• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিলসাঁকো উচ্ছেদ…হোটেল জিঞ্জাৰ কিয় ভাঙিবই হিমন্ত চৰকাৰে? সবিশেষ

শিলসাঁকো উচ্ছেদ…হোটেল জিঞ্জাৰ কিয় ভাঙিবই হিমন্ত চৰকাৰে? সবিশেষ

3 years ago
পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা

পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা

1 minute ago
বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?

বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?

1 hour ago
শিশু জন্ম হ’লেই লগে লগে DNA টেষ্ট বাধ্যতামূলক, ক’ত আৰম্ভ হৈছে এই নিয়ম? কিয় ইমান জৰুৰী জিনৰ পৰীক্ষা?

শিশু জন্ম হ’লেই লগে লগে DNA টেষ্ট বাধ্যতামূলক, ক’ত আৰম্ভ হৈছে এই নিয়ম? কিয় ইমান জৰুৰী জিনৰ পৰীক্ষা?

2 hours ago
বিমান দুৰ্ঘটনাতো মৃত্যু নহ’ল, ৭বাৰকৈ যমৰ দুৱাৰৰ পৰা ওভতি অহা বিশ্বৰ আটাইতকৈ লাকী ব্যক্তিয়ে জয় কৰিছিল ৫ কোটি লটাৰীও, কোন এই ব্যক্তি?

বিমান দুৰ্ঘটনাতো মৃত্যু নহ’ল, ৭বাৰকৈ যমৰ দুৱাৰৰ পৰা ওভতি অহা বিশ্বৰ আটাইতকৈ লাকী ব্যক্তিয়ে জয় কৰিছিল ৫ কোটি লটাৰীও, কোন এই ব্যক্তি?

2 hours ago
চ’তৰ শেষত সূৰ্যৰ কৃপাত খুলিব ৪ৰাশিৰ ভাগ্যৰ জট, সুসময় উভতিব কাৰ কাৰ জীৱনলৈ?

চ’তৰ শেষত সূৰ্যৰ কৃপাত খুলিব ৪ৰাশিৰ ভাগ্যৰ জট, সুসময় উভতিব কাৰ কাৰ জীৱনলৈ?

3 hours ago
এতিয়াৰে পৰা ডলাৰত থাকিব ট্ৰাম্পৰ স্বাক্ষৰ, চলিছে ছপাৰ কাম, কেতিয়া মুকলি হ’ব বজাৰত?

এতিয়াৰে পৰা ডলাৰত থাকিব ট্ৰাম্পৰ স্বাক্ষৰ, চলিছে ছপাৰ কাম, কেতিয়া মুকলি হ’ব বজাৰত?

3 hours ago
যুদ্ধৰ পৰিস্থিতিত কি কি সতৰ্কতা গ্ৰহণ কৰিব, শুকুৰবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক, বৈঠকত নাথাকে ভোটমুখী ৫ৰাজ্য

যুদ্ধৰ পৰিস্থিতিত কি কি সতৰ্কতা গ্ৰহণ কৰিব, শুকুৰবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক, বৈঠকত নাথাকে ভোটমুখী ৫ৰাজ্য

3 hours ago
নিশা টোপনি গলেই নাক বন্ধ, অনবৰতে মূৰৰ বিষ, শীতত কিয় ভয়াৱহ হৈ উঠে ছাইনাচ? উপশমৰ উপায় কি?

নিশা টোপনি গলেই নাক বন্ধ, অনবৰতে মূৰৰ বিষ, শীতত কিয় ভয়াৱহ হৈ উঠে ছাইনাচ? উপশমৰ উপায় কি?

15 hours ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

15 hours ago
১৩৮ দিন ৩ৰাশিৰ জীৱনত ভাগ্যোদয়ৰ সুযোগ, ৩ মাহৰ পাছত আৰম্ভ হ’ব শনি বক্ৰীৰ এফেক্ট

১৩৮ দিন ৩ৰাশিৰ জীৱনত ভাগ্যোদয়ৰ সুযোগ, ৩ মাহৰ পাছত আৰম্ভ হ’ব শনি বক্ৰীৰ এফেক্ট

16 hours ago
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মীসকলৰ দৰমহা বাঢ়িব ৩৫শতাংশ পৰ্যন্ত, কেতিয়াৰে পৰা একাউণ্টত সোমাব ধন?

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মীসকলৰ দৰমহা বাঢ়িব ৩৫শতাংশ পৰ্যন্ত, কেতিয়াৰে পৰা একাউণ্টত সোমাব ধন?

16 hours ago
পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?

পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

শিলসাঁকো উচ্ছেদ…হোটেল জিঞ্জাৰ কিয় ভাঙিবই হিমন্ত চৰকাৰে? সবিশেষ

editor by editor
March 3, 2023
in অসম
0
শিলসাঁকো উচ্ছেদ…হোটেল জিঞ্জাৰ কিয় ভাঙিবই হিমন্ত চৰকাৰে? সবিশেষ
0
SHARES
64.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শিলসাঁকো উচ্ছেদ চলি থকাৰ মাজতেই সকলোৰে দৃষ্টিত এতিয়া হোটেল জিঞ্জাৰত। জিঞ্জাৰ চৰকাৰে ভাঙিব জানো? টাটাৰ শ্বেয়াৰ থকা বিশেষ হোটেলখন ভাঙি হাত গোন্ধোৱাবনে হিমন্ত চৰকাৰে? বহুকেইটা চুক্তি ইতিমধ্যেই টাটাৰ সৈতে অসম চৰকাৰে কৰিছে তেনেক্ষেত্ৰত বুলডʼজাৰৰ আঁচোৰ এই হোটেলত নপৰাটোৱেই ধুৰূপ।

কিন্তু এই উচ্ছেদ সম্পৰ্কত এগৰাকী সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে লিখিছে, এই হোটেলত পৰা বুলডোজাৰৰ আঁচোৰেহে মুখ্যমন্ত্ৰীৰ মান ৰক্ষা কৰিব, সন্মান বঢ়াব, নিৰপেক্ষ বুলি প্ৰমান কৰোৱাব।

লগতে ব্যৱহাৰকাৰীজনে লিখিছে, ‘মুখ্যমন্ত্ৰীৰ লগত ৰতন টাটাৰ ব্যক্তিগতভাবে ভাল। ইতিমধ্যে তেওঁক অসম বঁটা দিছেই। কৰ্কট সেৱাৰ সমগ্ৰ আন্তঃগাঁঠনিৰ সৈতে টাটাগ্ৰুপ জড়িত। তেওঁ টাটাক বেলেগ সুবিধা কৰি দিব।

তাজ ভিভান্তাৰ বাবে গুৱাহাটীৰ শ্ৰেষ্ঠ মাটিখিনি পাইছেই। মাত্ৰ ১০ কোটি টকাৰে নিৰ্মিত ঘৰ ভাঙিলে টাটাৰ একো নাহে নাযায়। ইন্সিওৰেন্স বা ক্ষতিপুৰণো পাব পাৰে। তদুপৰি টাটাই দেশৰ স্বাৰ্থত নিজে ভাঙি দিম বুলি কোৱাৰ সম্ভাৱনাও আছে। তাৰ সলনি কিবা আৰু ভাল ডীল পাব হয়তো।’

উল্লেখ্য যে, বাৰে বাৰে ভঙা আৰু বিশ্বৰ বেংক আৰু বিত্তীয় ব্যৱস্থাবোৰৰ পৰা সুদত ধাৰ লৈ আকৌ সাজি সুদ দি ধনী কৰাটো নব্য উদাৰতাবাদী অৰ্থনীতিৰ মূল ৰূপ। সেয়ে এই হোটেলত হাতোঁৰা পৰাৰ পূৰ্ণ সম্ভাৱনাই আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ginger hotelhimanta bishwa sharmasilsako
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধন, টকা-পইছা অইন একো খেলিমেলি নাই, পত্নী লুকুৱাইহে বিপদত ৰমাকান্ত, মনোনয়ন পত্ৰ দাখিলত কি ভুল কৰিলে ৰমাকান্তই?
অসম

ধন, টকা-পইছা অইন একো খেলিমেলি নাই, পত্নী লুকুৱাইহে বিপদত ৰমাকান্ত, মনোনয়ন পত্ৰ দাখিলত কি ভুল কৰিলে ৰমাকান্তই?

March 25, 2026
উত্তৰ-পূবৰ লোকৰ বিৰুদ্ধে দেশত জাতিগত বিদ্বেষ, চৰকাৰে দিলে উত্তৰ
অসম

উত্তৰ-পূবৰ লোকৰ বিৰুদ্ধে দেশত জাতিগত বিদ্বেষ, চৰকাৰে দিলে উত্তৰ

March 25, 2026
‘হেৰ বাঁহী, তোক বৰ ভালপাওঁ দেহী’, হাৰ্টথ্ৰ’বৰ হৃদয়ত কেৱল তেঁৱেই বজাই সুহুৰি…
অসম

হত্যা হোৱা নাছিল জুবিন গাৰ্গৰ, ছিংগাপুৰৰ কৰ’নাৰ্ছ কৰ্টৰ চূড়ান্ত ৰায়দান

March 25, 2026
ভাৰততে থাকি ভাৰতকে প্ৰতাৰণা! পাকিস্তানক দেশৰ তথ্য প্ৰদান কৰি গ্ৰেপ্তাৰ চাবুৱাৰ বায়ুসেনা ঘাটিৰ কৰ্মচাৰী
অসম

ভাৰততে থাকি ভাৰতকে প্ৰতাৰণা! পাকিস্তানক দেশৰ তথ্য প্ৰদান কৰি গ্ৰেপ্তাৰ চাবুৱাৰ বায়ুসেনা ঘাটিৰ কৰ্মচাৰী

March 24, 2026
Next Post
অসুবিধা ইয়াতহে… কৰিশ্মা সমালোচিত কিয় হৈছে?

অসুবিধা ইয়াতহে... কৰিশ্মা সমালোচিত কিয় হৈছে?

তিনি ৰাজ্যৰ নিৰ্বাচনী ফলাফল, বিৰোধীয়ে বিজেপিৰ পৰা এইকেইটা কথা শিকক…

তিনি ৰাজ্যৰ নিৰ্বাচনী ফলাফল, বিৰোধীয়ে বিজেপিৰ পৰা এইকেইটা কথা শিকক...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.