• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সোনমেই মূল মাষ্টাৰমাইণ্ড, স্বামীক শেষ কৰাৰ পাছত ইন্দোৰলৈ উভতনি যাত্ৰা, ইন্দোৰত উপস্থিত হৈ প্ৰেমিক ৰাজৰ সৈতে হোটেলৰ কোঠাত নিশা উদযাপন, আৰু নতুন কি কি তথ্য?

10 months ago
খোজকঢ়া, দৌৰাৰ ক্ষমতা হেৰাই যায়…! বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱান-নাতাশাৰ কন্যা লাৰা

1 hour ago
ভাৱিবই নোৱাৰিব, এইসমূহেই লিভাৰ ছিৰোচিছৰ সংকেত, আগতেই সচেতন নহ’লে ভয়ংকৰ বিপদ হ’ব পাৰে আপোনাৰো

2 hours ago
ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?

কেতিয়াবা স্নিগ্ধ, কেতিয়া অভিজাত, কেতিয়াবা ৰিয়েল ডিভা! নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ পত্নী ছাবিনাৰ ছবি কিয় ট্ৰেণ্ডিঙত?

3 hours ago
ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

নক্ষত্ৰ সলনি কৰিব ৰঙা গ্ৰহ মঙ্গলে, মঙ্গলৰ নক্ষত্ৰ সলনিত প্ৰেম, ধন হাতলৈ আহিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

4 hours ago
বুধাদিত্য ৰাজযোগে সৌভাগ্য কঢ়িয়াই আনিছে, সমগ্ৰ এপ্ৰিল মাহজুৰি সুখবৰ লাভ কৰিব এই ৫ৰাশিয়ে

খাদ্য খোৱাৰ পাছত প্লেটতেই হাত ধুৱে? জীৱনত দুখ-দাৰিদ্ৰ মাতি আনিছে? কি কয় বাস্তুশাস্ত্ৰই?

5 hours ago
মুখৰ দুৰ্গন্ধৰ বাবে কথা ক’বলৈকো লাজ পায়! মাউথফ্রেছনাৰৰ ওপৰত ভৰসা এৰক, খাদ্যভাষ সলনি কৰি খাদ্য তালিকাত ৰাখক এইকেইবিধ খাদ্য

6 hours ago
এই তাৰিখে জন্ম হোৱা যুৱতীৰ স্বামী যদি আপুনি ভাগ্যবান! জানক আপোনাৰ সংগী সম্পৰ্কে সবিশেষ

এইকেইটা লক্ষণ আছে যদি বুজিব আপোনাৰ সংগী মানসিকভাৱে পৰিপক্ক নহয়, সম্পৰ্ক গঢ়াৰ পূৰ্বেই মন দিয়ক এইকেইটা দিশত

বিবাহিত পুৰুষ পাৰস্পৰিক সন্মতিত লিভ-ইন সম্পৰ্কত থাকিলে সেয়া অপৰাধ নহয়, পৰ্যবেক্ষণ এলাহাবাদ হাইকৰ্টৰ

  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

সোনমেই মূল মাষ্টাৰমাইণ্ড, স্বামীক শেষ কৰাৰ পাছত ইন্দোৰলৈ উভতনি যাত্ৰা, ইন্দোৰত উপস্থিত হৈ প্ৰেমিক ৰাজৰ সৈতে হোটেলৰ কোঠাত নিশা উদযাপন, আৰু নতুন কি কি তথ্য?

সোনমেই মূল মাষ্টাৰমাইণ্ড, স্বামীক শেষ কৰাৰ পাছত ইন্দোৰলৈ উভতনি যাত্ৰা, ইন্দোৰত উপস্থিত হৈ প্ৰেমিক ৰাজৰ সৈতে হোটেলৰ কোঠাত নিশা উদযাপন, আৰু নতুন কি কি তথ্য?

editor by editor
June 10, 2025
in অপৰাধ, অসম, উত্তৰ-পূব, জীৱনশৈলী, ভাৰত
0
সোনমেই মূল মাষ্টাৰমাইণ্ড, স্বামীক শেষ কৰাৰ পাছত ইন্দোৰলৈ উভতনি যাত্ৰা, ইন্দোৰত উপস্থিত হৈ প্ৰেমিক ৰাজৰ সৈতে হোটেলৰ কোঠাত নিশা উদযাপন, আৰু নতুন কি কি তথ্য?
0
SHARES
2.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ এটাৰ পাছত আনটো পৰ্দা ফাঁচ৷ মেঘালয় আৰক্ষীৰ অপাৰেছনত এই ঘটনাত জড়িত আটাইকেইগৰাকীকেই ধৰিছে আৰক্ষীয়ে৷ মেঘালয় আৰক্ষীৰ মূল দলত ২০ জন সদস্য আছিল যিয়ে ৰাজা ৰঘুবংশী হত্যাৰ গোচৰৰ তদন্তত নিযুক্ত আছিল৷ ইন্দোৰৰ আৰক্ষীয়েও হত্যাৰ গোচৰৰ তদন্তত সহযোগিতা কৰিছিল৷ ৭জুনত যেতিয়া SIT টিমত তিনি অভিযুক্তৰ প্ৰফাইল পৰীক্ষা কৰে৷ তাতেই ঘটনাৰ ১০ কিঃমিঃ আগত তিনি অভিযুক্তৰ সৈতে সোনমক দেখা গৈছে৷ সোনমৰ সন্মুখতেই ৰাজা ৰঘুবংশীক হত্যা কৰা হৈছিল বুলিও তথ্যত প্ৰকাশ পাইছে৷
২১ মেত অভিযুক্তসকলে গুৱাহাটীলৈ আহি তাৰপৰা আকৌ মেঘালয়লৈ গৈ সোনমৰ হোম ষ্টেৰ কাষতেই এক হোটেল লৈছিল৷ ২৩ মে ত অপৰাধ কৰাৰ পাছত আকৌ গুৱাহাটীলৈ উভতি আহে৷ সোনমেও ২৩ মেত ট্ৰেনত উঠি গুৱাহাটীৰ পৰা ইন্দোৰলৈ যাত্ৰা কৰে৷ ২৫ মেত ইন্দোৰত উপস্থিত হৈ তাৰপৰা প্ৰেমিক ৰাজ কুশৱাহাক লগ ধৰে৷ ৰাজৰ সৈতে ইন্দোৰৰ এটা ভাড়া ঘৰত এদিন কটাই দুয়ো৷ তাৰপাছতেই এজন ড্ৰাইভাৰে তেওঁক বেনাৰসত নমাই দিয়ে৷ বেনাৰসৰ পৰা সোনম আহে গাজীপুৰলৈ৷ হত্যাৰ পাছতেই সোনম আৰু তেওঁৰ প্ৰেমিক ৰাজৰ মাজত বিভিন্ন বাৰ্তালাপৰ স্থিৰচিত্ৰও পোৱা গৈছে৷ শ্বিলং আৰক্ষীয়ে প্ৰায় ৪২ টা চিচিটিভি ফুটেজ লাভ কৰিছে৷ অভিযুক্তসকলে গুৱাহাটীৰ হোটেলৰ বাহিৰৰ এখন দোকানৰ পৰা অস্ত্ৰ ক্ৰয় কৰিছিল৷ অভিযুক্তই ট্ৰেইনত গুৱাহাটীলৈ আহিছিল৷ আৰক্ষীয়ে জনাইছে যে সোনমে তেওঁৰ স্বামীক হত্যাৰ প্লেনিং লৈয়েই আনিছিল৷
পূৰ্বেই কৰা হৈছিল এই হত্যাকাণ্ডৰ প্লেনিং৷ বিয়াৰ ১০ দিনৰ পাছত হত্যাৰ পৰিকল্পনা কৰা হৈছিল৷ নববিবাহিত কাপলে নিজৰ কোনো ছবি তোলা নাছিল তাতেই আৰক্ষীৰ সন্দেহ হৈছিল৷ তাৰপিছতেই সোনমৰ সামাজিক মাধ্যম একাউণ্টত দিয়া এটা পোষ্টে সন্দেহ আৰু বঢ়াই দিয়ে আৰক্ষীৰ৷ হত্যাকাণ্ডটো হৈছিল দুপৰীয়া ২.১৫মিনিটত৷ তাৰপিছতেই তেওঁ পোষ্ট লিখিছিল- সাত জনমৰ বাবে একেলগে থকাৰ প্ৰতিশ্ৰুতি!
হত্যা কৰাৰ পাছত ১১ কিঃমিঃ দূৰৈত অভিযুক্তসকল আকৌ বাৰ্তালাপত মিলিত হৈছিল৷ ৩ আৰু ৪ জুনত আৰক্ষীয়ে জনাব পাৰে যে সোনম হত্যাৰ সৈতে জড়িত৷ ঘটনাস্থলত হত্যাকাৰী আকাশৰ চাৰ্ট এটাও পোৱা গৈছে৷ সোনমে নিজৰ ৰেইনকোট আকাশক দিছিল যি ৰেইনকোট ঘটনাস্থলৰ পৰা ৬ কিঃমিঃ দূৰৈত পোৱা গৈছে৷ তদন্তক ভুল পথেৰে পৰিচালিত কৰিবৰ বাবেই এইবোৰ কৰিছিল৷ যেতিয়া অভিযুক্ত আনন্দ কুৰ্মিক ধৰা হয় তেতিয়াও আনন্দই হত্যা কৰাৰ সময়ত পৰিধান কৰি থকা পোছাকেই পিন্ধি আছিল৷
মেঘালয় আৰক্ষীয়ে ৫০ কিঃমিঃ এলেকাৰ চিচিটিভি ফুটেজ স্কেন কৰিছে৷ ৰাজা আৰু সোনমক যি চিচিটিভি ফুটেজত দেখা গৈছে সেই ফুটেজত চাৰিওফালে তিনিটা লৰাকো দেখা গৈছে৷ আৰক্ষীয়ে এলেকাৰ সমস্ত সক্ৰিয় নম্বৰ পৰীক্ষা কৰিছে৷ ইন্দোৰৰ তিনিটা নম্বৰ একটিভ পোৱা গৈছিল এই তদন্তত৷ তাৰপিছতেই সোনমে দেওবাৰে মাজনিশা আত্মসমৰ্পণ কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খোজকঢ়া, দৌৰাৰ ক্ষমতা হেৰাই যায়…! বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱান-নাতাশাৰ কন্যা লাৰা
জীৱনশৈলী

March 29, 2026
ভাৱিবই নোৱাৰিব, এইসমূহেই লিভাৰ ছিৰোচিছৰ সংকেত, আগতেই সচেতন নহ’লে ভয়ংকৰ বিপদ হ’ব পাৰে আপোনাৰো
জীৱনশৈলী

ভাৱিবই নোৱাৰিব, এইসমূহেই লিভাৰ ছিৰোচিছৰ সংকেত, আগতেই সচেতন নহ’লে ভয়ংকৰ বিপদ হ’ব পাৰে আপোনাৰো

March 29, 2026
ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?
জীৱনশৈলী

ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?

March 29, 2026
কেতিয়াবা স্নিগ্ধ, কেতিয়া অভিজাত, কেতিয়াবা ৰিয়েল ডিভা! নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ পত্নী ছাবিনাৰ ছবি কিয় ট্ৰেণ্ডিঙত?
জীৱনশৈলী

কেতিয়াবা স্নিগ্ধ, কেতিয়া অভিজাত, কেতিয়াবা ৰিয়েল ডিভা! নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ পত্নী ছাবিনাৰ ছবি কিয় ট্ৰেণ্ডিঙত?

March 29, 2026
Next Post
স্বামীহন্তা সোনম অন্তঃসত্ত্বা নেকি? মেডিকেল ৰিপৰ্টৰ তথ্যত নিগেটিভ নহয় ফলাফল, আনক্লিয়াৰ লিখি চিকিৎসকে দিছে আলট্ৰাচাউণ্ডৰ পৰামৰ্শ

বৰাকত উন্নয়নৰ নতুন জোৱাৰ অনা হ’ব! বৰাক উপত্যকা উন্নয়ন বিভাগৰ সৈতে আলোচনাৰ পাছতেই বৰাকক লৈ কেইবাটাও ডাঙৰ সিদ্ধান্ত মুখ্যমন্ত্ৰীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন