আকৌ তালিবানী ফতোৱা, চুলি কটা, দাঢ়ি কটা ইত্যাদি কেইবাটাও বিষয়ত পুৰুষে মানিব লাগিব নিৰ্দেশনা, অন্যথা কাৰাবাসৰ ওপৰিও দিয়া হ’ব এই শাস্তি
আকৌ তালিবানি ফতোৱা৷ এইবাৰ নজৰত মহিলা নহয় পুৰুষ পৰিছে৷ নিজৰ ইচ্ছামতে এইবাৰ চুলি কাটিব নোৱাৰিব কোনো পুৰুষে৷ চুলিত ষ্টাইল দিবলৈ ...