• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৭৮ বছৰ পাছত মহালয়াত সূৰ্যগ্ৰহণ! অশুভ শক্তিৰ প্ৰভাৱত ঘন অন্ধকাৰ নামিব ৫ৰাশিৰ জীৱনলৈ

১৭৮ বছৰ পাছত মহালয়াত সূৰ্যগ্ৰহণ! অশুভ শক্তিৰ প্ৰভাৱত ঘন অন্ধকাৰ নামিব ৫ৰাশিৰ জীৱনলৈ

2 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

4 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

4 days ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

4 days ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

4 days ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

4 days ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

4 days ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

5 days ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

5 days ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

5 days ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

5 days ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

5 days ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

5 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১৭৮ বছৰ পাছত মহালয়াত সূৰ্যগ্ৰহণ! অশুভ শক্তিৰ প্ৰভাৱত ঘন অন্ধকাৰ নামিব ৫ৰাশিৰ জীৱনলৈ

editor by editor
October 12, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
১৭৮ বছৰ পাছত মহালয়াত সূৰ্যগ্ৰহণ! অশুভ শক্তিৰ প্ৰভাৱত ঘন অন্ধকাৰ নামিব ৫ৰাশিৰ জীৱনলৈ
0
SHARES
84.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৪ অক্টোবৰত বছৰৰ শেষৰটো সূৰ্যগ্ৰহণ। মহালয়া আৰু সৰ্বপিতৃ অমাবস্যাৰ দিনাই সূৰ্যগ্ৰহণ। জ্যোতিষ ধাৰণা অনুসৰি গ্ৰহণৰ সময়ত সূৰ্যক ৰাহুৱে গ্ৰাস কৰে। সেয়ে দিনৰ ভাগতেই অন্ধকাৰ নামি আহে। শাস্ত্ৰ অনুসৰি সূৰ্য গ্ৰহণৰ সময়ত নেতিবাচক শক্তিৰ প্ৰভাৱ বহুগুণে বাঢ়ি যায়। ফলক এই অশুভ শক্তিয়ে শুভ শক্তিক গ্ৰাস কৰে। আনহাতে বছৰৰ শেষৰটো সূৰ্যগ্ৰহণ কেইবাটাও কাৰণত পৃথক। গণনা অনুযায়ী ১৭৮ বছৰৰ পাছত মহালয়াৰ দিনাই সূৰ্যগ্ৰহণ। জ্যোতিষ শাস্ত্ৰই জনোৱা অনুসৰি এই বছৰৰ সূৰ্যগ্ৰহণ কেইবাটাও ৰাশিৰ বাবে অত্যন্ত অশুভ। তেওঁলোকৰ জীৱনত নেতিবাচক শক্তিৰ প্ৰভাৱ বহুগুণে বৃদ্ধি পাব। গ্ৰহণৰ সময়ৰ পৰা এদিন পাছলৈকে এইকেইটা ৰাশিৰ জাতক সতৰ্ক হৈ থকাটো খুবেই প্ৰয়োজন।

মেষ ৰাশি
সূৰ্য গ্ৰহণৰ প্ৰভাৱত পেছাগত জীৱনত সমস্যাই দেখা দিব পাৰে। কাৰ্যালয়ত শত্ৰুসকলে আপোনাৰ পৰাভূত কৰাৰ যত্ন কৰিব। সহকৰ্মীৰ বাবেই সমস্যাত সোমাই পৰিব পাৰে মেষ ৰাশিৰ জাতকসকল। সন্তানৰ পঢ়াশুনা আৰু পৰিয়ালৰ কাম-কাজত অৰ্থ ব্যয় হ’ব। অপ্ৰয়োজনীয় ব্যয় নকৰিব। ব্যয় নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে আৰ্থিক পৰিস্থিতি অৱনমিত হ’ব। পৰিশ্ৰমৰ সঠিক ফল লাভ নকৰিব।

বৃষ ৰাশি
এই ৰাশিৰ জাতকসকলৰ বাবে এই বছৰৰ শেষ সূৰ্যগ্ৰহণে অশুভ পৰিণতি কঢ়িয়াই আনিব বৃষ ৰাশিৰ জাতকলৈকো। বৃষ ৰাশিৰ জাতকসকল আৰ্থিক লোকচান, মানহানীৰ সন্মুখীন হ’ব। এই ৰাশিৰ জাতকক সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ দিছে জ্যোতিষ শাস্ত্ৰত। ভাৱিচিন্তি কাম কৰক নহলে সমস্যা বহুগুণে বৃদ্ধি পোৱাৰ সম্ভাৱনা।

সিংহ ৰাশি
জ্যোতিষ শাস্ত্ৰ অনুসৰি সিংহ ৰাশিৰ জাতকৰ বাবেও এই বছৰৰ সূৰ্য গ্ৰহণে বেয়া প্ৰভাৱ কঢ়িয়াই আনিব। জীৱনত একাধিক সমস্যা আহিব। অশুভ সংবাদ পাব পাৰে। মানসিক দিশত একাধিক অশান্তিয়ে দেখা দিব। গ্ৰহণৰ নেতিবাচক প্ৰভাৱৰ কাৰণে আপোনাৰ ব্যয় বৃদ্ধি পাব। এই সময়ত লোকচানৰ সম্ভাৱনা প্ৰৱল। আৰ্থিক লেনদেনৰ বিষয়ে সতৰ্কতা অৱলম্বন কৰাটো অতিকৈ প্ৰয়োজন।

কন্যা ৰাশি
এই ৰাশিতেই সূৰ্যগ্ৰহণ হ’ব। আপুনি একাধিক চেলেঞ্জৰ মোকাবিলা কৰিব লাগিব। এই সময়ত মানসিক অৱসাদ বৃদ্ধি পাব। যাৰ ফলত কামত প্ৰভাৱ পৰিব। জীৱনসংগীৰ সৈতে সম্পৰ্কত বিভেদ সৃষ্টি হ’ব পাৰে। বন্ধুত্বতো ফাট মেলাৰ সম্ভাৱনা। বিবাদ এৰাই চলাটোৱেই আপোনাৰ বাবে মংগল।

তুলা ৰাশি
জ্যোতিষ গণনা অনুসৰি তুলা ৰাশিৰ জাতকৰ বাবে এই বছৰৰ দ্বিতীয় সূৰ্যগ্ৰহণ অত্যন্ত অশুভ। আপোনাৰ মনলৈ অযথা অৱসাদৰ ভাৱ আহিব। যাৰফলত কোনো কামতেই মনোনিৱেশ কৰিব নোৱাৰিব। বিবাদ এৰাই চলক। এই সময়ত বিবাদ এৰাই নচলিলে সমস্যাৰ মুখামুখি হ’ব। ভাৱিচিন্তিহে যিকোনো কথা ক’ব। ঈশ্বৰভক্তিত মনোনিৱেশ কৰিলে লাভাম্বিত হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

February 10, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
জীৱনশৈলী

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
Next Post
আদানীক পিছপেলাই শীৰ্ষত আম্বানী! প্রথম ১০০ ধনী ব্যক্তিৰ অইন ৩ ভাৰতীয়

আদানীক পিছপেলাই শীৰ্ষত আম্বানী! প্রথম ১০০ ধনী ব্যক্তিৰ অইন ৩ ভাৰতীয়

Success Story: IIT নতুবা IIM নহয়, এই চাকৰিতহে আছে সৰ্বাধিক দৰমহা

Success Story: IIT নতুবা IIM নহয়, এই চাকৰিতহে আছে সৰ্বাধিক দৰমহা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.