• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এতিয়াই অৱসৰ নলয় ৰোহিত শৰ্মাই! আগ্ৰাসী খেল দেখুৱাবলৈ সাজু অধিনায়কে কি ক’লে?

এতিয়াই অৱসৰ নলয় ৰোহিত শৰ্মাই! আগ্ৰাসী খেল দেখুৱাবলৈ সাজু অধিনায়কে কি ক’লে?

2 years ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

4 minutes ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

2 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

2 hours ago
বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

2 hours ago
আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

3 hours ago
আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

4 hours ago
দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

4 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

5 hours ago
বৈপৰীত্য

বৈপৰীত্য

6 hours ago
ফেণ্টাচী আৰু ছুপাৰনেচাৰেল একচনৰ সংমিশ্ৰণৰে- The Vvaan

ফেণ্টাচী আৰু ছুপাৰনেচাৰেল একচনৰ সংমিশ্ৰণৰে- The Vvaan

7 hours ago
দলবদ্ধ ধ*ৰ্ষণ গোচৰ: ‘মোৰ পুত্ৰক চৰম শাস্তি দিয়ক’

দলবদ্ধ ধ*ৰ্ষণ গোচৰ: ‘মোৰ পুত্ৰক চৰম শাস্তি দিয়ক’

8 hours ago
আজি এই দুই ৰাশিৰ বাঢ়িব সুখ-শান্তি

আজি এই দুই ৰাশিৰ বাঢ়িব সুখ-শান্তি

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

এতিয়াই অৱসৰ নলয় ৰোহিত শৰ্মাই! আগ্ৰাসী খেল দেখুৱাবলৈ সাজু অধিনায়কে কি ক’লে?

এতিয়াই অৱসৰ নলয় ৰোহিত শৰ্মাই! আগ্ৰাসী খেল দেখুৱাবলৈ সাজু অধিনায়কে কি ক'লে?

editor by editor
March 10, 2025
in ক্ৰীড়া, জীৱনশৈলী, ভাৰত
0
এতিয়াই অৱসৰ নলয় ৰোহিত শৰ্মাই! আগ্ৰাসী খেল দেখুৱাবলৈ সাজু অধিনায়কে কি ক’লে?
0
SHARES
302
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চেম্পিয়নছ ট্ৰফি জিকি ৰোহিত শৰ্মাই অৱসৰ লব বুলি জল্পনা চলিছিল। কিন্তু ট্ৰফি জিকাৰ পাছত অৱসৰক লৈ এটা বাক্যও উচ্চাৰণ নকৰিলে ৰোহিত শৰ্মাই। বৰং তেওঁৰ সকলো বাৰ্তাত স্পষ্ট যে তেওঁ দেশৰ হৈ আৰু খেলি যাব। বিশেখকৈ এদিনীয়া ক্ৰিকেট। আনকি ২০২৭ চনৰ বিশ্বকাপ খেলাৰো মন আছে হয়তো ৰোহিতৰ। বাৰে বাৰে তেওঁৰ মুখত শুনা গল আগন্তুক দিনত আগ্ৰাসী হৈ খেলি যোৱাৰ কথা। কালিৰ ভাষণত তেওঁ দুই সতীৰ্থ খেলুৱৈক ভূয়সী প্ৰশংসাও কৰিলে।

ইয়ান বিছপৰ প্ৰশ্নৰ উত্তৰত ৰোহিতে কয়, ‘ভাল লাগিছে। সমগ্ৰ প্ৰতিযোগিতাত আমি ভাল খেলিছো। ফাইনেলত জিকাৰ অনুভুতি কিছু ভিন্ন। খেলখনে আমাক তৃপ্তি দিছে।’ ইয়াৰপাছতেই আগ্ৰাসনৰ প্ৰসংগ তুলে ৰোহিতে। তেওঁ কয়,’বহুতেই জানে আমি সহজে এই খেলত জিকা নাই। আপুনি যেতিয়া কিছু পৃথককৈ আগবাঢ়ে তেতিয়া কোচৰ সমৰ্থনৰ প্ৰয়োজন খুবেই বেছি  হয়। পূৰ্বে ৰাহুল ভাইৰ  সৈতে এই সম্পৰ্কত কথা পাতিছিলো এতিয়া গৌতম ভাইৰ সৈতে পাতো। বিগত কেইবাবছৰ আমি অন্যধৰণে খেলিছো। অন্যধৰণে ফলাফলো লাভ কৰিছো।’

কেনেকৈ সাফল্য আহিব সেই বিষয়েও স্পষ্টকৈ মত পোষণ কৰিছে ৰোহিতে। ৰোহিতে কয়, ‘সকলোতকৈ আগত বুজিব লাগিব পিচ কেনেকুৱা। সেই অনুসৰি খেলিব লাগিব। আজি প্ৰথম পাঁচ ছয় অভাৰ কেনেকৈ খেলিম সেই বিষয়ত আমাৰ স্পষ্ট ধাৰণা আছিল। পূৰ্বে আগ্ৰাসীভাৱেৰে খেলিবলৈ গৈয়েই আউট হৈ যাওঁ। শ্বট মৰাৰ ধৰণৰ ওপৰত বহু কথাই নিৰ্ভৰ কৰে। দলৰ বেটিং গভীৰতাই মোক আৰু স্বাধীনভাৱে খেলাৰ সুযোগ দিয়ে। জাদেজাৰ দৰে ক্ৰিকেটাৰ ৮নম্বৰত খেলত নামিছে। এয়াই আপোনাৰ আত্মবিশ্বাস বঢ়াই দিব যে তাত কোনো দ্বিমত থাকিব নোৱাৰে।’

উইকেট পৰিলেও কে এল ৰাহুলে শেষ পৰ্যন্ত মেচ কেনেকৈ চলাই নিছে তাৰবাবে তেওঁকো প্ৰশংসা কৰিছে ৰোহিতে। বৰুণ চক্ৰবৰ্তীৰ প্ৰশংসাও শুনা গৈছে ৰোহিতৰ মুখত। ৰোহিতে কয়, ‘কে এল ৰাহুলৰ মানসিকতাক লৈ আৰু কি কম। চাপ পৰিলেও সেয়া কেতিয়াও নেদেখুৱাই। আজি অকলেই মেচ শেষ কৰি আহিল। চাপ আহিলেও তেওঁ সেয়া প্ৰকাশ নকৰে। বাকীসকলক স্বাধীনভাৱে খেলাৰ সুযোগ তেওঁ তৈয়াৰ কৰি দিয়ে। আজি যেনেকৈ হাৰ্দিকক খোলা মনেৰে খেলিবলৈ সুযোগ দিছে।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

September 27, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

September 27, 2026
বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত
সমীক্ষণ (আলোচনী)

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

September 27, 2026
ফেণ্টাচী আৰু ছুপাৰনেচাৰেল একচনৰ সংমিশ্ৰণৰে- The Vvaan
বিনোদন

ফেণ্টাচী আৰু ছুপাৰনেচাৰেল একচনৰ সংমিশ্ৰণৰে- The Vvaan

September 27, 2026
Next Post
তৃতীয় সন্তানৰ জন্ম দিলেই পাব ৫০ হাজাৰ টকা আৰু এটা গৰু, জনসংখ্যা বঢ়াবলৈ অভিনৱ পন্থা আমাৰ দেশৰে এই ৰাজ্যত

তৃতীয় সন্তানৰ জন্ম দিলেই পাব ৫০ হাজাৰ টকা আৰু এটা গৰু, জনসংখ্যা বঢ়াবলৈ অভিনৱ পন্থা আমাৰ দেশৰে এই ৰাজ্যত

সূৰ্য, মঙ্গলসহ ৭ গ্ৰহই তৈয়াৰ কৰিছে দুৰ্লভ যোগ! মাৰ্চৰ শেষত সৌভাগ্য উজলিব ৩ ৰাশিৰ

সূৰ্য, মঙ্গলসহ ৭ গ্ৰহই তৈয়াৰ কৰিছে দুৰ্লভ যোগ! মাৰ্চৰ শেষত সৌভাগ্য উজলিব ৩ ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.