• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দিল্লীত খাবলৈ নাপাব সু-স্বাদু তন্দুৰী টিক্কা, তন্দুৰি ৰুটি, তন্দুৰি চিকেন, কিন্তু হঠাৎ কিয় দিল্লীত তন্দুৰিৰ ব্যৱসায় বন্ধৰ নিৰ্দেশ?

দিল্লীত খাবলৈ নাপাব সু-স্বাদু তন্দুৰী টিক্কা, তন্দুৰি ৰুটি, তন্দুৰি চিকেন, কিন্তু হঠাৎ কিয় দিল্লীত তন্দুৰিৰ ব্যৱসায় বন্ধৰ নিৰ্দেশ?

6 months ago
৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?

৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?

17 minutes ago
Live-in relationship ত থাকিলে সাৱধান, ভুল কৰিলে হ’ব লাগিব ৰঙাঘৰৰ আলহী!

Live-in relationship ত থাকিলে সাৱধান, ভুল কৰিলে হ’ব লাগিব ৰঙাঘৰৰ আলহী!

56 minutes ago
‘মায়াবিনী পিছুৱাই গ’লো, দয়াবিনী আগুৱাই গ’ল’, নিৰ্বাচনৰ পূৰ্বে জুবিনকলৈ ৰাজনীতি কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী

‘মায়াবিনী পিছুৱাই গ’লো, দয়াবিনী আগুৱাই গ’ল’, নিৰ্বাচনৰ পূৰ্বে জুবিনকলৈ ৰাজনীতি কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী

1 hour ago
মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

‘ৰাজনীতিলৈ অহা মানুহৰ অহংকাৰ হ’ব নালাগে’, ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

2 hours ago
থালাপতিৰ যাদু! ২১ দিনতে ৩ জন বিধায়কে এৰিলে AIADMK, কৰিলে TVK ত যোগদান

থালাপতিৰ যাদু! ২১ দিনতে ৩ জন বিধায়কে এৰিলে AIADMK, কৰিলে TVK ত যোগদান

3 hours ago
কঁঠাল ফল নে পাচলি? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ!

কঁঠাল ফল নে পাচলি? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ!

4 hours ago
খালী পেটত তৰমুজ খোৱাটো উচিত নে অনুচিত? গৰমত ফল খোৱাৰ সঠিক সময় জানক

তৰমুজ খোৱাৰ সঠিক পদ্ধতি ৯৯% লোকে নাজানে, এটা ভুলে মাতিব বিপদ!

5 hours ago
শ্ৰেণীকোঠাৰ ভিতৰত ব্যৱহাৰ কৰিব নোৱাৰে মোবাইল, শিক্ষক-শিক্ষয়িত্ৰীলৈ নিৰ্দেশনা!

শ্ৰেণীকোঠাৰ ভিতৰত ব্যৱহাৰ কৰিব নোৱাৰে মোবাইল, শিক্ষক-শিক্ষয়িত্ৰীলৈ নিৰ্দেশনা!

6 hours ago
World Thyroid Day: মহিলাসকলৰ কিয় বেছি থাইৰয়ডৰ মাত্ৰা? কেনেদৰে আৰোগ্য হ’ব বিশেষজ্ঞৰ পৰা জানক

World Thyroid Day: মহিলাসকলৰ কিয় বেছি থাইৰয়ডৰ মাত্ৰা? কেনেদৰে আৰোগ্য হ’ব বিশেষজ্ঞৰ পৰা জানক

6 hours ago
কেতুৰ সলনি হ’ব গতি, ২ আগষ্টলৈকে সাৱধান হওক এইসকল ৰাশিৰ লোক!

কেতুৰ সলনি হ’ব গতি, ২ আগষ্টলৈকে সাৱধান হওক এইসকল ৰাশিৰ লোক!

7 hours ago
১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

হনুমানে পূৰণ কৰিব মনৰ ইচ্ছা, মঙলবাৰে মন্দিৰলৈ গৈ কৰক মাত্ৰ এইকেইটা কাম!

8 hours ago
8th Pay Commission: কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া সহ দৰমহা?

8th Pay Commission: কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া সহ দৰমহা?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দিল্লীত খাবলৈ নাপাব সু-স্বাদু তন্দুৰী টিক্কা, তন্দুৰি ৰুটি, তন্দুৰি চিকেন, কিন্তু হঠাৎ কিয় দিল্লীত তন্দুৰিৰ ব্যৱসায় বন্ধৰ নিৰ্দেশ?

দিল্লীত খাবলৈ নাপাব সু-স্বাদু তন্দুৰী টিক্কা, তন্দুৰি ৰুটি, তন্দুৰি চিকেন, কিন্তু হঠাৎ কিয় দিল্লীত তন্দুৰিৰ ব্যৱসায় বন্ধৰ নিৰ্দেশ?

editor by editor
December 12, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
দিল্লীত খাবলৈ নাপাব সু-স্বাদু তন্দুৰী টিক্কা, তন্দুৰি ৰুটি, তন্দুৰি চিকেন, কিন্তু হঠাৎ কিয় দিল্লীত তন্দুৰিৰ ব্যৱসায় বন্ধৰ নিৰ্দেশ?
0
SHARES
749
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আপুনি যদি বিৰিয়ানি প্ৰেছাৰ কুকাৰত ৰান্ধে তেন্তে একেই সোৱাদ থাকিবনে? ঠিক তেনেকৈ কয়লাৰ তন্দুৰত ঘি লগাই মাংস পুৰাৰ স্বাদ আপুনি গেছ বা বৈদ্যুতিক হিটাৰত পুৰিলে পোৱা সম্ভৱ জানো? সাধাৰণতে খাদ্যৰ স্বাদ বহুসময়তে নিৰ্ভৰ কৰে ৰন্ধন প্ৰণালীৰ ওপৰত৷ আপুনি গৰম অঙঠাত ঘীঁ লগাই পুৰা মাংসৰ সোৱাদ গেছৰ পুৰি দিয়া মাংসত কোনোকালে নাপায়৷ শেহতীয়াকৈ দিল্লীত আহিছে নতুন নিয়ম৷ এতিয়াৰে পৰা দিল্লীত আপুনি নাপায় কোনো তন্দুৰী৷ অৰ্থাৎ কয়লা জ্বলাই মাংস তন্দুৰ কৰাত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে৷

সেয়ে এতিয়াৰে পৰা দিল্লীত আপুনি টিক্কা, তন্দুৰি ৰুটি, তন্দুৰি চিকেনৰ সোৱাদ লব নোৱাৰিব৷ যিহেতু দিল্লী কেৱল ৰাজধানী বুলিয়েই নহয় পৃথিৱীৰ খাদ্য মানচিত্ৰত ষ্ট্ৰিট ফুড আৰু তন্দুৰিৰ বাবেও খুবেই জনপ্ৰিয় তেনে সময়তেই দিল্লীৰ প্ৰদুষণ বৰ্ডে দিয়া এই জাননীক লৈ চৰ্চা হৈছে ভোজনপ্ৰিয় লোকৰ মাজত৷ প্ৰশ্ন হৈছে প্ৰদূষণৰ দোহাই দি দিল্লীত তন্দুৰিৰ ব্যৱসায় কিয় বন্ধ কৰা হ’ল? প্ৰদূষণৰ বাবে অন্য উৎসসমূহ দায়ী নহয় নেকি? কেৱল তন্দুৰীৰ বাবেই দিল্লী প্ৰদূষিত হৈছে নেকি?

কি কৈছে দিল্লী চৰকাৰে?

প্ৰতিবাৰেই শীতকালত দিল্লীত প্ৰদূষণৰ মাত্ৰা বাঢ়ি যায়৷ আৰু প্ৰতিবছৰেই এই প্ৰদূষণ নিয়ন্ত্ৰণত নানান ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে চৰকাৰে৷ কেতিয়াবা যদি জোৰ-বিজোৰ নীতি আৰম্ভ হয় কেতিয়াবা আকৌ ব্যক্তিগত বাহনত নিষেধাজ্ঞা জাৰি কৰা হয়৷ কিন্তু এইবাৰ খাদ্যৰ ওপৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ দিল্লীৰ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে কেইদিনমান পূৰ্বে এক নিৰ্দেশনাযোগে দিল্লীৰ সমস্ত হোটেল, ৰেষ্টুৰা, ধাবা, ক্লাউড কিচেন আৰু ৰাস্তাৰ কাষৰ খাদ্য বিক্ৰেতাসকলক উদ্দেশ্য কৰি কৈছে- তন্দুৰত ৰন্ধা-বঢ়া কৰা বন্ধ কৰক৷ আপোনালোকে তন্দুৰত ৰন্ধাৰ প্ৰক্ৰিয়াৰ সলনি কৰিব লাগিব৷ এতিয়াৰে পৰা কয়লা জ্বলাই তন্দুৰী তৈয়াৰ কৰাৰ সলনি গেছ, বৈদ্যুতিক ষ্টোভ বিকল্প ব্যৱহাৰ কৰিব পাৰিব৷ এয়াৰ প্ৰিভেনছন এণ্ড কন্ট্ৰোল অফ পলিউছন আইনৰ অধীনত এই নিৰ্দেশ দিয়া হৈছে বুলিও স্পষ্টকৈ জনাই দিছে তেওঁলোকে৷

কি কৈছে পৰিবেশবিদে?

পৰিবেশবিদে কৈছে যে কয়লাত ৰান্ধিলে যি ধোঁৱা ওলায় তাৰ পৰা প্ৰদূষণ স্বাভাৱিকভাৱেই হয়৷ দীৰ্ঘ সময় ধৰি খাদ্য তৈয়াৰৰ বাবে এয়া জ্বলাই থোৱা হয়৷ যিয়ে বতাহত দূষিত কণাৰ পৰিমাণ বঢ়ায়৷ বিশেষকৈ শীতত যেতিয়া বতাহৰ স্বাভাৱিক আৰ্দ্ৰতা কমি যায় তেতিয়া তন্দুৰি ৰন্ধনৰ বাবে জ্বলাই থোৱা চৌকাই বতাহৰ একিউআইক প্ৰভাৱিত কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?
অপৰাধ

৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?

May 26, 2026
Live-in relationship ত থাকিলে সাৱধান, ভুল কৰিলে হ’ব লাগিব ৰঙাঘৰৰ আলহী!
অসম

Live-in relationship ত থাকিলে সাৱধান, ভুল কৰিলে হ’ব লাগিব ৰঙাঘৰৰ আলহী!

May 26, 2026
‘মায়াবিনী পিছুৱাই গ’লো, দয়াবিনী আগুৱাই গ’ল’, নিৰ্বাচনৰ পূৰ্বে জুবিনকলৈ ৰাজনীতি কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী
অসম

‘মায়াবিনী পিছুৱাই গ’লো, দয়াবিনী আগুৱাই গ’ল’, নিৰ্বাচনৰ পূৰ্বে জুবিনকলৈ ৰাজনীতি কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী

May 26, 2026
মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!
অসম

‘ৰাজনীতিলৈ অহা মানুহৰ অহংকাৰ হ’ব নালাগে’, ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

May 26, 2026
Next Post
জীৱনত নামি আহিব অশুভ ছায়া, আগন্তুক বছৰত কেতুৰ প্রভাৱ কোন ৩ ৰাশিত?

জীৱনত নামি আহিব অশুভ ছায়া, আগন্তুক বছৰত কেতুৰ প্রভাৱ কোন ৩ ৰাশিত?

অমৃতপ্ৰভাই ছিংগাপুৰ ঘটনাক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা চলাইছিল, সংবাদমেল পাতি বহুকেইটা ভয়ংকৰ তথ্য মুন্নাপ্ৰসাদ গুপ্তাৰ

অমৃতপ্ৰভাই ছিংগাপুৰ ঘটনাক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা চলাইছিল, সংবাদমেল পাতি বহুকেইটা ভয়ংকৰ তথ্য মুন্নাপ্ৰসাদ গুপ্তাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.