• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সূৰ্যগ্ৰহণে এই ৩ৰাশিৰ জীৱনলৈ আনিছে শুভ বাৰ্তাঃ জীৱনত উন্নতি খাটাং

সূৰ্যগ্ৰহণে এই ৩ৰাশিৰ জীৱনলৈ আনিছে শুভ বাৰ্তাঃ জীৱনত উন্নতি খাটাং

1 year ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

5 days ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

5 days ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

5 days ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

5 days ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

5 days ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

5 days ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

5 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

5 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

5 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

6 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

6 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

6 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সূৰ্যগ্ৰহণে এই ৩ৰাশিৰ জীৱনলৈ আনিছে শুভ বাৰ্তাঃ জীৱনত উন্নতি খাটাং

সূৰ্যগ্ৰহণে এই ৩ৰাশিৰ জীৱনলৈ আনিছে শুভ বাৰ্তাঃ জীৱনত উন্নতি খাটাং

editor by editor
October 2, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
সূৰ্যগ্ৰহণে এই ৩ৰাশিৰ জীৱনলৈ আনিছে শুভ বাৰ্তাঃ জীৱনত উন্নতি খাটাং
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি অৰ্থাৎ ২ অক্টোবৰ বুধবাৰে নিশা ৯:১৩ বজাত বছৰৰ শেষ সূৰ্যগ্ৰহণ আৰম্ভ হ’ব। ৩ অক্টোবৰ বৃহস্পতিবাৰে পুৱা ৩:১৭ বজাত গ্ৰহণৰ অন্ত পৰিব। নিশা সংঘটিত হোৱা সূৰ্যগ্ৰহণৰ বাবে ভাৰতত এই সূৰ্যগ্ৰহণৰ প্ৰভাৱ নপৰিব৷ কিন্তু সূৰ্যগ্ৰহণৰ ফলত ১২টা ৰাশিৰ ওপৰত বিভিন্ন প্ৰভাৱ পৰিব পাৰে। সূৰ্যগ্ৰহণৰ প্ৰভাৱত ৩টা ৰাশিৰ ওপৰত অত্যন্ত ভাল প্ৰভাৱ পৰিব৷

কন্যা ৰাশি

কন্যা ৰাশিৰ জাতকৰ বাবে উপকাৰী হ’ব সূৰ্যগ্ৰহণ। ধন উপাৰ্জনৰ সম্ভাৱনা থাকিব। সমাজত আপোনাৰ সন্মান বাঢ়িব। পৰিয়ালৰ সদস্যৰ সৈতে সম্পৰ্ক উন্নত হ’ব। আপুনি পদোন্নতি কৰিব৷ আৰ্থিক সমস্যাৰ পৰা সকাহ পাব পাৰে। ব্যৱসায়ত অগ্ৰগতি পোৱাৰ বহু সম্ভাৱনা থাকিব। সূৰ্যৰ কৃপাত আপুনি যি কাম কৰিবলৈ সিদ্ধান্ত লৈছে তাতেই সফল হ’ব৷

বৃশ্চিক ৰাশি

সূৰ্যগ্ৰহণৰ বাবে আগন্তুক কেইটামান দিন বৃশ্চিক ৰাশিৰ বাবে অতি উপকাৰী হ’ব। আৰ্থিক সংকটৰ পৰা সকাহ পাব৷ সামাজিক কামত অংশ ল’ব পাৰে। কামত অগ্ৰগতি হ’ব৷ কেৰিয়াৰক লৈ আপুনি মানসিক চাপ অনুভৱ কৰিব পাৰে৷ আপুনি মানসিক চাপৰ পৰা উপশম পাব৷

মকৰ ৰাশি

মকৰ ৰাশিৰ লোকৰ বাবে সূৰ্যগ্ৰহণে শুভ বাৰ্তা আনিব৷ আৰ্থিক সংকটৰ পৰা আপুনি সকাহ পাব পাৰে। সামাজিক কামৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব পাৰে। সমাজত এক নতুন পৰিচয় গঢ় লৈ উঠিব পাৰে। জীৱনত বহু পৰিৱৰ্তন অহাৰ সম্ভাৱনা আছে৷ সূৰ্যগ্ৰহণৰ বাবে গ্ৰহৰাজৰ বিশেষ আশীৰ্বাদ লাভ কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
ইজৰাইলৰ আক্ৰমণৰ পাছতেই আকাশীপথ বন্ধ কৰিলে ইৰানে, ধমকি আমেৰিকালৈকো

ইজৰাইলৰ আক্ৰমণৰ পাছতেই আকাশীপথ বন্ধ কৰিলে ইৰানে, ধমকি আমেৰিকালৈকো

ধৰালৈ নামিল মহিষমৰ্দিনী… দেৱীপক্ষৰ আৰম্ভণিতে দীপলিনা ডেকাই শুভেচ্ছা জনাই কি লিখিলে সামাজিক মাধ্যমত?

ধৰালৈ নামিল মহিষমৰ্দিনী... দেৱীপক্ষৰ আৰম্ভণিতে দীপলিনা ডেকাই শুভেচ্ছা জনাই কি লিখিলে সামাজিক মাধ্যমত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.