• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এমাহ সাৱধানে থাকক ৪ ৰাশিৰ জাতক! কন্যাত সূৰ্যৰ ভ্ৰমণে কেৰিয়াৰ আৰু ব্যৱসায়ত বঢ়াব সমস্যা

এমাহ সাৱধানে থাকক ৪ ৰাশিৰ জাতক! কন্যাত সূৰ্যৰ ভ্ৰমণে কেৰিয়াৰ আৰু ব্যৱসায়ত বঢ়াব সমস্যা

3 years ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

সোণৰ মূল্য বৃদ্ধি নে হ্ৰাস পালে? আজিয়েই পৰীক্ষা কৰক মূল্য

2 hours ago
৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

2 hours ago
Live-in Relationship আৰু তাৰ পিছত বিচ্ছেদ! কিয় অৰ্জুনৰ সৈতে বিচ্ছেদ হৈছিল মালাইকাৰ?

Live-in Relationship আৰু তাৰ পিছত বিচ্ছেদ! কিয় অৰ্জুনৰ সৈতে বিচ্ছেদ হৈছিল মালাইকাৰ?

3 hours ago
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীতশিল্পী, কাজিয়াত বাধা দিবলৈ যাওতেই কৰে হ*ত্যা

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীতশিল্পী, কাজিয়াত বাধা দিবলৈ যাওতেই কৰে হ*ত্যা

3 hours ago
কলডিল প্ৰিয় নে? কলতকৈ বেছি উপকাৰী কলডিল!

কলডিল প্ৰিয় নে? কলতকৈ বেছি উপকাৰী কলডিল!

3 hours ago
অক্ষয় তৃতীয়াত লক্ষ্মী নাৰায়ণ ৰাজযোগ, লক্ষ্মীৰ কৃপাত ধনসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতক জাতিকাই

উদয় হ’ব ভাগ্য, ১১ ছেপ্টেম্বৰত স্বাতী নক্ষত্ৰত শুক্ৰই কৰিব গোচৰ!

4 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: শীঘ্ৰে বৃদ্ধি পাব চৰকাৰী কৰ্মচাৰীৰ দৰমহা! শেহতীয়া আপডেটৰ সৈতে

4 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ভূমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান?

5 hours ago
সুধাকণ্ঠক ওপজা দিনত সশ্ৰদ্ধ স্মৰণ, ৰাজ্যজুৰি আয়োজন বিশেষ অনুষ্ঠানৰ

ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ, গীতে-মাতে স্মৰণ সুধাকণ্ঠক

7 hours ago
Mercury Transit 2026: আজিৰে পৰা জিলিকিব এই ৬টা ৰাশিৰ ভাগ্য, সলনি হৈছে বুধৰ গতি

Mercury Transit 2026: আজিৰে পৰা জিলিকিব এই ৬টা ৰাশিৰ ভাগ্য, সলনি হৈছে বুধৰ গতি

8 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

জীৱনলৈ আহিব সোণালী সুযোগ, আজি কাৰ কাৰ উদয় হ’ব ভাগ্য?

8 hours ago
গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

এমাহ সাৱধানে থাকক ৪ ৰাশিৰ জাতক! কন্যাত সূৰ্যৰ ভ্ৰমণে কেৰিয়াৰ আৰু ব্যৱসায়ত বঢ়াব সমস্যা

editor by editor
September 14, 2023
in ভাৰত, লেখা
0
এমাহ সাৱধানে থাকক ৪ ৰাশিৰ জাতক! কন্যাত সূৰ্যৰ ভ্ৰমণে কেৰিয়াৰ আৰু ব্যৱসায়ত বঢ়াব সমস্যা
0
SHARES
25.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ১৭ ছেপ্টেম্বৰত ৰাশি পৰিবৰ্তন কৰিব সূৰ্য। স্ব ৰাশি সিংহত এমাহ ভ্ৰমম কৰাৰ পাছত মিত্ৰ বুধৰ ৰাশি কন্যাত প্ৰৱেশ কৰিব সূৰ্যই। জ্যোতিষ গণনা অনুযায়ী ১৭ ছেপ্টেম্বৰত পুৱা ৭ বাজি ১২ মিনিটত কন্যা ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই। তাৰপাছতেই আগন্তুক এমাহ সূৰ্যই কন্যা ৰাশিত অৱস্থান কৰিব। সূৰ্যৰ কন্যা ৰাশিত প্ৰৱেশে কেইবাটাও ৰাশিৰ বাবে সমস্যা আনিব। ৪ ৰাশিৰ জীৱনত সূৰ্যৰ ৰাশি পৰিবৰ্তনৰ নেতিবাচক প্ৰভাৱ পৰিব। আগন্তুক এমাহ ৪ৰাশিৰ জাতকৰ অৰ্থ আৰু কেৰিয়াৰত প্ৰভাৱ পৰিব। সূৰ্যৰ ৰাশি পৰিবৰ্তনৰ ফলত কোন কোন ৰাশিৰ ওপৰত অশুভ প্ৰভাৱ পৰিব জানি থওক।

মেষ ৰাশি
সূৰ্যই আপোনাৰ ৰাশিৰ ষষ্ঠ স্থানত প্ৰৱেশ কৰিব। জ্যোতিষ শাস্ত্ৰত সূৰ্যই কন্যা ৰাশিত থকাটোক শত্ৰুৰ স্থান বুলি কোৱা হয়। সূৰ্যৰ কন্যাৰ ভ্ৰমণৰ সময়ত মেষ ৰাশিৰ জাতকৰ শত্ৰু সক্ৰিয় হ’ব। কোনোৱে আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব পাৰে। যিকোনো কাম কৰোতে সতৰ্ক হওক। আপোনাৰ স্বাস্থ্যও এই সময়ত প্ৰভাৱিত হ’ব। তেলত ভজা মছলাজাতীয় খাদ্য এৰাই চলক। নহলে পেটৰ সমস্যাত ভূগিব পাৰে।

তুলা ৰাশি
জ্যোতিষ শাস্ত্ৰ অনুসৰি সূৰ্য এই সময়ত আপোনাৰ ক্ষতিৰ স্থানত থাকিব। সেয়ে তুলা ৰাশিৰ জাতকৰ আৰ্থিকত অসুবিধা আহিব। পিতৃ-মাতৃৰ স্বাস্থ্য দুৰ্বল হ’ব পাৰে। তেওঁলোকৰ যত্ন লওক। অৰ্থ সঞ্চয়ৰ বাবে বাবে বাজেট তৈয়াৰ কৰক। য’তে ত’তে ধন খৰচ নকৰিব। বিদেশী কোম্পানীত কৰ্মৰত বা বিদেশত ব্যৱসায়ৰ সৈতে জড়িত জাতকৰ বাবে এই সময় শুভ। অধ্যাত্মিক কামকাজত আগভাগ লওক। তেওঁলোকৰ বাবে এই সময় খুব বেয়াও নহয়।

কুম্ভ ৰাশি
সূৰ্যৰ পৰিভ্ৰমণে এই ৰাশিকো প্ৰভাৱিত কৰিব। সূৰ্যৰ অষ্টম কক্ষত বিচৰণে কুম্ভ ৰাশিৰ জাতকৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমত্য দূৰ্বল কৰিব। এই মাহত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওতে ভাৱি চিন্তি লওক। বয়স্কসকলৰ সাহায্য লাভ কৰিব এই ৰাশিৰ জাতকে। আপোনাৰ স্বাস্থ্য দুৰ্বল থাকিব। আপোনাৰ মনত সকলোৱে যেন আপোনাক অৱজ্ঞা কৰিছে সেই ধাৰণা আহিব।

মীন ৰাশি
কন্যা ৰাশিত সূৰ্যৰ গোচৰৰ ফলত মীন ৰাশিৰ জাতকৰ অহং বোধ বাঢ়িব। এই সময়ত ভাৱিচিন্তি কথা ক’লে ভাল। দাম্পত্য জীৱনত সমস্যাই দেখা দিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ ভাৱমূৰ্তি নষ্ট হ’ব পাৰে। একাগ্ৰতাৰ সৈতে কাম কৰিলে সুফল পাব। জীৱনসংগীৰ সৈতে মনোমালিন্য হ’ব পাৰে। ৰাজনীতিৰ সৈতে জড়িত জাতকে প্ৰশংসা লাভ কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!
বাণিজ্য

সোণৰ মূল্য বৃদ্ধি নে হ্ৰাস পালে? আজিয়েই পৰীক্ষা কৰক মূল্য

September 8, 2026
৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?
বাণিজ্য

৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

September 8, 2026
Live-in Relationship আৰু তাৰ পিছত বিচ্ছেদ! কিয় অৰ্জুনৰ সৈতে বিচ্ছেদ হৈছিল মালাইকাৰ?
বিনোদন

Live-in Relationship আৰু তাৰ পিছত বিচ্ছেদ! কিয় অৰ্জুনৰ সৈতে বিচ্ছেদ হৈছিল মালাইকাৰ?

September 8, 2026
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীতশিল্পী, কাজিয়াত বাধা দিবলৈ যাওতেই কৰে হ*ত্যা
ভাৰত

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীতশিল্পী, কাজিয়াত বাধা দিবলৈ যাওতেই কৰে হ*ত্যা

September 8, 2026
Next Post
ডিএছপি হুমায়ূনৰ ঘৰত দুমহীয়া সন্তান, মেজৰ আশীষৰ আকৌ অক্টোবৰত গৃহপ্ৰৱেশ, সপোন বুকুত বান্ধিয়েই অনন্তনাগত শেষ নিশ্বাস ত্যাগ তিনি বিষয়াৰ

ডিএছপি হুমায়ূনৰ ঘৰত দুমহীয়া সন্তান, মেজৰ আশীষৰ আকৌ অক্টোবৰত গৃহপ্ৰৱেশ, সপোন বুকুত বান্ধিয়েই অনন্তনাগত শেষ নিশ্বাস ত্যাগ তিনি বিষয়াৰ

এয়া কোনো অশুভ সংকেত নেকি? বদ্ৰীনাথ মন্দিৰৰ মূল গৃহতেই মেলিছে ফাট

এয়া কোনো অশুভ সংকেত নেকি? বদ্ৰীনাথ মন্দিৰৰ মূল গৃহতেই মেলিছে ফাট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.