• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
BOB-ত ১২ মাহৰ বাবে ২ লাখ টকাৰ ফিক্সড ডিপজিট কৰিছে? কিমান ৰিটাৰ্ণ পাব?

BOB-ত ১২ মাহৰ বাবে ২ লাখ টকাৰ ফিক্সড ডিপজিট কৰিছে? কিমান ৰিটাৰ্ণ পাব?

2 years ago
PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

5 hours ago
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

6 hours ago
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

6 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

7 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

কইনা ৩ বছৰীয়া কিন্তু দৰা ৬০ বছৰীয়া, ৮০ লাখ টকাৰ বিবাহৰ চুক্তি! পোহৰলৈ আহিছে পাকিস্তানৰ ভয়ংকৰ কাণ্ড

8 hours ago
উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

8 hours ago
টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

9 hours ago
Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

9 hours ago
কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

10 hours ago
Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

10 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th Pay Commission: Level 8 ৰ কৰ্মচাৰীয়ে ১৭.৯৪ লাখ বকেয়া লাভ কৰিব

11 hours ago
অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

BOB-ত ১২ মাহৰ বাবে ২ লাখ টকাৰ ফিক্সড ডিপজিট কৰিছে? কিমান ৰিটাৰ্ণ পাব?

BOB-ত ১২ মাহৰ বাবে ২ লাখ টকাৰ ফিক্সড ডিপজিট কৰিছে? কিমান ৰিটাৰ্ণ পাব?

editor by editor
March 12, 2025
in জীৱনশৈলী, বাণিজ্য, বিবিধ, ভাৰত
0
BOB-ত ১২ মাহৰ বাবে ২ লাখ টকাৰ ফিক্সড ডিপজিট কৰিছে? কিমান ৰিটাৰ্ণ পাব?
0
SHARES
813
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ফিক্সড ডিপোজিট মানেই আপুনি নিশ্চিত৷ এককালীনভাৱে ধন বিনিয়োগ কৰিলেই দায়িত্ব শেষ৷ আৰু কোনো কথাই আপুনি ভাৱিব নালাগে৷ বাকী সময়ত চকু বন্ধ কৰি কটাব পাৰে বিনিয়োগকাৰীয়ে৷ লোকচানৰো কোনো ভয় নাই৷ ম্যাদৰ শেষত নিশ্চিত ৰিটাৰ্ণ হাতলৈ আহিবই৷

বজাৰৰ সংযুক্ত বিনিয়োগ যেনে ষ্টক মাৰ্কেট, মিউচুৱেল ফাণ্ড ইত্যাদিত লাভৰ ওপৰিও লোকচানৰো ভয় থাকে৷ বজাৰ উঠিলে লাভ বাঢ়ে৷ কিন্তু বজাৰ নামিলেই লোকচান৷ ফিক্সড ডিপোজিটত তেনে নহয়৷ ইয়াৰ সৈতে বজাৰৰ কোনো সংযোগ নাই৷ বিনিয়োগৰ সময়তেই সুদৰ হাৰ নিৰ্দিষ্ট হৈ যায়৷ ফলত বজাৰ উঠক বা পৰক তাৰ কোনো প্ৰভাৱ বিনিয়োগত নপৰে৷ অৰ্থাৎ বিনিয়োগৰাকীয়ে নিশ্চিতভাৱে জানে যে নিৰ্দিষ্ট সময়ৰ শেষত তেওঁ কিমান ধন পাব৷

চৰকাৰী বেংকত ফিক্সড ডিপোজিট কৰিব পাৰে যিকোনো ব্যক্তিয়ে৷ ৰিটাৰ্ণো ভাল পোৱা যায়৷ বিশেষকৈ যিসকলে বজাৰৰ উঠানমা এৰি নিশ্চিত ৰিটাৰ্ণ বিচাৰে তেওঁলোকৰ বাবেই এয়াই উৎকৃষ্ট৷ বৰ্তমান বেং অফ বৰোদাৰ ১২ মাহৰ ফিক্সড ডিপোজিট স্কিমত ভাল ৰিটাৰ্ন দিয়া হৈছে৷ যাৰ বাবে বিনিয়োগো কৰিছে বহুতেই৷

বেংক অফ বৰোদাত ১২ মাহৰ বাবে ফিক্সড ডিপোজিট স্কিমত সাধাৰণ গ্ৰাহকক ৬.৮৫ শতাংশ হাৰত সুদ দিয়া হৈছে৷ প্ৰবীণ নাগৰিকৰ ক্ষেত্ৰত সুদৰ হাৰ কিছু বেছি৷ তেওঁলোকে সুদ পাইছে ৭.৩৫শতাংশ হাৰত৷ ফলত তেওঁলোকৰ ৰিটাৰ্ণো সাধাৰণ গ্ৰাহকৰ তুলনাত কিছু বেছি৷

 কোনো ব্যক্তিয়ে যদি বেংক অফ বৰোদাত ১২ মাহৰ ফিক্সড ডিপোজিট স্কিমত ২ লাখ টকা বিনিয়োগ কৰে তেন্তে ম্যাদৰ শেষত তেওঁ কিমান টকা ৰিটাৰ্ন পাব পাৰে? ফিক্সড ডিপজিট কেলকুলেটৰৰ জৰিয়তে সহজেই সেই হিচাপ কৰা হয়৷ ফিক্সড ডিপজিট কেলকুলেটৰ অনুসৰি ১২ মাহৰ ম্যাদত ৬.৮৫শতাংশ সুদৰ হাৰত এবছৰৰ মূলধনী লাভ হ’ব ১৩,৯৫০ টকা৷ অৰ্থাৎ সুদ আৰু প্ৰকৃত মিলি তেওঁ লাভ কৰিব ২,১৩,৯৫০ টকা৷ একেই ম্যাদত ৭.৩৫শতাংশ হাৰত সুদ পাব প্ৰবীণ নাগৰিকে৷ তেওঁলোকৰ ৰিটাৰ্ন তুলনামূলকভাৱে বেছি হ’ব৷ হিচাপ অনুসৰি ১২ মাহৰ ম্যাদত তেওঁলোকে সুদ পাব ১৫,০০৪ টকা৷ ফলত সুদ আৰু প্ৰকৃত মিলি ব্যক্তিজনে পাব ২,১৫,০০৪ টকা। যিসকলে নিৰাপদ বিনিয়োগত স্থিৰ আয় কৰে, তেওঁলোকৰ বাবে এই ফিক্সড ডিপোজিট স্কিম আদৰ্শ৷ বিনিয়োগৰ পূৰ্বে সুদৰ হাৰ আৰু অন্যান্য চৰ্ত সম্পৰ্কে ভালধৰণে জানি লোৱা উচিত৷ যাতে পৰবৰ্তীকালত কোনো অসুবিধা নহয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24best news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?
বাণিজ্য

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

September 25, 2026
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি
বাণিজ্য

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

September 25, 2026
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ
বাণিজ্য

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

September 25, 2026
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!
জীৱনশৈলী

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

September 25, 2026
Next Post
নিশ্চিন্তমনে বিনিয়োগ কৰিব পাৰে! বছৰত ৬০ হাজাৰ টকা বিনিয়োগ কৰিয়েই লাখপতি, ম্যাদৰ শেষত হাতত পাব ১৬,২৭,২৮৪টকা

নিশ্চিন্তমনে বিনিয়োগ কৰিব পাৰে! বছৰত ৬০ হাজাৰ টকা বিনিয়োগ কৰিয়েই লাখপতি, ম্যাদৰ শেষত হাতত পাব ১৬,২৭,২৮৪টকা

ভুলতে স্বামীৰ সলনি যমজ ভাতৃৰ সৈতে চৰম সুখত লিপ্ত পত্নী! সন্তানৰ ডি এন এ পৰীক্ষাতো দুই যমজ ভাতৃৰ সৈতে মিলিল সন্তানৰ ডিএনএ, কোন হ’ব সন্তানৰ পিতৃ?

ভুলতে স্বামীৰ সলনি যমজ ভাতৃৰ সৈতে চৰম সুখত লিপ্ত পত্নী! সন্তানৰ ডি এন এ পৰীক্ষাতো দুই যমজ ভাতৃৰ সৈতে মিলিল সন্তানৰ ডিএনএ, কোন হ’ব সন্তানৰ পিতৃ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.