰ গুণ বিকশিত হ’ব৷ পদোন্নতিৰ বিশেষ সুযোগ তৈয়াৰ হ’ব৷ পৰিয়ালত কোনো শুভ অনুষ্ঠানৰ আয়োজন হ’ব পাৰে৷ বিবাহৰ কথাবাৰ্তাও আগুৱাব পাৰে৷

সিংহ ৰাশি

সিংহ ৰাশিৰ জাতকৰ বহুদিনৰ কোনো ইচ্ছা এই সময়ত পূৰণ হ’ব পাৰে৷ কৰ্মক্ষেত্ৰত ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সমৰ্থন পাব৷ ৰৈ থকা ধন লাভৰ সম্ভাৱনা আছে৷ প্ৰেম সম্পৰ্কত নতুন মোৰ আহিব পাৰে৷ যিসকলে সম্পৰ্কত নতুন মোৰ আহিব পাৰে৷ যিসকল সম্পৰ্কত আছে তেওঁলোকৰ বাবে এই সময়ত অত্যন্ত শুভ হ’ব বুলি ধাৰণা কৰা হৈছে৷

ধনু ৰাশি

ধনু ৰাশিৰ জাতকৰ বাবে শুক্ৰৰ এই গোচৰে অৰ্থনৈতিক উন্নতিৰ পথ প্ৰশস্ত কৰিব৷ বিশেষকৈ যিসকলে ব্যৱসায় বা পাৰ্টনাৰচিপত কাৰ কৰিব তেওঁলোকৰ লাভ বাঢ়িব পাৰে৷ ব্যৱসায় বঢ়োৱাৰ অনন্য সুযোগ আহিব পাৰে৷ পৰিয়ালত আনন্দ বৰ্তি থাকিব৷ প্ৰেমৰ সম্পৰ্কত দূৰত্ব কমিব৷ ভুল বুজাবুজি দূৰ হ’ব৷ প্ৰেম বাঢ়িব৷

মীন ৰাশি

মীন ৰাশিৰ জাতকৰ জীৱনত আৰাম আৰু সুখ বিলাসিতা বাঢ়িব৷ এই সময়ত ভ্ৰমণৰ পৰিকল্পনা সফল হ’ব পাৰে৷ ঘৰৰ বাবে দামী সামগ্ৰী বা নতুন বাহন কিনাৰ সম্ভাৱনা আছে৷ নিজৰ সৌন্দৰ্য আৰু ব্যক্তিগত যত্নৰ বাবে খৰচ বাঢ়িব পাৰে৷ কৰ্মজীৱন আৰু ব্যৱসায়ত উন্নতিৰ সুযোগ পাব৷ জীৱনত ইতিবাচক পৰিবৰ্তন আহিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

৫ ৰাশি পাব পাৰে সুখবৰ, জানক আপোনাৰ দিনটো কেনেকুৱা যাব

September 28, 2026
একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?
বাণিজ্য

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

September 27, 2026
মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি
অসম

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

September 27, 2026
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?
বাণিজ্য

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

September 27, 2026
Next Post
মঙলবাৰে মুখমন্ত্ৰীসহ এই ৪মন্ত্ৰীয়ে ল’ব শপত, ৪ উদ্যোগপতি, কেন্দ্ৰীয়মন্ত্ৰীৰ ওপৰিও এই শপতগ্ৰহণলৈ আহিব প্ৰায় ২০ ৰাজ্যৰ মুখ্যমন্ত্ৰী

মঙলবাৰে মুখমন্ত্ৰীসহ এই ৪মন্ত্ৰীয়ে ল’ব শপত, ৪ উদ্যোগপতি, কেন্দ্ৰীয়মন্ত্ৰীৰ ওপৰিও এই শপতগ্ৰহণলৈ আহিব প্ৰায় ২০ ৰাজ্যৰ মুখ্যমন্ত্ৰী

আজি ৩ ৰাশিয়ে পাব সোণালী সুযোগ! জানি লওক দৈনিক ৰাশিফল

আজি ৩ ৰাশিয়ে পাব সোণালী সুযোগ! জানি লওক দৈনিক ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.