পলাতক চুমি বৰা আৰু তাৰ্কিক বৰাৰ শেহতীয়া অৱস্থিতিৰ EXCLUSIVE তথ্য NB NEWS ৰ হাতত
মেঘালয়ত আত্মগোপনৰ সন্দেহ চুমি বৰা আৰু তার্কিক বৰাৰ৷
একাংশ শীর্ষ আৰক্ষী বিষয়াৰ পৰামৰ্শমতে পলায়ন দুয়োৰে বুলি সন্দেহ৷
মেঘালয়ৰ কোনো এক সুৰক্ষিত স্থানত চুমি আৰু তার্কিকক আত্মগোপনৰ পৰামৰ্শ শীৰ্ষ কোনো আৰক্ষী বিষয়াৰ৷
২ ছেপ্তেম্বৰত আৰক্ষীৰ পৰামৰ্শমতে ওলাই গৈছিল চুমি, তার্কিক!
প্রথমে ওলাই গৈ বাহৰ পাতিছিল দীক্ষুৰ ঘৰত৷
চুমি, তার্কিক পলোৱাত সহায় কৰিছে একাংশ শীর্ষ আৰক্ষী বিষয়াই৷
অগ্রীম জামিন নোপোৱালৈকে মেঘালয়তে থাকিবলৈ পৰামৰ্শ চুমি-তাৰ্কিক৷
চুমিক গ্ৰেপ্তাৰ কৰিলে পোহৰলৈ আহিব পাৰে বহু প্ৰভাৱশালী ব্যক্তিৰ নাম৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ