• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতৰ কেইগৰাকীমান গ্লেমাৰাছ তথা সুন্দৰী মহিলা ৰাজনীতিবিদৰ বিষয়ে…

ভাৰতৰ কেইগৰাকীমান গ্লেমাৰাছ তথা সুন্দৰী মহিলা ৰাজনীতিবিদৰ বিষয়ে…

4 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 weeks ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 weeks ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 weeks ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 weeks ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 weeks ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 weeks ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 weeks ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

ভাৰতৰ কেইগৰাকীমান গ্লেমাৰাছ তথা সুন্দৰী মহিলা ৰাজনীতিবিদৰ বিষয়ে…

editor by editor
August 10, 2022
in অসম, ভাৰত, ৰাজনীতি
0
ভাৰতৰ কেইগৰাকীমান গ্লেমাৰাছ তথা সুন্দৰী মহিলা ৰাজনীতিবিদৰ বিষয়ে…
0
SHARES
452
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতৰ ৰাজনীতিত মহিলাৰ অংশগ্ৰহণ পুৰুষৰ তুলনাত তেনেই নগণ্য হ’লেও ভাৰতীয় ৰাজনীতিত মহিলাৰ দপদপনি চকুত লগাই বুলিব পাৰি৷ দেশৰ স্বাধীনতা আন্দোলনতো বহু মহিলা নেত্ৰীয়ে নেতৃত্ব বহন কৰাৰ ইতিহাস আছে৷ স্বাধীনতা আন্দোলনত বহু মহিলা সংগ্ৰামী আৰু মহিলা নেত্ৰীয়ে জীৱন বলিদান কৰাৰো নজিৰ আছে৷

আনহাতে, স্বাধীন ভাৰততো মহিলাই দেশৰ শাসনৰ বাঘজৰী ধৰি আহিছে৷ ইন্দিৰা গান্ধীয়ে দেশৰ  প্ৰধানমন্ত্ৰী হিচাপেই নহয়, এগৰাকী ৰাজনীতিবিদ হিচাপে সমগ্ৰ বিশ্বতে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল৷

জয়াললিতা, মমতা বেনাৰ্জী, বসুন্ধৰা ৰাজে, উমা ভাৰতী, মেহবুবা মুফটি আদিয়েও ৰাজ্য শাসনৰ বাঘজৰী ধৰি আহিছে৷ দেশৰ ৰাজনীতিত তেওঁলোকে নিজৰ প্ৰভাৱ বিস্তাৰিত কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ মাজৰ জয়াললিতাই সাংস্কৃতিক জগত বিশেষকৈ চলচ্চিত্ৰ জগতৰ পৰা ৰাজনীতিৰ পথাৰত ভৰি থৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী হৈছিল৷

আজি সাম্প্ৰতিক দেশৰ ৰাজনীতিত নিজৰ সৌন্দৰ্য তথা গ্লেমাৰৰ দ্বাৰা উজলি উঠা কেইগৰাকীমান ভাৰতীয় মহিলা ৰাজনীতিকৰ বিষয়ে আলোচনা কৰিবলৈ বিচাৰিছো৷

লগতে পঢ়ক যজ্ঞৰে মহিলাৰ কুচত সন্তান দিয়াৰ লোভ! ভক্ত মহিলাক ধৰ্ষণ কৰি গ্ৰেপ্তাৰ স্বয়ম্ভূ ধৰ্মীয় গুৰু

১. নুছৰত জাহান

নুছৰত জাহান এগৰাকী অতি গ্লেমাৰাছ ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী তথা ৰাজনীতিবিদ। বাংলা চিনেমাত তেওঁ এক বিশেষ স্থান দখল কৰিছে। ১৯৯০ চনৰ ৮ জানুৱাৰীত কলকাতাত জন্মগ্ৰহণ কৰিছিল। নুছৰত জাহানে ভৱানীপুৰ এডুকেচন ছ’চাইটি কলেজৰ পৰা শিক্ষা সমাপ্ত কৰে। ২০১৯ চনত তেওঁ সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰি বসীৰহাটৰ পৰা তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল। নুছৰত জাহানে ২০১১ চনত ৰাজ চক্ৰৱৰ্তীৰ ‘শোত্ৰু’ ছবিৰ জৰিয়তে চলচ্চিত্ৰৰ জগতত অভিষেক ঘটায়। ২০১৯ চনত নিখিল জৈনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।

২. দিব্য স্পন্দনা

অতি সৌন্দৰ্যৱতী দিব্য স্পন্দনা চলচ্চিত্ৰ জগতত ৰম্যা নামেৰে জনাজাত। দক্ষিণ ভাৰতৰ এগৰাকী বিখ্যাত অভিনেত্ৰী যিয়ে কানাড়া ছবিৰ লগতে তামিল আৰু তেলেগু ভাষাৰ ছবিত অভিনয় কৰিছে। ১৯৮২ চনৰ ২৯ নৱেম্বৰত বাংলালুৰুত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ প্ৰথমখন ছবি আছিল ২০০৮ চনত মুক্তি লাভ কৰা কানাড়া ছবি ‘মুছাঞ্জাইমাতু’। এই ছবিখনে বৃহৎ সফলতা লাভ কৰিছিল। ২০১৩ চনত কৰ্ণাটকৰ মাণ্ডিয়া সমষ্টিৰ পৰা উপ-নিৰ্বাচনত জয়ী হৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে ৰাজনীতিত প্ৰৱেশ কৰিছিল ৰম্যাই।

৩. অলকা লাম্বা

আড়ম্বৰপূৰ্ণ ৰাজনীতিবিদৰ উপৰিও আলকা লাম্বা সৌন্দৰ্যৰ বাবেও পৰিচিত। ১৯ বছৰ বয়সত তেওঁ কংগ্ৰেছৰ ছাত্ৰ সন্থা এন এছ ইউ আইত যোগদান কৰে। যুৱক-যুৱতীসকলক সবলীকৰণৰ লক্ষ্যৰে তেওঁ ‘গো ইণ্ডিয়া ফাউণ্ডেশ্যন’ নামৰ এটা বেচৰকাৰী সংস্থা আৰম্ভ কৰে। ২০ বছৰতকৈ অধিক সময় কংগ্ৰেছৰ সৈতে জড়িত হৈ থকাৰ পিছত আম আদমী পাৰ্টীত যোগদান কৰি ২০১৫ চনৰ ফেব্ৰুৱাৰী মাহত চান্দনী চৌকৰ পৰা দিল্লী বিধানসভালৈ নিৰ্বাচিত হয়।

লগতে পঢ়ক একেলগে ১৮ প্ৰেমিকেৰে প্ৰেমৰ হাই ভল্টেজ নাটক! ২.৩ কোটি টকা আত্মসাৎ কৰি গ্ৰেপ্তাৰ কোন মডেল?

৪. ডিম্পল যাদৱ

ডিম্পল যাদৱ এগৰাকী সুন্দৰী আৰু গ্লেমাৰাছ ৰাজনীতিবিদ। কন্নৌজৰ পৰা দুবাৰকৈ সমাজবাদী পাৰ্টীৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। তেওঁ উত্তৰ প্ৰদেশৰ প্ৰসিদ্ধ ৰাজনৈতিক পৰিয়ালৰ বোৱাৰী। তেওঁৰ স্বামী অখিলেশ যাদৱ আৰু শহুৰেক মুলায়ম সিং যাদৱ দুয়োগৰাকী উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।

৫. গুল পনাগ

গুল পানাগ এগৰাকী প্ৰাক্তন বিউটি কুইন, ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনীতিবিদ। ২০০৩ চনত ধূপ নামৰ ছবিখনেৰে তেওঁ বলীউডত আত্মপ্ৰকাশ কৰিছিল। বহু চলচ্চিত্ৰ আৰু টিভি ছিৰিয়েলত তেওঁ কাম কৰিছে। ২০১৪ চনৰ লোকসভা নিৰ্বাচনত চণ্ডীগড়ৰ পৰা আম আদমী পাৰ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল।

৬. আংগুৰলতা ডেকা

আংগুৰলতা ডেকা এগৰাকী মডেল তথা অভিনেত্ৰীৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী সুন্দৰী নেত্ৰী। তেওঁ অসমীয়া চলচ্চিত্ৰত কাম কৰিছে। ২০১৬ চনৰ পৰা অসমৰ বটদ্ৰৱা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ পৰা বিধায়িকা হোৱা আংগুৰলতা বৰ্তমান অসম প্ৰদেশ বিজেপিৰ মহিলা মৰ্চাৰ সভানত্ৰী৷ বিভিন্ন সময়ত বিতৰ্কিত মন্তব্যৰে আংগুৰলতা ডেকাই অসমৰ ৰাজনীতিত চৰ্চিত হৈ থাকে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Alaka Lambaangurlata dekaasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamDimple YadavDivya SpandanaGul PanagNusarat Jahan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
এই মহিলাসকলে জীৱনত মাত্ৰ এবাৰহে গা ধোৱে! গা নোধোৱাকৈ কেনেকৈ থাকে?

এই মহিলাসকলে জীৱনত মাত্ৰ এবাৰহে গা ধোৱে! গা নোধোৱাকৈ কেনেকৈ থাকে?

ঘৰুৱা উপায়েৰে কেনেকৈ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিব পাৰি?

ঘৰুৱা উপায়েৰে কেনেকৈ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিব পাৰি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.