• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেৱল পানীৰ লগত মিলাই খাওক এইবিধ বিশেষ গুটি, দূৰ কৰক ৫ বিধ সমস্যা

কেৱল পানীৰ লগত মিলাই খাওক এইবিধ বিশেষ গুটি, দূৰ কৰক ৫ বিধ সমস্যা

2 years ago
PM মোদীৰ পৰা আৰম্ভ কৰি ২৩জন মুখ্যমন্ত্ৰীলৈ, শুভেন্দুৰ শপতগ্ৰহণত উপস্থিত আছে কোন কোন?

PM মোদীৰ পৰা আৰম্ভ কৰি ২৩জন মুখ্যমন্ত্ৰীলৈ, শুভেন্দুৰ শপতগ্ৰহণত উপস্থিত আছে কোন কোন?

7 minutes ago
ব্ৰিগেড মঞ্চত মোদী ব্ৰিগেড! ২৩ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, জানি থওক কিমান টকাৰ মালিক মুখ্যমন্ত্ৰী শুভেন্দু?

ব্ৰিগেড মঞ্চত মোদী ব্ৰিগেড! ২৩ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, জানি থওক কিমান টকাৰ মালিক মুখ্যমন্ত্ৰী শুভেন্দু?

26 minutes ago
নিশা মাত্ৰ ৪ ঘণ্টাহে শুৱে? কমিব পাৰে শুক্ৰাণুৰ মান, টোপনিৰ সৈতে টেষ্টোষ্টেৰণ হৰমনৰ কি সম্পৰ্ক?

নিশা মাত্ৰ ৪ ঘণ্টাহে শুৱে? কমিব পাৰে শুক্ৰাণুৰ মান, টোপনিৰ সৈতে টেষ্টোষ্টেৰণ হৰমনৰ কি সম্পৰ্ক?

1 hour ago
হাৰ্ট এটেকৰ হিষ্ট্ৰি ফেমিলিত আছে? সাবধান, ভুলতো এই ৫কাম নকৰিব, কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ হিষ্ট্ৰি ফেমিলিত আছে? সাবধান, ভুলতো এই ৫কাম নকৰিব, কি কয় চিকিৎসকে?

1 hour ago
ন’ন-এলক’হলিক ফেটি লিভাৰত ভূগি আছে নেকি? কি কি লক্ষণ দেখিলে বুজিব আপুনিও এই সমস্যাত ভূগি আছে?

ন’ন-এলক’হলিক ফেটি লিভাৰত ভূগি আছে নেকি? কি কি লক্ষণ দেখিলে বুজিব আপুনিও এই সমস্যাত ভূগি আছে?

2 hours ago
লক্ষ্মী নাৰায়ণৰ বিশেষ প্ৰিয় এই ৪ৰাশি, সমগ্ৰ জীৱনেই অৰ্থ সমৃদ্ধিৰ অভাৱ নহয় এওঁলোকৰ

লক্ষ্মী নাৰায়ণৰ বিশেষ প্ৰিয় এই ৪ৰাশি, সমগ্ৰ জীৱনেই অৰ্থ সমৃদ্ধিৰ অভাৱ নহয় এওঁলোকৰ

2 hours ago
শনিবাৰেই শপত থালাপতি বিজয়ৰ, ১৯৫২ চনৰ পাছত প্ৰথমবাৰৰ বাবে ত্ৰিশংকু বিধানসভা, কি কি প্ৰত্যাহ্বান এতিয়াও আছে TVKৰ সন্মুখত?

শনিবাৰেই শপত থালাপতি বিজয়ৰ, ১৯৫২ চনৰ পাছত প্ৰথমবাৰৰ বাবে ত্ৰিশংকু বিধানসভা, কি কি প্ৰত্যাহ্বান এতিয়াও আছে TVKৰ সন্মুখত?

3 hours ago
এদিনতে সফলতা অহা নাই! ধাপে ধাপে যাত্ৰা, কাউন্সিলাৰ, বিধায়ক, সাংসদ, মন্ত্ৰীৰ পৰা, বংগত তেওঁ বিজেপি শাসনৰ আৰম্ভণিতে প্ৰথম মুখ্যমন্ত্ৰী, জানি থওক শুভেন্দুৰ ৰাজনৈতিক উত্থানৰ কাহিনী

এদিনতে সফলতা অহা নাই! ধাপে ধাপে যাত্ৰা, কাউন্সিলাৰ, বিধায়ক, সাংসদ, মন্ত্ৰীৰ পৰা, বংগত তেওঁ বিজেপি শাসনৰ আৰম্ভণিতে প্ৰথম মুখ্যমন্ত্ৰী, জানি থওক শুভেন্দুৰ ৰাজনৈতিক উত্থানৰ কাহিনী

3 hours ago
‘এনেকুৱা মানসিকতা হ’লে আমি আপোনাক আমাৰ মাননি সম্পূৰ্ণ কৰাৰ মানসিকতা নাথাকিব!’ অভিনেত্ৰী পাপৰি বৰাক মুকলিকৈ প্ৰত্যাহ্বান কিয় জনাইছে ৰাজধানী থিয়েটাৰে?

‘এনেকুৱা মানসিকতা হ’লে আমি আপোনাক আমাৰ মাননি সম্পূৰ্ণ কৰাৰ মানসিকতা নাথাকিব!’ অভিনেত্ৰী পাপৰি বৰাক মুকলিকৈ প্ৰত্যাহ্বান কিয় জনাইছে ৰাজধানী থিয়েটাৰে?

4 hours ago
হাজাৰ হাজাৰ যুৱতীৰ হৃদয় ভাঙি থালাপতি বিজয়ে কেনেকৈ বিচাৰি পাইছিল জীৱন লগৰী?

হাজাৰ হাজাৰ যুৱতীৰ হৃদয় ভাঙি থালাপতি বিজয়ে কেনেকৈ বিচাৰি পাইছিল জীৱন লগৰী?

12 hours ago
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক

কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক

13 hours ago
‘গৌৰৱ গগৈৰ নেতৃত্বত বিধ্বস্ত কংগ্ৰেছ!’ সলনি হ’ব নেকি অসম কংগ্ৰেছৰ সভাপতি?

‘গৌৰৱ গগৈৰ নেতৃত্বত বিধ্বস্ত কংগ্ৰেছ!’ সলনি হ’ব নেকি অসম কংগ্ৰেছৰ সভাপতি?

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কেৱল পানীৰ লগত মিলাই খাওক এইবিধ বিশেষ গুটি, দূৰ কৰক ৫ বিধ সমস্যা

editor by editor
September 4, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, স্বাস্থ্য
0
কেৱল পানীৰ লগত মিলাই খাওক এইবিধ বিশেষ গুটি, দূৰ কৰক ৫ বিধ সমস্যা
0
SHARES
416
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেৱল পানীৰ লগত মিলাই খাওক এইবিধ বিশেষ গুটি, দূৰ কৰক ৫ বিধ সমস্যা

মানুহে সুস্থ আৰু ফিট হৈ থাকিবলৈ বহু চেষ্টা কৰে। বহু ব্যায়াম, এক্সাৰচাইজ, ডায়েট প্লান আদিয়ো গ্ৰহন কৰে। কিন্তু তথাপি কেতিয়াবা কোনোবাখিনিত সামান্য হলেও পিছ পৰি থাকে। এই ক্ষেত্ৰত এবিধ এনে বীজ তথা গুটি আছে, যি গ্ৰহণ কৰিলে আপুনি বিভিন্ন শাৰীৰিক সমস্যা আঁতৰ কৰাৰ লগতে কিছুমান উপকাৰী গুণো আছে। কেৱল পানীৰ লগত মিহলাই খাব লাগে এই বিশেষ গুটি।

এই সৰু সৰু ক’লা ৰঙৰ গুটিবোৰক অতি কাৰিজমাটিক বুলি গণ্য কৰা হয়। এই গুটি বোৰেই হৈছে চিয়া চিডছতথা বীজ। চিয়া বীজত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট, ওমেগা ৩ ফেটি এচিড, আঁহ আৰু বহুতো খনিজ পদাৰ্থ থাকে। যিয়ে শৰীৰত ইলেক্ট্ৰলাইটৰ অভাৱ পূৰণ কৰে আৰু লগতে শৰীৰক জলসিঞ্চিত কৰি ৰাখে। পুৱা খালী পেটত চিয়া গুটিৰ পানী খালে বহু উপকাৰিতা পোৱা যায়। যেনে-

হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে
চিয়া বীজত কুৱেৰচেটিন নামৰ এটা বিশেষ মৌল থাকে। এই মৌলটো এক প্ৰকাৰৰ এন্টিঅক্সিডেন্ট। এই উপাদানৰ বাবে হৃদযন্ত্ৰৰ বহুতো ৰোগৰ সম্ভাৱনা কমি যায়। কেৱল এয়াই নহয়, চিয়া গুটি আঁহযুক্ত খাদ্য। ইয়াৰ ব্যৱহাৰৰ বাবে উচ্চ ৰক্তচাপো বহু পৰিমাণে নিয়ন্ত্ৰণত থাকে।

ওজন কমি যোৱা
যিসকলে ওজন কমাবলৈ চেষ্টা কৰি ভাগৰি পৰিছে তেওঁলোকৰ বাবেও দৈনিক চিয়া গুটিৰ পানী খোৱাটো উপকাৰী হ’ব পাৰে। চিয়া বীজ সৰু হ’ব পাৰে কিন্তু ই ৩৮ শতাংশ আঁহেৰে গঠিত। এইবোৰ দ্ৰৱণীয় আঁহ যিবোৰ শৰীৰত সহজে শোষিত হয়। যাৰ বাবে ভোকৰ অনুভৱ কমি যায়।

পাচনত সহায় কৰে
হজমৰ উন্নত প্ৰক্ৰিয়াই ওজন কমাবলৈ আৰু সহজ কৰি তোলে। এই প্ৰক্ৰিয়াটো সুচাৰুৰূপে বজাই ৰখাত চিয়া বীজ সহায়ক হয়। খালী পেটত চিয়া গুটি সেৱন কৰিলে পেটটো সুস্থ হৈ থাকে। আঁহযুক্ত খাদ্যৰ বাবে কোষ্ঠকাঠিন্যৰ সমস্যা নাইকিয়া হয়। যদি পেট পৰিষ্কাৰ হয় তেন্তে গোটেই দিনটো হজম শক্তি ভাল থাকে আৰু গধুৰ অনুভৱ নহয়।

ফ্ৰী ৰেডিকেল হ্ৰাস কৰে
চিয়া বীজত এন্টিঅক্সিডেন্ট প্ৰচুৰ পৰিমাণে পোৱা যায়। এই এন্টিঅক্সিডেন্টবোৰে শৰীৰক ফ্ৰী ৰেডিকেলৰ বিৰুদ্ধে যুঁজিবলৈ শক্তি প্ৰদান কৰে। ফ্ৰী ৰেডিকেলৰ বাবে অক্সিডেটিভ চাপ অনুভৱ হয় আৰু কোষবোৰো ক্ষতিগ্ৰস্ত হয়। চিয়া বীজৰ এন্টিঅক্সিডেন্টে ফ্ৰী ৰেডিকেলৰ ক্ষতি কৰিবলৈ নিদিয়ে।

প্ৰদাহ হ্ৰাস কৰে
চিয়া গুটিৰ পানীৰ বাবে শৰীৰৰ আভ্যন্তৰীণ ফুলা, যাক প্ৰদাহ বুলিও কোৱা হয়, কমি যায় বা আৰোগ্য হয়। এই প্ৰদাহৰ ফলত বহু ধৰণৰ ৰোগ হয়। চিয়া বীজৰ পানীয়ে এই বিপদ হ্ৰাস কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Health benefitHealth IssueSia SeedsSia Seeds Health benefit
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

PM মোদীৰ পৰা আৰম্ভ কৰি ২৩জন মুখ্যমন্ত্ৰীলৈ, শুভেন্দুৰ শপতগ্ৰহণত উপস্থিত আছে কোন কোন?
জীৱনশৈলী

PM মোদীৰ পৰা আৰম্ভ কৰি ২৩জন মুখ্যমন্ত্ৰীলৈ, শুভেন্দুৰ শপতগ্ৰহণত উপস্থিত আছে কোন কোন?

May 9, 2026
ব্ৰিগেড মঞ্চত মোদী ব্ৰিগেড! ২৩ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, জানি থওক কিমান টকাৰ মালিক মুখ্যমন্ত্ৰী শুভেন্দু?
জীৱনশৈলী

ব্ৰিগেড মঞ্চত মোদী ব্ৰিগেড! ২৩ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, জানি থওক কিমান টকাৰ মালিক মুখ্যমন্ত্ৰী শুভেন্দু?

May 9, 2026
নিশা মাত্ৰ ৪ ঘণ্টাহে শুৱে? কমিব পাৰে শুক্ৰাণুৰ মান, টোপনিৰ সৈতে টেষ্টোষ্টেৰণ হৰমনৰ কি সম্পৰ্ক?
জীৱনশৈলী

নিশা মাত্ৰ ৪ ঘণ্টাহে শুৱে? কমিব পাৰে শুক্ৰাণুৰ মান, টোপনিৰ সৈতে টেষ্টোষ্টেৰণ হৰমনৰ কি সম্পৰ্ক?

May 9, 2026
হাৰ্ট এটেকৰ হিষ্ট্ৰি ফেমিলিত আছে? সাবধান, ভুলতো এই ৫কাম নকৰিব, কি কয় চিকিৎসকে?
জীৱনশৈলী

হাৰ্ট এটেকৰ হিষ্ট্ৰি ফেমিলিত আছে? সাবধান, ভুলতো এই ৫কাম নকৰিব, কি কয় চিকিৎসকে?

May 9, 2026
Next Post
নেপালৰ নোটত সোমাল ভাৰতৰ সীমা, সীমা বিবাদৰ দিশে নেকি ভাৰত-নেপাল

নেপালৰ নোটত সোমাল ভাৰতৰ সীমা, সীমা বিবাদৰ দিশে নেকি ভাৰত-নেপাল

১৩১ টা বলত শূণ্য, ১ ৰান কৰিবলৈয়ো সক্ষম নহয় বিপক্ষ, আজিয়ো অক্ষত অৱস্থাত ভাৰতীয় খেলুৱৈৰ অভিলেখ

১৩১ টা বলত শূণ্য, ১ ৰান কৰিবলৈয়ো সক্ষম নহয় বিপক্ষ, আজিয়ো অক্ষত অৱস্থাত ভাৰতীয় খেলুৱৈৰ অভিলেখ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.