• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ উৰা মাৰিব বিশেষ মহাকাশযান! সুনীতা আৰু বুছ উইলমোৰৰ পৃথিৱীলৈ উভতি অহাৰ দিন ঘোষণা কৰিলে নাছাই

কাইলৈ উৰা মাৰিব বিশেষ মহাকাশযান! সুনীতা আৰু বুছ উইলমোৰৰ পৃথিৱীলৈ উভতি অহাৰ দিন ঘোষণা কৰিলে নাছাই

1 year ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

24 seconds ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

1 hour ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

2 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

19 hours ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

19 hours ago
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

20 hours ago
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

20 hours ago
১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

21 hours ago
এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

22 hours ago
কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

23 hours ago
ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

23 hours ago
আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈ উৰা মাৰিব বিশেষ মহাকাশযান! সুনীতা আৰু বুছ উইলমোৰৰ পৃথিৱীলৈ উভতি অহাৰ দিন ঘোষণা কৰিলে নাছাই

কাইলৈ উৰা মাৰিব বিশেষ মহাকাশযান! সুনীতা আৰু বুছ উইলমোৰৰ পৃথিৱীলৈ উভতি অহাৰ দিন ঘোষণা কৰিলে নাছাই

editor by editor
March 11, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
কাইলৈ উৰা মাৰিব বিশেষ মহাকাশযান! সুনীতা আৰু বুছ উইলমোৰৰ পৃথিৱীলৈ উভতি অহাৰ দিন ঘোষণা কৰিলে নাছাই
0
SHARES
946
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চমু চাপিছে সুনীতা আৰু বুচ উইলমোৰ পৃথিৱীলৈ উভতি অহাৰ দিন৷ তেওঁলোকে কেতিয়া পৃথিৱীৰ মাটিত ভৰি থ’ব সেই দিনক্ষণ স্পষ্টকৈ এইবাৰ জনাই দিছে নাছাই৷ বিগত ১০ মাহ ধৰি সুনীতা আৰু বুচ উইলমোৰ মহাকাশত আৱদ্ধ হৈ আছে৷ যান্ত্ৰিক ত্ৰুটিৰ কাৰণেই তেওঁলোকক পৃথিৱীলৈ এতিয়াও উভতাই আনিব পৰা নাই নাছাই৷

আগন্তুক সপ্তাহত অৰ্থাৎ ১২ মাৰ্চত সুনীতা আৰু বুচ উইলমোক উভতাই আনিবলৈ মহাকাশলৈ উৰা মাৰিব বিশেষ মহাকাশযান৷ নাছাৰ পক্ষৰ পৰা কোৱা হৈছে যে মহাকাশৰ পৰা পৃথিৱীৰ মাটিত দুয়ো ভৰি দিব ১৬ মাৰ্চত৷ বিগত বছৰৰ পৰা দুজনেই মহাকাশত আছে৷ এইবাৰ তেওঁলোক দুয়োজনে ঘৰলৈ উভতি আহিব৷

সুনীতা আৰু বুচ উইলমোক উভতাই অনাক লৈ মাৰ্কিন মুলুকত তৈয়াৰ হৈছে বিতৰ্ক৷ নিজৰ বাৰ্তাত ডোনাল্ড ট্ৰাম্পে কৈছে, ‘আমি তোমালোকক ভালপাওঁ৷ তোমালোকক ঘৰলৈ উভতাই অনাৰ বাবেই সমস্ত কাম আমি কৰি আছো৷’ এইবিষয়ক লৈ ট্ৰাম্পে সুবিধা বুজি পূৰ্বৰ প্ৰেছিডেণ্ট জ’ বাইডেনক সমালোচনাও কৰিছে৷ ট্ৰাম্পে কয়, ‘মহাকাশত আৰু বেছিদিন থাকিব নালাগে৷ যি প্ৰেছিডেণ্টে তোমালোকৰ এই অৱস্থা কৰিছে তেওঁলোকেও ভালকৈ জানে এয়া বেয়া কথা৷ বৰ্তমান প্ৰেছিডেণ্ট তোমালোকৰ লগত আছে৷ তোমালোকক আৰু কষ্ট পাবলৈ দিয়া নহ’ব৷’

প্ৰেছিডেণ্ট ট্ৰাম্পে লগতে জনাই দিয়ে, সুনীতা আৰু বুচ উইলমোৰক উভতাই অনাৰ সমস্ত দায়িত্ব দিয়া হৈছে ইলন মাস্কৰ হাতত৷ ইলন মাস্কে খৰতকীয়াকৈ দুয়োকে পৃথিৱীলৈ ওলোটাই অনাৰ কাম চলাই গৈছে৷ অচিৰেই দুয়ো পৃথিৱীত ভৰি দিব কোনো চিন্তাৰ কাৰণ নাই বুলিও জনাই দিছে ট্ৰাম্পে৷

ইফালে নিজৰ এক সাক্ষাৎকাৰত সুনীতাই জনাইছে যে তেওঁ মহাকাশত থকা দিনবোৰ মিছ কৰিব৷ তাতেই দীৰ্ঘসময় ধৰি থাকিব৷ এইয়া জীৱনৰ এক অসাধাৰণ সময়৷ চকু মেলাৰ পৰা চকু জপোৱালৈকে সকলোতে মহাকাশে তেওঁলোকক স্বাগত কৰে৷ অটল অন্ধকাৰকো এতিয়া অন্ধকাৰ যেন নালাগে৷ এই অভিজ্ঞতাক জীৱনৰ শেষদিন পৰ্যন্ত কঢ়িয়াব বুলিও সাক্ষাৎকাৰত জনাইছে সুনীতাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ
ক্ৰীড়া

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

March 13, 2026
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ
জীৱনশৈলী

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

March 13, 2026
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ
জীৱনশৈলী

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

March 13, 2026
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?
জীৱনশৈলী

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

March 12, 2026
Next Post
দৌলৰ দিনাই চন্দ্ৰগ্ৰহণ, কৰক এই ৫কাম, গ্ৰহণৰ অশুভ ছায়া আপোনাৰ ওপৰত নপৰে

দৌলৰ দিনাই চন্দ্ৰগ্ৰহণ, কৰক এই ৫কাম, গ্ৰহণৰ অশুভ ছায়া আপোনাৰ ওপৰত নপৰে

পাকিস্তান সীমান্তত ট্ৰেইন হাইজেক! বালোচ লিবাৰেছন আৰ্মিৰ হাতত পণবন্দী ১০০জনতকৈয়ো বেছি যাত্ৰী

পাকিস্তান সীমান্তত ট্ৰেইন হাইজেক! বালোচ লিবাৰেছন আৰ্মিৰ হাতত পণবন্দী ১০০জনতকৈয়ো বেছি যাত্ৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.