• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছলমানৰ ভাতৃৰ ২৪ বছৰীয়া বিবাহৰ বিচ্ছেদ! ৰোহিত শৰ্মাৰে চোহেল খানৰ পত্নীৰ সম্পৰ্ক কি?

ছলমানৰ ভাতৃৰ ২৪ বছৰীয়া বিবাহৰ বিচ্ছেদ! ৰোহিত শৰ্মাৰে চোহেল খানৰ পত্নীৰ সম্পৰ্ক কি?

4 years ago
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

16 minutes ago
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

1 hour ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

2 hours ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

3 hours ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

3 hours ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

4 hours ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

4 hours ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

4 hours ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

5 hours ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

5 hours ago
সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

6 hours ago
উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’,  প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’, প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ছলমানৰ ভাতৃৰ ২৪ বছৰীয়া বিবাহৰ বিচ্ছেদ! ৰোহিত শৰ্মাৰে চোহেল খানৰ পত্নীৰ সম্পৰ্ক কি?

editor by editor
May 13, 2022
in ক্ৰীড়া, চিনেমা, ভাৰত
0
ছলমানৰ ভাতৃৰ ২৪ বছৰীয়া বিবাহৰ বিচ্ছেদ! ৰোহিত শৰ্মাৰে চোহেল খানৰ পত্নীৰ সম্পৰ্ক কি?
0
SHARES
509
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কিছু বছৰ পূৰ্বে ছলমান খানৰ জ্যেষ্ঠ ভাতৃ অভিনেতা প্ৰযোজক আৰবাজ খান আৰু অভিনেত্ৰী মালাইকা আৰোৱাৰ বিবাহ বিচ্ছেদ হৈছিল৷ প্ৰকাশিত খবৰ মতে চলমান খানে তেওঁলোকৰ বিবাহ অটুট ৰাখিবলৈ বহু চেষ্টা কৰিও বিফল হৈছিল৷ বিচ্ছেদৰ পিছতে চলমানৰ ভগ্নী অৰ্পিতা খানৰ এসময়ৰ প্ৰেমিক অভিনেতা অৰ্জুন খানেৰে প্ৰেমৰ সম্পৰ্কত বান্ধ খালে মালাইকা আৰোৱায়৷

জ্যেষ্ঠ ভাতৃৰ বিবাহ বিচ্ছেদৰ পিছতে এইবাৰ চলমান খানৰ কণিষ্ঠ ভাতৃৰো ২৪ বছৰীয়া সংসাৰ ভঙাৰ উপক্ৰম হৈছে৷ কণিষ্ঠ ভাতৃ চোহেইল খান আৰু পত্নী সীমা শচদেৱ খানে বিবাহ বিচচ্ছেদৰ বাবে শুকুৰবাৰে মুম্বাইৰ এখন পাৰিবাৰিক আদালত বিবাহ বিচ্ছেদৰ আবেদন জনাইছে৷

লগতে পঢ়ক ২৮ গৰাকীৰ পত্নীৰ সন্মুখত ৩৭ সংখ্যক বিবাহ বৃদ্ধৰ, ২৫ সন্তানসহ ১৩৫ নাতি-নাতিনীও উপস্থিত

চোহেইল খান আৰু সীমা শচদেৱ খানক পাৰিবাৰিক আদালতৰ বাহিৰত একেলগে প্ৰত্যক্ষ কৰাৰ পিছতে বি-টাউনত তেওঁলোকৰ বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰা বুলি প্ৰচাৰ চলিছে৷

তেওঁলোকৰ বিবাহ বিচ্ছেদৰ বাতৰিয়ে বি-টাউন গৰম কৰি ৰখাৰ সময়তে ক্ৰিকেটাৰ হিটমেনখ্যাত ৰোহিত শৰ্মাৰ সৈতে সীমা শচদেৱ খানৰ সম্পৰ্কৰ বিষয়েও চৰ্চা লাভ কৰিছে৷ সীমা শচদেৱ খানৰ সৈতে ৰোহিত শৰ্মাৰ কি সম্পৰ্ক?

বহুতে এই প্ৰশ্নৰ উত্তৰ সন্ধান বিচাৰিবলৈ আৰম্ভ কৰিছে। উল্লেখ্য যে ১৯৯৭ চনত বিবাহপাশত আবদ্ধ হোৱাৰ পিছত ইমান বছৰ একেলগে থকা দম্পতীহালৰ দুটা সন্তানো আছে। তেওঁলোকৰ বিচ্ছেদৰ বাতৰি কেইবাবছৰ পূৰ্বেও তুংগত উঠিছিল।

লগতে পঢ়ক পাইলট মাতৃ-পুত্ৰৰ দৃশ্যই অন্তৰ চুইছে লক্ষ লক্ষ লোকৰ! চাওক আহক ভিডিঅ’টো

ইফালে সীমা হৈছে বন্তি শচদেৱৰ ভগ্নী। বন্তি শচদেৱ চেলিব্ৰেটিসকলৰ এটা সুপৰিচিত নাম। তেওঁৰ কৰ্ণাৰষ্টোন স্প’ৰ্টছ এণ্ড এণ্টাৰটেইনমেণ্ট নামৰ এটা ইভেণ্ট মেনেজমেণ্ট কোম্পানী আছে।

এই সংস্থাটোৰে বিৰাট কোহলী, কে এল ৰাহুল, ঋষভ পন্থও জড়িত হৈ আছে। তেওঁৰ প্ৰতিষ্ঠানে বহু ক্ৰিকেট তাৰকাৰ মেন্টৰ হিচাপেও কাম কৰে। এই বন্তি আৰু সীমাৰে ভগ্নী হৈছে ৰীতিকা শচদেৱ। আৰু এই ৰীতিকা শচদেৱ হৈছে ৰোহিত শৰ্মাৰ পত্নী৷ অৰ্থাৎ সীমা শচদেৱ হৈছে ৰোহিত শৰ্মাৰ জে-শাহুৰ!

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBollywoodSima Sasdev KhanSohial Khan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?
বিনোদন

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

March 27, 2026
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!
বিনোদন

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

March 27, 2026
ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?
জীৱনশৈলী

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

March 27, 2026
এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন
জীৱনশৈলী

এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

March 27, 2026
Next Post
চৰ্চাৰ কেন্দ্ৰ বিন্দুত কিয় বিজয় আৰু অনন্যা? বিজয়ক কি বুলি ক’লে অনন্যাই?

চৰ্চাৰ কেন্দ্ৰ বিন্দুত কিয় বিজয় আৰু অনন্যা? বিজয়ক কি বুলি ক’লে অনন্যাই?

২৩ হাজাৰ চাকৰিত নিযুক্তি দি কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

২৩ হাজাৰ চাকৰিত নিযুক্তি দি কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.