• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শনিৰ নক্ষত্ৰত আহিব সূৰ্য, ১৯ নৱেম্বৰৰ পৰা সোণৰ দৰে জিলিকিব ৩ৰাশিৰ ভাগ্য

শনিৰ নক্ষত্ৰত আহিব সূৰ্য, ১৯ নৱেম্বৰৰ পৰা সোণৰ দৰে জিলিকিব ৩ৰাশিৰ ভাগ্য

5 months ago
কিছুদিন পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

কিছুদিন পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

23 minutes ago
বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

2 hours ago
চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

4 hours ago
স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা

স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা

5 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

5 hours ago
LinkedIn ৰ পৰা তথ্য চুৰি, পোহৰলৈ আহিছে ডাঙৰ তথ্য!

LinkedIn ৰ পৰা তথ্য চুৰি, পোহৰলৈ আহিছে ডাঙৰ তথ্য!

6 hours ago
বিয়া পাতিলে ঠিকেই, কিন্তু দৰা দেখি সহ্য নহ’ল পিতৃৰ! শেষত কৰিলে বিয়া বাতিল

বিয়া পাতিলে ঠিকেই, কিন্তু দৰা দেখি সহ্য নহ’ল পিতৃৰ! শেষত কৰিলে বিয়া বাতিল

7 hours ago
কিয় পেট্ৰ’ল-ডিজেলৰ মূল্য দেশৰ সকলো ৰাজ্যতে পৃথক পৃথক হয়?

কিয় পেট্ৰ’ল-ডিজেলৰ মূল্য দেশৰ সকলো ৰাজ্যতে পৃথক পৃথক হয়?

7 hours ago
ডালিম খাই বাকলি পেলাই দিয়ে নেকি? বাকলিৰো আছে চমৎকাৰী গুণ!

ডালিম খাই বাকলি পেলাই দিয়ে নেকি? বাকলিৰো আছে চমৎকাৰী গুণ!

8 hours ago
জীৱনত ৩ টা বস্তুক নকৰিব অৱহেলা, ধ্বংস হ’ব আপুনি!

জীৱনত ৩ টা বস্তুক নকৰিব অৱহেলা, ধ্বংস হ’ব আপুনি!

9 hours ago
সোমবাৰে ভুলতো নকৰিব এইবোৰ কাম, ক্ষুব্ধ হ’ব মহাদেৱ!

সোমবাৰে ভুলতো নকৰিব এইবোৰ কাম, ক্ষুব্ধ হ’ব মহাদেৱ!

9 hours ago
Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল

Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শনিৰ নক্ষত্ৰত আহিব সূৰ্য, ১৯ নৱেম্বৰৰ পৰা সোণৰ দৰে জিলিকিব ৩ৰাশিৰ ভাগ্য

শনিৰ নক্ষত্ৰত আহিব সূৰ্য, ১৯ নৱেম্বৰৰ পৰা সোণৰ দৰে জিলিকিব ৩ৰাশিৰ ভাগ্য

editor by editor
November 4, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
শনিৰ নক্ষত্ৰত আহিব সূৰ্য, ১৯ নৱেম্বৰৰ পৰা সোণৰ দৰে জিলিকিব ৩ৰাশিৰ ভাগ্য
0
SHARES
2.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰ অনুসৰি সূৰ্যক কোৱা হয় নৱগ্ৰহৰ ৰজা৷ সূৰ্যই মোটামুটিভাৱে এটা এটা ৰাশিত এমাহ অৱস্থান কৰে৷ প্ৰতিমাহত এবাৰকৈ ৰাশি পৰিবৰ্তনৰ ওপৰিও নক্ষত্ৰও পৰিবৰ্তন কৰে সূৰ্যই৷ সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনৰ প্ৰভাৱো বিভিন্ন ৰাশিৰ জাতকৰ ওপৰত লক্ষ্য কৰা যায়৷

শনিৰ নক্ষত্ৰত সূৰ্য

বৰ্তমান সূৰ্য আছে বিশাখা নক্ষত্ৰত৷ আগন্তুক ১৯ নৱেম্বৰত সূৰ্যই অনুৰাধা নক্ষত্ৰত প্ৰৱেশ কৰিব৷ ২ ডিচেম্বৰ পৰ্যন্ত সূৰ্যই তাতেই অৱস্থান কৰিব৷ বৈদিক জ্যোতিষ অনুসৰি অনুৰাধা নক্ষত্ৰৰ অধিপতি গ্ৰহ হৈছে শনি৷ শনিৰ নক্ষত্ৰ অনুৰাধাত সূৰ্যৰ গোচৰৰ ফলত নানানভাৱে লাভৱান হব তিনি ৰাশিৰ জাতক৷ জানি থওক এই তালিকাত কোন কোন আছে?

মিথুন ৰাশি

সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তন অত্যন্ত লাভজনক হব মিথুন ৰাশিৰ জাতকৰ বাবে৷ এই সময়ত ব্যৱসায়ত উল্লেখযোগ্য লাভ হব আপোনাৰ৷ চাকৰিয়ালেও ডাঙৰ উন্নতি কৰিব পাৰে৷ প্ৰমোছন আৰু ইনক্ৰিমেণ্ট হব পাৰে৷ আৰ্থিক পৰিস্থিতি সূৰ্যৰ গোচৰৰ প্ৰভাৱ মজবুত হব৷ দাম্পত্য জীৱনত সুখ থাকিব৷

সিংহ ৰাশি

সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনত সকলোতকৈ উল্লেখযোগ্য প্ৰভাৱ বিস্তাৰ কৰিব সিংহ ৰাশিৰ জাতকৰ জীৱনত৷ এই সময়ত আপুনি কোনো সুখবৰ পাব পাৰে৷ সন্তানৰ বিষয়ে সুখবৰ লাভৰ সম্ভাৱনা আছে৷ নতুন ব্যৱসায়িক উদ্যোগ আৰম্ভ কৰিব পাৰে৷ অতিৰিক্ত অৰ্থ আপোনাৰ হাতলৈ আহিব৷ ইয়াৰ ফলত আৰ্থিক পৰিস্থিতিৰ উন্নতি হব৷ কেৰিয়াৰত উন্নতি কৰিব পাৰে৷

বৃশ্চিক ৰাশি

অনুৰাধা নক্ষত্ৰত সূৰ্যৰ গোচৰ বিশেষ কাৰ্যকৰী আৰু লাভজনক হব বৃশ্চিক ৰাশিৰ জাতকৰ বাবে৷ যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ অপেক্ষাৰ অৱসান হব পাৰে৷ পৰিয়ালৰ সৈতে কোৱালিটি টাইম কটোৱাৰ সুযোগ পাব৷ সম্পদ লাভৰ নতুন পথ খুলিব বৃশ্চিক ৰাশিৰ জাতকৰ সন্মুখত৷ বিশেষকৈ কাৰোবাৰ সৈতে কৰা আলাপ আপোনাৰ বাবে লাভজনক হব৷ মনত পজিটিভ চিন্তা বৰ্তাই ৰাখিব পাৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিছুদিন পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ
জীৱনশৈলী

কিছুদিন পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

April 6, 2026
বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ
ভাৰত

বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

April 6, 2026
চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ
জীৱনশৈলী

চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

April 6, 2026
স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা
ভাৰত

স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা

April 6, 2026
Next Post
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

প্ৰযুক্তিবিদসকলক ফান্দত পেলাইছে ৰাছিয়া-চীনৰ ছে*** স্পাইয়ে! কেনেকৈ ফান্দত পেলাই টাৰ্গেটক? প্ৰাক্তন এগৰাকী মহিলা গুপ্তচৰৰ ভাইৰেল এক সাক্ষাৎকাৰ

প্ৰযুক্তিবিদসকলক ফান্দত পেলাইছে ৰাছিয়া-চীনৰ ছে*** স্পাইয়ে! কেনেকৈ ফান্দত পেলাই টাৰ্গেটক? প্ৰাক্তন এগৰাকী মহিলা গুপ্তচৰৰ ভাইৰেল এক সাক্ষাৎকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.