• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি দেশৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত ল’ব ন্যায়াধীশ সঞ্জীৱ খান্নাই

আজি দেশৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত ল’ব ন্যায়াধীশ সঞ্জীৱ খান্নাই

1 year ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

3 days ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

3 days ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

3 days ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

3 days ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

3 days ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

4 days ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

4 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

4 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

4 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

4 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

4 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

4 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, February 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আজি দেশৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত ল’ব ন্যায়াধীশ সঞ্জীৱ খান্নাই

editor by editor
November 11, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
আজি দেশৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত ল’ব ন্যায়াধীশ সঞ্জীৱ খান্নাই
0
SHARES
115
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি দেশৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত ল’ব ন্যায়াধীশ সঞ্জীৱ খান্নাই

আজি ১১ নৱেম্বৰ ২০২৪ সোমবাৰে দেশৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে পৰিগণিত হ’ব ন্যায়াধীশ সঞ্জীৱ খান্না। পুৱা ১০ বজাত ৰাষ্ট্ৰপতি ভৱনত তেওঁক কাৰ্যভাৰ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰিব। দেওবাৰে অৱসৰ গ্ৰহণ কৰা ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ ঠাইত নতুন ন্যায়াধীশ হ’ব ন্যায়াধীশ খান্নাই।

ন্যায়ধীশ সঞ্জীৱ খান্নাৰ কাৰ্যকাল আজি ১১ নৱেম্বৰৰ ২০২৪ৰ পৰা আৰম্ভ হৈ ২০২৫ চনৰ ১৩ মে’লৈকে চলিব। নিৰ্বাচনী বণ্ড আঁচনি শেষ কৰা আৰু ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ দৰে ঐতিহাসিক সিদ্ধান্তৰ অংশ আছিল ন্যায়াধীশ খান্না। চিজেআই হিচাপে তেওঁৰ অগ্ৰাধিকাৰ হৈছে বিচাৰাধীন গোচৰৰ সংখ্যা হ্ৰাস কৰা আৰু ন্যায়ৰ গতি ক্ষিপ্ৰ কৰা।

দিল্লীৰ এক সন্মানীয় পৰিয়ালৰ অন্তৰ্গত ন্যায়াধীশ সঞ্জীৱ খান্নাই তৃতীয় প্ৰজন্মৰ অধিবক্তা হিচাপে কাম কৰি আহিছে। ন্যায়াধীশ হোৱাৰ পূৰ্বে তেওঁ ১৯৮৩ চনত তিছ হাজাৰী আদালতত আইন প্ৰেকটিছ আৰম্ভ কৰিছিল। দিল্লী উচ্চ ন্যায়ালয়তো আইন চৰ্চা কৰিছিল আৰু এতিয়া আগন্তুক ছমাহলৈ দেশৰ মুখ্য ন্যায়াধীশৰ পদত অধিষ্ঠিত হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: CJIIndian Chief JusticeIndian JusticeJustice Sanjeeb KhannaSanjeev Khannasupreme courtsupreme court of india
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
মাজনিশা দুটাকৈ ভূমিকম্পই জোকাৰি যায় এইখন দেশ, বিস্তৰ ক্ষতি, জনসাধাৰণৰ মাজত হাহাকাৰ

মাজনিশা দুটাকৈ ভূমিকম্পই জোকাৰি যায় এইখন দেশ, বিস্তৰ ক্ষতি, জনসাধাৰণৰ মাজত হাহাকাৰ

বৃদ্ধি পাব শীতৰ প্ৰকোপ, ৬ ৰাজ্যত বৰষুণৰ আগজাননী

বৃদ্ধি পাব শীতৰ প্ৰকোপ, ৬ ৰাজ্যত বৰষুণৰ আগজাননী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.