• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশৰ আজৱ গাঁও! ঘৰে ঘৰে পুহে বিষাক্ত সাপ, সাপৰ সৈতে খেলে শিশুৱে; ক’ত এই গাঁও?

দেশৰ আজৱ গাঁও! ঘৰে ঘৰে পুহে বিষাক্ত সাপ, সাপৰ সৈতে খেলে শিশুৱে; ক’ত এই গাঁও?

4 years ago
বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

9 minutes ago
বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

56 minutes ago
নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

1 hour ago
সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

2 hours ago
বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

2 hours ago
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

3 hours ago
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

4 hours ago
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

5 hours ago
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

5 hours ago
মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

6 hours ago
আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

7 hours ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

দেশৰ আজৱ গাঁও! ঘৰে ঘৰে পুহে বিষাক্ত সাপ, সাপৰ সৈতে খেলে শিশুৱে; ক’ত এই গাঁও?

editor by editor
February 26, 2022
in বিবিধ, ভাৰত
0
দেশৰ আজৱ গাঁও! ঘৰে ঘৰে পুহে বিষাক্ত সাপ, সাপৰ সৈতে খেলে শিশুৱে; ক’ত এই গাঁও?
0
SHARES
261
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গজৱ দেশৰ যেন আজৱ গাঁও! হয় ভাৰতৰে এখন গাঁৱৰ কথা ক’বলৈ আগবাঢ়িছো৷ যিখন গাঁও হৈছে দেশৰ ভিতৰতে আটাইতকৈ অনাখৰী গাঁও৷ এই গাঁওখনৰ আছে অতি বিশেষ বিশেষত্ব৷

পিছে এই গাঁওখন দেশৰ কোনো পিছৰ পৰা ৰাজ্যৰ নহয়৷ গাঁওখন আছে দেশৰ এখন আগশাৰী তথা উন্নত ৰাজ্য মহাৰাষ্ট্ৰত৷

মহাৰাষ্ট্ৰৰ শোলাপুৰ জিলাৰ ক্ষেত্ৰপাল নামৰ এই গাঁওখনৰ প্ৰতিঘৰ গঞাই সাপ পোহে৷ প্ৰতিটো শিশুৱে সাপৰ সৈতে খেলা ধূলা কৰি ডাঙৰ দীঘল হৈ আহিছে৷ আশ্বৰ্যজনক কথাটো হ’ল এতিয়ালৈকে গাঁৱৰ কোনো লোককে সাপে দংশন কৰা নাই৷

সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি গাঁওখনত অতি প্ৰাচীন কালৰে পৰা সাপক পূজা অৰ্চনা কৰি অহা হৈছে৷ সেয়ে গাঁওখনৰ প্ৰতি ঘৰতে সাপ পালন কৰি অহা হৈছে৷ আৰু গঞাই সাপক দেৱতা জ্ঞান কৰে৷

পালন কৰা সাপবোৰৰ ভিতৰত ভাৰতৰ অতি বিষাক্ত সাপ কোব্ৰাও আছে৷ বাতৰি অনুসৰি গাঁওখনৰ প্ৰতিঘৰতে কোব্ৰা সাপ লালন পালন কৰা হয়৷ পোহনীয়া পশুৰ দৰে গাঁওখনত সাপে বিচৰণ কৰি ফুৰে৷

গাঁওখনত অতি কমেও ২৬০০ গঞাই বাস কৰে৷ অতীতৰে পৰা আজি পৰ্যন্ত কোনো লোককে সাপে দংশন কৰা নাই বুলি জানিব পৰা গৈছে৷

গঞাই নিজৰ বাসগৃহত সাপ ৰাখিবলৈ বিশেষ নিৱেশ সাজি দিয়ে৷ আৰু উক্ত স্থানক দেৱতাৰ স্থানৰূপে গঞাই জ্ঞান কৰি পূজা পাতল কৰে৷ আৰু গঞাই বিশেষ বিধি বিধানেৰে সৰ্প পূজা কৰি আহিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalsnake village
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!
বিনোদন

বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

April 7, 2026
বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ
বাণিজ্য

বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

April 7, 2026
নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?
অসম

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

April 7, 2026
সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা
স্বাস্থ্য

সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

April 7, 2026
Next Post
আমেৰিকাৰ প্ৰতিবন্ধকতা আৰোপ : আমেৰিকাক চৰ সোধালে ৰাছিয়াই!

আমেৰিকাৰ প্ৰতিবন্ধকতা আৰোপ : আমেৰিকাক চৰ সোধালে ৰাছিয়াই!

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : মাতৃ ভূমি ৰক্ষাৰ বাবে জীৱন দিবলৈ সাজু এইগৰাকী শিক্ষয়িত্ৰী

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : মাতৃ ভূমি ৰক্ষাৰ বাবে জীৱন দিবলৈ সাজু এইগৰাকী শিক্ষয়িত্ৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.