• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সূৰ্যৰ বছৰ হ’ব ২০২৬চন, এই ৪তাৰিখত জন্মগ্ৰহণ কৰা ব্যক্তিৰ বাবে আহি আছে গল্ডেন টাইম

সূৰ্যৰ বছৰ হ’ব ২০২৬চন, এই ৪তাৰিখত জন্মগ্ৰহণ কৰা ব্যক্তিৰ বাবে আহি আছে গল্ডেন টাইম

4 months ago
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

1 minute ago
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

10 minutes ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

23 minutes ago
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

43 minutes ago
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

1 hour ago
জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

1 hour ago
মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

2 hours ago
মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

3 hours ago
‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

4 hours ago
Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ

Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ

4 hours ago
চুম্বন কৰি বিপদত বিপাশা! শ্বুটিং শেষ কৰি দৌৰিলে বাথৰুমলৈ, তাৰ পিছত…

চুম্বন কৰি বিপদত বিপাশা! শ্বুটিং শেষ কৰি দৌৰিলে বাথৰুমলৈ, তাৰ পিছত…

5 hours ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সূৰ্যৰ বছৰ হ’ব ২০২৬চন, এই ৪তাৰিখত জন্মগ্ৰহণ কৰা ব্যক্তিৰ বাবে আহি আছে গল্ডেন টাইম

সূৰ্যৰ বছৰ হ’ব ২০২৬চন, এই ৪তাৰিখত জন্মগ্ৰহণ কৰা ব্যক্তিৰ বাবে আহি আছে গল্ডেন টাইম

editor by editor
December 12, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
সূৰ্যৰ বছৰ হ’ব ২০২৬চন, এই ৪তাৰিখত জন্মগ্ৰহণ কৰা ব্যক্তিৰ বাবে আহি আছে গল্ডেন টাইম
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নতুন বছৰ ২০২৬ চন আৰম্ভ হবলৈ বেছি দিন নাই৷ এই বছৰটো সূৰ্যৰ শাসিত বছৰ হব৷ সংখ্যাতত্ত্বৰ দিশৰ পৰা ২০২৬ চনৰ মুঠ সংখ্যা হৈছে ১০( ২+০+২+৬=১০)৷ আৰু জ্যোতিষশাস্ত্ৰীয় সংখ্যাতত্ত্বমতে ১০ৰ মূল সংখ্যা হৈছে ১ যি সূৰ্যৰ সংখ্যা৷ গ্ৰহৰ ৰজা সূৰ্যৰ প্ৰভাৱ আগন্তুক বছৰত বেছি থাকিব৷ জ্যোতিষীৰ গণনাই কৈছে যে যাৰ মূল্যাংক সংখ্যা ১ তেওঁলোকে ২০২৬ত সূৰ্যৰ বিশেষ আশীৰ্বাদ পাব পাৰে৷

কোন কোন তাৰিখত জন্মগ্ৰহণ কৰা ব্যক্তিৰ মূল্যাংক ১

সংখ্যাতত্ত্ব অনুসৰি, যিকোনো মাহৰ ১, ১০, ১৯ বা ২৮ তাৰিখে জন্মগ্ৰহণকাৰী ব্যক্তিৰ সংখ্যা ১৷ এই সংখ্যাৰ মানুহৰ অসাধাৰণ নেতৃত্বৰ গুণাৱলী থাকে আৰু বহু কঠিন পৰিস্থিতি সত্ত্বেও তেওঁলোকে উন্নতিৰ পথ বিচাৰি পায়৷

১ মূল্যাংকৰ বাবে ২০২৬ চন কেনেকুৱা হব?

আত্মবিশ্বাসেৰে ভৰপুৰ

যিসকলৰ সংখ্যা ১ তেওঁলোকে ২০২৬চনত আত্মবিশ্বাসেৰে ভৰপুৰ হৈ কটাব৷ তেওঁলোকৰ সাহস আৰু বীৰত্বৰ মাধ্যমেৰে তেঁওলোকে প্ৰতিটো কামতে সফলতাৰে আগবাঢ়িব৷ অতিৰিক্ত আত্মবিশ্বাসৰ সৈতে লোৱা সিদ্ধান্তসমূহ অৱশ্যে ক্ষতিকাৰক হব পাৰে৷ ডাঙৰ সিদ্ধান্ত লোৱাৰ পূৰ্বে যুক্তিসংগতভাৱে চিন্তা কৰক৷ সন্মান আৰু খ্যাতি সৰ্বোচ্চ পৰ্যায়ত থাকিব৷

পিতৃৰ সমৰ্থন

এই বছৰত যাৰ জন্ম সংখ্যা ১, তেওঁলোকে পিতৃৰ পৰা পূৰ্ণ সমৰ্থন পাব৷ তেওঁৰ সহায়তাত, কৰ্মজীৱনত দুৰ্দান্ত সাফল্য অৰ্জন কৰিব পাৰে৷ নতুন উদ্যোগ আৰম্ভ কৰিব পাৰে অথৱা প্ৰজন্মৰ পৰা প্ৰজন্ম ধৰি চলি অহা ব্যৱসায় সম্প্ৰসাৰণ কৰিব পাৰে৷ এই বছৰ, পিতৃ আৰু সন্তানৰ মাজত আশ্চৰ্যজনক বন্ধন দেখা গৈছে৷

সম্পদ বৃদ্ধি

২০২৬ চনত আয়ৰ বাবেও এক ভাল বছৰ বুলি ধাৰণা কৰা হৈছে৷ আয়ৰ উৎস বৃদ্ধি পাব৷ আৰ্থিক অৱস্থা শক্তিশালী হব৷ ব্যয়বহুল সামগ্ৰীৰ বাবে অৰ্থ ব্যয় কৰিব৷ নগদ প্ৰবাহৰ কোনো অভাৱ নহব৷ এই বছৰ প্ৰচুৰ অৰ্থ উপাৰ্জন কৰিব আৰু সঞ্চয় কৰিব৷ ভৱিষ্যতৰ বাবে বৃহৎ প্ৰকল্পতো বিনিয়োগ কৰিব পাৰে৷

স্বাস্থ্যৰ উন্নতি

স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই নতুন বছৰটো আশাব্যঞ্জক দেখা গৈছে৷ দীৰ্ঘস্থায়ী অসুস্থতাৰ পৰা মুক্তি পাব৷ মানসিক শান্তি আৰু শক্তি অনুভৱ কৰিব৷ আনন্দদায়ক ভ্ৰমণৰ প্ৰবল সম্ভাৱনা আছে৷ পঢ়াশুনা বা বিদেশ ভ্ৰমণৰ যি সপোন বছৰৰ পাছত বছৰ ধৰি দেখি আহিছিল সেয়াও এইবাৰ পূৰণ হোৱাৰ সম্ভাৱনা আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?
জীৱনশৈলী

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

April 11, 2026
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?
জীৱনশৈলী

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

April 11, 2026
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ
জীৱনশৈলী

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

April 11, 2026
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া
জীৱনশৈলী

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

April 11, 2026
Next Post
দিল্লীত খাবলৈ নাপাব সু-স্বাদু তন্দুৰী টিক্কা, তন্দুৰি ৰুটি, তন্দুৰি চিকেন, কিন্তু হঠাৎ কিয় দিল্লীত তন্দুৰিৰ ব্যৱসায় বন্ধৰ নিৰ্দেশ?

দিল্লীত খাবলৈ নাপাব সু-স্বাদু তন্দুৰী টিক্কা, তন্দুৰি ৰুটি, তন্দুৰি চিকেন, কিন্তু হঠাৎ কিয় দিল্লীত তন্দুৰিৰ ব্যৱসায় বন্ধৰ নিৰ্দেশ?

জীৱনত নামি আহিব অশুভ ছায়া, আগন্তুক বছৰত কেতুৰ প্রভাৱ কোন ৩ ৰাশিত?

জীৱনত নামি আহিব অশুভ ছায়া, আগন্তুক বছৰত কেতুৰ প্রভাৱ কোন ৩ ৰাশিত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.