• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্পাইডাৰ মেন খ্যাত টমে গুগলত চাৰ্চ কৰে প্ৰেমিকাৰ বিষয়ে, কাৰণ জানি আচৰিত হ’ব আপুনি

স্পাইডাৰ মেন খ্যাত টমে গুগলত চাৰ্চ কৰে প্ৰেমিকাৰ বিষয়ে, কাৰণ জানি আচৰিত হ’ব আপুনি

2 years ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ সলনি হ’ব ভাগ্য!

29 minutes ago
পুৰণি অৱসৰৰ পৰিকল্পনা নকৰিব কাম! বিশেষজ্ঞসকলে প্ৰকাশ কৰিলে নতুন সূত্ৰ

পুৰণি অৱসৰৰ পৰিকল্পনা নকৰিব কাম! বিশেষজ্ঞসকলে প্ৰকাশ কৰিলে নতুন সূত্ৰ

52 minutes ago
হাত-ভৰি বাৰে বাৰে ফুলা…ই কি ৰোগৰ লক্ষণ?

হাত-ভৰি বাৰে বাৰে ফুলা…ই কি ৰোগৰ লক্ষণ?

1 hour ago
মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ, সকাহ পাবলৈ অভিনেত্ৰীয়ে কৰিলে আচৰিত কাম!

মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ, সকাহ পাবলৈ অভিনেত্ৰীয়ে কৰিলে আচৰিত কাম!

2 hours ago
১০০-১৫০ জন অতিথি, আমিৰ খানৰ তৃতীয় বিবাহত বিশেষ খাদ্য সম্ভাৰ

১০০-১৫০ জন অতিথি, আমিৰ খানৰ তৃতীয় বিবাহত বিশেষ খাদ্য সম্ভাৰ

3 hours ago
চৰকাৰী কৰ্মচাৰীৰ আহিছে ভালদিন! DA সন্দৰ্ভত পাঁচটা ডাঙৰ দাবী উত্থাপন

চৰকাৰী কৰ্মচাৰীৰ আহিছে ভালদিন! DA সন্দৰ্ভত পাঁচটা ডাঙৰ দাবী উত্থাপন

4 hours ago
WhatsAppত এইবোৰ মেছেজ আহিলে সাৱধান! নিমিষতে হ’ব একাউণ্ট খালী

WhatsAppত এইবোৰ মেছেজ আহিলে সাৱধান! নিমিষতে হ’ব একাউণ্ট খালী

4 hours ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ ইমান দিন ১০০ টকাকৈ কৰক সঞ্চয়!

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ ইমান দিন ১০০ টকাকৈ কৰক সঞ্চয়!

5 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

১৩ জুলাইৰ পূৰ্বে সাৱধান হওক ৪ ৰাশিৰ লোক, হ’ব পাৰে সৰ্বনাশ!

7 hours ago
সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

8 hours ago
চাকৰিত বাৰে বাৰে বাধা? তেন্তে দেওবাৰে কৰক এই কাম

চাকৰিত বাৰে বাৰে বাধা? তেন্তে দেওবাৰে কৰক এই কাম

8 hours ago
জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

স্পাইডাৰ মেন খ্যাত টমে গুগলত চাৰ্চ কৰে প্ৰেমিকাৰ বিষয়ে, কাৰণ জানি আচৰিত হ’ব আপুনি

editor by editor
November 3, 2024
in চিনেমা, বিবিধ, বিশ্ব, ভাৰত, লেখা, সংগীত
0
স্পাইডাৰ মেন খ্যাত টমে গুগলত চাৰ্চ কৰে প্ৰেমিকাৰ বিষয়ে, কাৰণ জানি আচৰিত হ’ব আপুনি
0
SHARES
84
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

স্পাইডাৰ মেন খ্যাত টমে গুগলত চাৰ্চ কৰে প্ৰেমিকাৰ বিষয়ে, কাৰণ জানি আচৰিত হ’ব আপুনি

‘স্পাইডাৰ-মেন’ খ্যাত টম হলণ্ড আৰু তেওঁৰ প্ৰেমিকা জেণ্ডায়াৰ বিষয়ে সকলোৱে জানে। সামাজিকত টমে বহু বাৰ বহু ঠাইত জেণ্ডায়াৰ বিশেষ যত্ন লোৱা দেখা গৈছে। শেহতীয়াকৈ টমে শ্বেয়াৰ কৰিছে যে তেওঁ প্ৰায়ে গুগলত জেণ্ডায়াৰ সন্ধান কৰে।

টমৰ প্ৰেমিকাৰ এইদৰে অনুসন্ধান কৰাৰ ইয়াৰ আঁৰৰ কাৰণে অনুৰাগীসকলক আচৰিত কৰি তুলিছে।

এক আন্তঃৰাষ্ট্ৰীয় সংবাদ পত্ৰই প্ৰকাশ কৰা অনুসৰি টমে শ্বেয়াৰ কৰিছে যে তেওঁ নিজৰ প্ৰেমিকা জেণ্ডায়াক গুগলত প্ৰায়ে চাৰ্চ কৰে কেৱল তাই ঠিকেই আছে নে নাই চাবলৈ।

স্পাইডাৰ মেনৰ অভিনেতাগৰাকীয়ে কয় যে, “মই ছ’চিয়েল মিডিয়াত এক্টিভ নাথাকো আৰু ব্যৱহাৰ নকৰাৰ সময়ত ইয়াক ডিলিট কৰো, সেয়ে কেতিয়াবা জেণ্ডায়াক লৈ অলপ চিন্তনীয় হৈ পৰো, কিন্তু তাই ঠিকে আছে নে নাই সেয়া চাবলৈ আৰু সেয়া নিশ্চিত কৰিবলৈ তাইৰ বিষয়ে গুগলত সন্ধান কৰো।”

টমে লগতে ইয়াকো কয় যে, মই অলপ গুগল কৰি বাতৰিবোৰ চাওঁ আৰু মই স্পষ্ট হ’ও যে, তাই ঠিকেই আছে।’

উল্লেখ্য যে, ২০১৭ চনত ‘স্পাইডাৰ-মেন: হোমকামিং’ ছবিখনত একেলগে কাম কৰি থকাৰ সময়তে টম আৰু জেণ্ডায়া দুয়ো লগ পাইছিল আৰু ২০২১ চনৰ পৰা ডেটিং আৰম্ভ কৰিছিল। অৱশ্যে এই দম্পতীহালে আৰম্ভণিতে নিজৰ সম্পৰ্কৰ বিষয়ে গোপনে ৰাখিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Google SearchHollywoodHollywood actorspider man
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ সলনি হ’ব ভাগ্য!

July 5, 2026
পুৰণি অৱসৰৰ পৰিকল্পনা নকৰিব কাম! বিশেষজ্ঞসকলে প্ৰকাশ কৰিলে নতুন সূত্ৰ
বাণিজ্য

পুৰণি অৱসৰৰ পৰিকল্পনা নকৰিব কাম! বিশেষজ্ঞসকলে প্ৰকাশ কৰিলে নতুন সূত্ৰ

July 5, 2026
হাত-ভৰি বাৰে বাৰে ফুলা…ই কি ৰোগৰ লক্ষণ?
জীৱনশৈলী

হাত-ভৰি বাৰে বাৰে ফুলা…ই কি ৰোগৰ লক্ষণ?

July 5, 2026
মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ, সকাহ পাবলৈ অভিনেত্ৰীয়ে কৰিলে আচৰিত কাম!
বিনোদন

মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ, সকাহ পাবলৈ অভিনেত্ৰীয়ে কৰিলে আচৰিত কাম!

July 5, 2026
Next Post
সূৰ্যৰ নক্ষত্ৰত কেতুৰ প্ৰৱেশে বৃহৎ লোকচান ৩ ৰাশিৰ, ধন-সম্পত্তিৰ ক্ষতি

সূৰ্যৰ নক্ষত্ৰত কেতুৰ প্ৰৱেশে বৃহৎ লোকচান ৩ ৰাশিৰ, ধন-সম্পত্তিৰ ক্ষতি

আপোনাৰ ঘৰতো আছে নেকি মানি প্লাণ্ট, পাৰ্থক্য দেখিলেই জানিব ঘৰত হবলৈ গৈ আছে

আপোনাৰ ঘৰতো আছে নেকি মানি প্লাণ্ট, পাৰ্থক্য দেখিলেই জানিব ঘৰত হবলৈ গৈ আছে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.