ভেকচিনক লৈ ছুপ্ৰীম ক’র্টৰ তিতা প্ৰশ্নৰ মুখত কেন্দ্ৰ। ১৮-৪৪ বছৰ বয়সৰ লোকৰ ভেকচিন কেন্দ্ৰই নিকিনে কিয়? ভেকচিনৰ দাম নির্ধাৰণৰ দায়িত্ব কিয় দিলে কোম্পানীক? অনলাইন ৰেজিষ্ট্ৰেচনৰ ব্যৱস্থাই ঢুকি পাবনে গ্ৰামাঞ্চলক? গ্ৰামাঞ্চলৰ ৰাইজে co-winত ৰেজিষ্টাৰ কৰি ভেকচিন ল’ব পাৰিবনে?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ