দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ চলা বুলি ভুৱা অপপ্ৰচাৰ চলাই গ্ৰেপ্তাৰ হ’ল নুনমাটি শোধনাগাৰৰ মহাপ্ৰৱন্ধক
গুৱাহাটী শোধনাগাৰৰ বিৰুদ্ধে দুর্নীতি আৰু ভ্ৰষ্টাচাৰ চলি থকা বুলি অপপ্ৰচাৰ চলাই আৰক্ষীৰ জালত পৰিল শোধনাগাৰৰ এজন মহাপ্ৰৱন্ধক। মহানগৰীৰ নুনমাটিস্থিত গুৱাহাটী ...



