• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
SBI নে ডাকঘৰ, FD ৰ ওপৰত কোনে বেছি সুত দিয়ে? সবিশেষ জানক

SBI নে ডাকঘৰ, FD ৰ ওপৰত কোনে বেছি সুত দিয়ে? সবিশেষ জানক

1 year ago
চাকৰিৰ পৰা ব্যৱসায়লৈ… মংগলে ভাগ্য উদয় কৰিব ৪ ৰাশিৰ!

চাকৰিৰ পৰা ব্যৱসায়লৈ… মংগলে ভাগ্য উদয় কৰিব ৪ ৰাশিৰ!

30 minutes ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

শীঘ্ৰে পাব সফলতা, মাত্ৰ পালন কৰক চাণক্যৰ শক্তিশালী মন্ত্ৰ!

52 minutes ago
সহজে পাব ২০ লাখ টকা পৰ্যন্ত ঋণ, মাথোঁ জমা কৰক এই নথি-পত্ৰ!

সহজে পাব ২০ লাখ টকা পৰ্যন্ত ঋণ, মাথোঁ জমা কৰক এই নথি-পত্ৰ!

1 hour ago
৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?

৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?

2 hours ago
মাজ নিশা ভোক অনুভৱ, আওকাণ নকৰিব এই লক্ষণ!

মাজ নিশা ভোক অনুভৱ, আওকাণ নকৰিব এই লক্ষণ!

2 hours ago
সঘনাই যকৃতৰ সংক্ৰমণ, এয়া দুৰাৰোগ্য ৰোগৰ লক্ষণ নেকি?

সঘনাই যকৃতৰ সংক্ৰমণ, এয়া দুৰাৰোগ্য ৰোগৰ লক্ষণ নেকি?

4 hours ago
ঘৰত শংখ ৰাখিলে নকৰিব ভুল, নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

ঘৰত শংখ ৰাখিলে নকৰিব ভুল, নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

4 hours ago
ভাল সময়ৰ আগমণ, তাৰ পূৰ্বে পাব এই ১০ টা সংকেত!

ভাল সময়ৰ আগমণ, তাৰ পূৰ্বে পাব এই ১০ টা সংকেত!

5 hours ago
নিশাৰে পৰা জলমগ্ন গুৱাহাটী, প্রতিকূল বতৰৰ বাবে বন্ধ বিদ্যালয়!

নিশাৰে পৰা জলমগ্ন গুৱাহাটী, প্রতিকূল বতৰৰ বাবে বন্ধ বিদ্যালয়!

6 hours ago
পূৰণ হ’ব মনৰ ইচ্ছা, মাথোঁ ভোলেনাথক সন্তুষ্ট কৰক এইদৰে!

পূৰণ হ’ব মনৰ ইচ্ছা, মাথোঁ ভোলেনাথক সন্তুষ্ট কৰক এইদৰে!

7 hours ago
আজিৰে পৰা ৪ ৰাশিৰ আৰম্ভ ভাল দিন, জানক দৈনিক ৰাশিফল

আজিৰে পৰা ৪ ৰাশিৰ আৰম্ভ ভাল দিন, জানক দৈনিক ৰাশিফল

7 hours ago
কোন বিধ প্ৰাণীয়ে জিভাৰে কাণ চাফা কৰে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ

কোন বিধ প্ৰাণীয়ে জিভাৰে কাণ চাফা কৰে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

SBI নে ডাকঘৰ, FD ৰ ওপৰত কোনে বেছি সুত দিয়ে? সবিশেষ জানক

editor by editor
February 21, 2025
in জীৱনশৈলী, বাণিজ্য, বিবিধ, ভাৰত
0
SBI নে ডাকঘৰ, FD ৰ ওপৰত কোনে বেছি সুত দিয়ে? সবিশেষ জানক
0
SHARES
951
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

SBI নে ডাকঘৰ, FD ৰ ওপৰত কোনে বেছি সুত দিয়ে? সবিশেষ জানক

ষ্টক মাৰ্কেট আৰু মিউচুৱেল ফাণ্ডৰ এই যুগতো দেশৰ অধিকাংশ লোকেই এতিয়াও ফিক্সড ডিপোজিত তথা এফ ডিক বিনিয়োগৰ সৰ্বোত্তম আৰু নিৰাপদ উপায় হিচাপে গণ্য কৰে। মাহৰ পিছত মাহ ধৰি ভাৰতীয় শ্বেয়াৰ বজাৰৰ তীব্ৰ পতনে সাধাৰণ বিনিয়োগকাৰীৰ বাবে চিন্তাৰ কাৰক হৈ পৰিছে।

এনে পৰিস্থিতিত বজাৰৰ প্ৰতি মোহভংগ হোৱা বিনিয়োগকাৰীসকলে পুনৰবাৰ বেংকৰ এফ ডিৰ ফালে ঘূৰি আহিছে। দেশৰ সকলো চৰকাৰী আৰু বেচৰকাৰী বেংকৰ লগতে ডাকঘৰেও গ্ৰাহকক এফ ডিৰ ওপৰত বিপুল সুত আগবঢ়াইছে। কিন্তু ভাৰতীয় ষ্টেট বেংক (এছ বি আই) আৰু ডাকঘৰৰ ভিতৰত কোনে ফিক্সড ডিপ’জিটৰ ওপৰত অধিক সুত দিয়ে।

ভাৰতীয় ষ্টেট বেংক দেশৰ সৰ্ববৃহৎ চৰকাৰী বেংক। এই বেংকে গ্ৰাহকক এফ ডিৰ ৩.৫০ শতাংশৰ পৰা ৭.২৫ শতাংশলৈকে সুত দিয়ে। এছবিআইয়ে গ্ৰাহকক ১ বছৰৰ এফডিত ৬.৮০ শতাংশ, ২ বছৰৰ এফডিত ৭.০০ শতাংশ, ৩ বছৰৰ এফডিত ৬.৭৫ শতাংশ, ৪ বছৰৰ এফডিত ৬.৭৫ শতাংশ আৰু ৫ বছৰৰ এফডিত ৬.৫০ শতাংশ সুত আগবঢ়াইছে। এই সকলোবোৰ এফ ডি আঁচনিৰ ওপৰত ৬০ বছৰৰ ওপৰৰ লোকক এছ বি আইয়ে ০.৫০% অতিৰিক্ত সুত দিয়ে।

বেংকৰ দৰে ডাকঘৰেও নিজৰ গ্ৰাহকক এফ ডি একাউণ্ট খোলাৰ সুবিধা প্ৰদান কৰে। ডাকঘৰত এফ ডিক টাইম ডিপজিট অৰ্থাৎ টি ডি বুলি জনা যায়। ডাকঘৰত নূন্যতম ১ বছৰ আৰু সৰ্বাধিক ৫ বছৰৰ বাবে টিডি কৰিব পাৰিব। ডাকঘৰে ১ বছৰৰ টিডিত ৬.৯ শতাংশ, ২ বছৰৰ টিডিত ৭.০ শতাংশ, ৩ বছৰৰ টিডিত ৭.১ শতাংশ আৰু ৫ বছৰৰ টিডিত ৭.৫ শতাংশ সুত আগবঢ়াইছে। কিন্তু বেংকৰ দৰে ডাকঘৰে জ্যেষ্ঠ নাগৰিকক কোনো অতিৰিক্ত সুত প্ৰদান নকপে। ডাকঘৰত সকলোকে সমান সুদ দিয়া হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: FDfixed DepositPost Officesbi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চাকৰিৰ পৰা ব্যৱসায়লৈ… মংগলে ভাগ্য উদয় কৰিব ৪ ৰাশিৰ!
জীৱনশৈলী

চাকৰিৰ পৰা ব্যৱসায়লৈ… মংগলে ভাগ্য উদয় কৰিব ৪ ৰাশিৰ!

April 20, 2026
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!
জীৱনশৈলী

শীঘ্ৰে পাব সফলতা, মাত্ৰ পালন কৰক চাণক্যৰ শক্তিশালী মন্ত্ৰ!

April 20, 2026
সহজে পাব ২০ লাখ টকা পৰ্যন্ত ঋণ, মাথোঁ জমা কৰক এই নথি-পত্ৰ!
বাণিজ্য

সহজে পাব ২০ লাখ টকা পৰ্যন্ত ঋণ, মাথোঁ জমা কৰক এই নথি-পত্ৰ!

April 20, 2026
৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?
অসম

৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?

April 20, 2026
Next Post
যুজবেন্দ্ৰ চহলে সঁচাকৈয়ে ধনশ্ৰীক দিলে নেকি ৬০ কোটি টকা, সত্য কি ?

যুজবেন্দ্ৰ চহলে সঁচাকৈয়ে ধনশ্ৰীক দিলে নেকি ৬০ কোটি টকা, সত্য কি ?

১০ বছৰৰ পাছত একেলগে খেলিব শচীন-যুৱৰাজে, ক’ত, কেতিয়া একেলগে দেখা যাব দুয়োকে?

১০ বছৰৰ পাছত একেলগে খেলিব শচীন-যুৱৰাজে, ক'ত, কেতিয়া একেলগে দেখা যাব দুয়োকে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.