• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিষ্ণুৰ কৃপাত ফুলি উঠিব ৪ৰাশিৰ ভাগ্য, অৰ্থ-প্ৰেমেৰে ভৰিব জীৱন, এই ৬০ দিনত কোনে কোনে লাভ কৰিব সাফল্য?

বিষ্ণুৰ কৃপাত ফুলি উঠিব ৪ৰাশিৰ ভাগ্য, অৰ্থ-প্ৰেমেৰে ভৰিব জীৱন, এই ৬০ দিনত কোনে কোনে লাভ কৰিব সাফল্য?

2 hours ago
১ বছৰৰ বাবে বেংক অফ বৰোদাত ৫লাখ জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

১ বছৰৰ বাবে বেংক অফ বৰোদাত ৫লাখ জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

2 minutes ago
২০২৬ক লৈ বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণী, টকাৰ গাদীত বহিব এই ৫ৰাশিৰ জাতক

২০২৬ক লৈ বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণী, টকাৰ গাদীত বহিব এই ৫ৰাশিৰ জাতক

22 minutes ago
প্ৰায় ১৫,৬০০ কোটিত বিক্ৰি হ’ল ৰাজস্থান ৰয়েলছ, শেষ পৰ্যন্ত কোনে অধিগ্ৰহণ কৰিলে এই ফ্ৰেঞ্চাইজি?

প্ৰায় ১৫,৬০০ কোটিত বিক্ৰি হ’ল ৰাজস্থান ৰয়েলছ, শেষ পৰ্যন্ত কোনে অধিগ্ৰহণ কৰিলে এই ফ্ৰেঞ্চাইজি?

1 hour ago
৮মে’ত মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব শুক্ৰই, ৩ ৰাশিৰ গল্ডেন টাইম, টকাৰ অভাৱ শেষ হ’ব কাৰ কাৰ?

৮মে’ত মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব শুক্ৰই, ৩ ৰাশিৰ গল্ডেন টাইম, টকাৰ অভাৱ শেষ হ’ব কাৰ কাৰ?

2 hours ago
কোটিপতি হোৱাৰ সহজ উপায়, ডাকঘৰৰ আঁচনিসমূহে দিব অধিক সুবিধা !

কোটিপতি হোৱাৰ সহজ উপায়, ডাকঘৰৰ আঁচনিসমূহে দিব অধিক সুবিধা !

4 hours ago
পাকিস্তানত হাহাকাৰ! দুৰ্বল হৈ পৰিছে অৰ্থনীতি

পাকিস্তানত হাহাকাৰ! দুৰ্বল হৈ পৰিছে অৰ্থনীতি

4 hours ago
হালধীয়া হৈছে নেকি আপোনাৰ দাঁত? ধুনীয়া হাঁহিৰ বাবে লওক দাঁতৰ যতন

হালধীয়া হৈছে নেকি আপোনাৰ দাঁত? ধুনীয়া হাঁহিৰ বাবে লওক দাঁতৰ যতন

4 hours ago
খাদ্যত অত্যাধিক নিমখ ব্যৱহাৰ কৰে নেকি? বিপদত পৰিব পাৰে আপুনি!

খাদ্যত অত্যাধিক নিমখ ব্যৱহাৰ কৰে নেকি? বিপদত পৰিব পাৰে আপুনি!

5 hours ago
পুৰণি কাপোৰেৰে ঘৰ মচে নেকি? ভুগিব ডাঙৰ সমস্যাত!

পুৰণি কাপোৰেৰে ঘৰ মচে নেকি? ভুগিব ডাঙৰ সমস্যাত!

6 hours ago
কাইলৈ ঘোষণা হ’ব বিধানসভা নিৰ্বাচনৰ ফলাফল, কাৰ হাতত জনতাই তুলি দিব শাসনৰ বাঘজৰী?

কাইলৈ ঘোষণা হ’ব বিধানসভা নিৰ্বাচনৰ ফলাফল, কাৰ হাতত জনতাই তুলি দিব শাসনৰ বাঘজৰী?

7 hours ago
বুধ আৰু শনিৰ মিলন, ২২ মে’ৰ পৰা সলনি এই ৫টা ৰাশিৰ ভাগ্য!

বুধ আৰু শনিৰ মিলন, ২২ মে’ৰ পৰা সলনি এই ৫টা ৰাশিৰ ভাগ্য!

8 hours ago
কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

8th Pay Commission ৰ নতুন আপডেট, আৰম্ভ দৰমহা, পদোন্নতি আৰু পেঞ্চনৰ পৰিবৰ্তনৰ ওপৰত আলোচনা

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিষ্ণুৰ কৃপাত ফুলি উঠিব ৪ৰাশিৰ ভাগ্য, অৰ্থ-প্ৰেমেৰে ভৰিব জীৱন, এই ৬০ দিনত কোনে কোনে লাভ কৰিব সাফল্য?

বিষ্ণুৰ কৃপাত ফুলি উঠিব ৪ৰাশিৰ ভাগ্য, অৰ্থ-প্ৰেমেৰে ভৰিব জীৱন, এই ৬০ দিনত কোনে কোনে লাভ কৰিব সাফল্য?

editor by editor
May 3, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
বিষ্ণুৰ কৃপাত ফুলি উঠিব ৪ৰাশিৰ ভাগ্য, অৰ্থ-প্ৰেমেৰে ভৰিব জীৱন, এই ৬০ দিনত কোনে কোনে লাভ কৰিব সাফল্য?
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষমতে বছৰৰ কিছু বিশেষ সময়ক অত্যন্ত গুৰুত্বপূৰ্ণ বুলি ধাৰণা কৰা হয়৷ তেনেকৈ এক গুৰুত্বপূৰ্ণ সময় আৰম্ভ হৈছে বিগত ২ মে’ৰ পৰা৷ আগন্তুক ৬০ দিন জ্যোতিষশাস্ত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ বুলি ধাৰণা কৰা হৈছে৷ ২৯ জুনলৈকে এই সময়ত কঁপাল ফুলিব কেইবাটাও ৰাশিৰ জাতকৰ৷ ভগৱান বিষ্ণুৰ বিশেষ আশীৰ্বাদ লাভ কৰিব তেওঁলোকে৷ কৰ্মজীৱনত বৃহৎ সাফল্য, নতুন চাকৰি বা পদোন্নতিৰ সম্ভাৱনা তৈয়াৰ হ’ব৷ ইয়াৰোপৰি সন্মান আৰু অৰ্থপ্ৰাপ্তিও ঘটিব৷ ইয়াৰোপৰি মে আৰু জুন মাহত সূৰ্য, মঙ্গল আৰু বুধে মেষ ৰাশি এৰি বৃষ ৰাশিত গোচৰ কৰিব৷ ইয়াৰ ফলত বুধাদিত্য যোগ, মঙ্গলাদিত্য ৰাজযোগ আৰু ত্ৰিগ্ৰহ যোগ তৈয়াৰ হব৷ ইয়াৰোপৰি শুক্ৰই মিথুন আৰু কৰ্কট ৰাশিত অৱস্থান কৰিব৷ এই সমস্ত গ্ৰহ পৰিবৰ্তনে ৫ ৰাশিৰ ভাগ্যলৈ ইতিবাচক প্ৰভাৱ কঢ়িয়াই আনিব৷ ৬০ দিনৰ বাবে সৌভাগ্যৰ দুৱাৰ খুলিব কাৰ কাৰ বাবে?

মেষ ৰাশি

মেষ ৰাশিৰ জাতকৰ বাবে এই সময়ে কৰ্মজীৱনত বৃহৎ সাফল্য কঢ়িয়াই আনিব পাৰে৷ নতুন চাকৰিৰ সুযোগ তৈয়াৰ হব৷ ব্যৱসায়ীসকলে ৰৈ থকা অৰ্থ উভতাই পোৱাৰ সম্ভাৱনা আছে৷ সমাজত সন্মান বাঢ়িব আৰু আত্মবিশ্বাসো বৃদ্ধি পাব৷

বৃষ ৰাশি

এই সময়ৰ পৰা বৃষ ৰাশিৰ জাতকৰ জীৱনত এক উজ্জ্বল অধ্যায় আৰম্ভ হব৷ বৃহস্পতিৰ কৃপাত কৰ্মক্ষেত্ৰত উন্নতি, অৰ্থ বৃদ্ধি আৰু ভালপোৱা আৰু সন্মান লাভ কৰিব পাৰে৷ অবিবাহিতসকলৰ বিবাহৰ সম্ভাৱনা আছে৷ হঠাৎ পৈতৃক সম্পতিৰ পৰাও লাভ হব পাৰে৷

সিংহ ৰাশি

সিংহ ৰাশিৰ বাবে এই ৬০ দিন বিশেষকৈ শুভ হব৷ ৰাজনীতি বা প্ৰশাসনিক ক্ষেত্ৰত যিসকল আছে তেওঁলোকে বৃহৎ সাফল্য পাব পাৰে৷ পদ আৰু প্ৰতিপত্তি দুয়োটাই বাঢ়িব৷ আত্মবিশ্বাস বৃদ্ধি পাব আৰু শত্ৰুক হৰুৱাই জয়লাভ কৰিব পাৰে৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতকৰ বাবে এই সময় ব্যক্তিগত আৰু পেছাগত জীৱনত উন্নতিৰ ইংগিত আছে৷ কৰ্মক্ষেত্ৰত পদোন্নতি বা নতুন চাকৰিৰ প্ৰস্তাৱ পোৱাৰ সম্ভাৱনা আছে৷ বিদেশ ভ্ৰমণৰ যোগ আছে৷ প্ৰেমৰ সম্পৰ্ক গভীৰ হব৷ চিংগলসকলে নতুন প্ৰেমৰ প্ৰস্তাব পাব পাৰে৷

ধনু ৰাশি

ধনু ৰাশিৰ জাতকৰ বাবে এই সময়ত আধ্যাত্মিক বিষয়ত আগ্ৰহ বাঢ়িব৷ একেলগে বস্তুসুখ লাভ কৰিব৷ অৰ্থ লাভ সম্ভৱ হব৷ জীৱনত আৰাম বাঢ়িব৷ জ্ঞান বৃদ্ধি পাব আৰু শিক্ষাৰ্থীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাত সাফল্য পাব পাৰে৷

এই ৬০ দিন কি কৰিব?

ভগৱান বিষ্ণুৰ কৃপা পাবলৈ প্ৰতিদিনে বিষ্ণুমন্ত্ৰ জপ কৰা উচিত৷ বৃহস্পতিবাৰে উপবাসে থাকি বিষ্ণুৰ পুজা কৰক৷ হালধীয়া বস্ত্ৰ, মিঠাই দান কৰা শুভ বুলি ধাৰণা কৰা হয়৷ ইয়াৰ ফলত জীৱনত আৰু ইতিবাচক ফল পোৱা সম্ভৱ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১ বছৰৰ বাবে বেংক অফ বৰোদাত ৫লাখ জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?
জীৱনশৈলী

১ বছৰৰ বাবে বেংক অফ বৰোদাত ৫লাখ জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

May 3, 2026
২০২৬ক লৈ বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণী, টকাৰ গাদীত বহিব এই ৫ৰাশিৰ জাতক
জীৱনশৈলী

২০২৬ক লৈ বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণী, টকাৰ গাদীত বহিব এই ৫ৰাশিৰ জাতক

May 3, 2026
প্ৰায় ১৫,৬০০ কোটিত বিক্ৰি হ’ল ৰাজস্থান ৰয়েলছ, শেষ পৰ্যন্ত কোনে অধিগ্ৰহণ কৰিলে এই ফ্ৰেঞ্চাইজি?
ক্ৰীড়া

প্ৰায় ১৫,৬০০ কোটিত বিক্ৰি হ’ল ৰাজস্থান ৰয়েলছ, শেষ পৰ্যন্ত কোনে অধিগ্ৰহণ কৰিলে এই ফ্ৰেঞ্চাইজি?

May 3, 2026
৮মে’ত মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব শুক্ৰই, ৩ ৰাশিৰ গল্ডেন টাইম, টকাৰ অভাৱ শেষ হ’ব কাৰ কাৰ?
জীৱনশৈলী

৮মে’ত মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব শুক্ৰই, ৩ ৰাশিৰ গল্ডেন টাইম, টকাৰ অভাৱ শেষ হ’ব কাৰ কাৰ?

May 3, 2026
Next Post
৮মে’ত মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব শুক্ৰই, ৩ ৰাশিৰ গল্ডেন টাইম, টকাৰ অভাৱ শেষ হ’ব কাৰ কাৰ?

৮মে’ত মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব শুক্ৰই, ৩ ৰাশিৰ গল্ডেন টাইম, টকাৰ অভাৱ শেষ হ’ব কাৰ কাৰ?

প্ৰায় ১৫,৬০০ কোটিত বিক্ৰি হ’ল ৰাজস্থান ৰয়েলছ, শেষ পৰ্যন্ত কোনে অধিগ্ৰহণ কৰিলে এই ফ্ৰেঞ্চাইজি?

প্ৰায় ১৫,৬০০ কোটিত বিক্ৰি হ’ল ৰাজস্থান ৰয়েলছ, শেষ পৰ্যন্ত কোনে অধিগ্ৰহণ কৰিলে এই ফ্ৰেঞ্চাইজি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.