• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তামিলনাডুত ‘বিজয়’ৰ ৰাজ! অভিনেতাৰ পৰা মুখ্যমন্ত্ৰীলৈ থালাপতি বিজয়ৰ যাত্ৰা

তামিলনাডুত ‘বিজয়’ৰ ৰাজ! অভিনেতাৰ পৰা মুখ্যমন্ত্ৰীলৈ থালাপতি বিজয়ৰ যাত্ৰা

4 weeks ago
৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

7 minutes ago
ৰঙা দেখিলেই নিকিনিব লিচু, সকীয়াই দিছে চিকিৎসকে

ৰঙা দেখিলেই নিকিনিব লিচু, সকীয়াই দিছে চিকিৎসকে

47 minutes ago
মুখৰ অত্যন্ত দুৰ্গন্ধই অশান্তি কৰিছে নেকি? সহজ পদ্ধতিৰে এক মিনিটতে কৰক দূৰ

মুখৰ অত্যন্ত দুৰ্গন্ধই অশান্তি কৰিছে নেকি? সহজ পদ্ধতিৰে এক মিনিটতে কৰক দূৰ

1 hour ago
মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

2 hours ago
IPLৰ ফাইনেলৰ পিছত বৈভৱ সূৰ্যবংশীক কি কৈছিল কোহলিয়ে?

IPLৰ ফাইনেলৰ পিছত বৈভৱ সূৰ্যবংশীক কি কৈছিল কোহলিয়ে?

2 hours ago
এফালে মূল্যবৃদ্ধি, আনফালে চৰকাৰে ক’লে ভাৰতত LPG ৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন

এফালে মূল্যবৃদ্ধি, আনফালে চৰকাৰে ক’লে ভাৰতত LPG ৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন

3 hours ago
এইখন দেশত এতিয়াৰে পৰা ভাৰতৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত কৰিব নোৱাৰিব একো পোষ্ট

এইখন দেশত এতিয়াৰে পৰা ভাৰতৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত কৰিব নোৱাৰিব একো পোষ্ট

3 hours ago
ভিছা সমস্যা! ফুটবল বিশ্বকাপৰ পৰা বঞ্চিত হ’ব নেকি ইৰান?

ভিছা সমস্যা! ফুটবল বিশ্বকাপৰ পৰা বঞ্চিত হ’ব নেকি ইৰান?

4 hours ago
সাজঘৰ

সাজঘৰ

4 hours ago
মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

15 hours ago
মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

16 hours ago
ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

তামিলনাডুত ‘বিজয়’ৰ ৰাজ! অভিনেতাৰ পৰা মুখ্যমন্ত্ৰীলৈ থালাপতি বিজয়ৰ যাত্ৰা

তামিলনাডুত 'বিজয়'ৰ ৰাজ! অভিনেতাৰ পৰা মুখ্যমন্ত্ৰীলৈ থালাপতি বিজয়ৰ যাত্ৰা

editor by editor
May 10, 2026
in বিবিধ, ভাৰত, লেখা
0
তামিলনাডুত ‘বিজয়’ৰ ৰাজ! অভিনেতাৰ পৰা মুখ্যমন্ত্ৰীলৈ থালাপতি বিজয়ৰ যাত্ৰা
0
SHARES
44
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিৰ পৰা আৰম্ভ হৈছে তামিলনাডুৰ ৰাজনীতিত এক নতুন অধ্যায়। অভিনেতাৰ পৰা ৰাজনীতিবিদলৈ যাত্ৰা আৰম্ভ কৰিছে থালাপতি বিজয়ে। তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী শপত গ্ৰহণ বিজয়ৰ। চেন্নাইৰ নেহৰু ষ্টেডিয়ামত তেওঁ ৰাজ্যৰ নৱম মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। তেওঁৰ সমান্তৰালকৈ ৯ জন বিধায়কো মন্ত্ৰী হয়। ৫৯ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে তামিলনাডুত গঠন হ’ল DMK-AIADMK চৰকাৰ। বিজয়ৰ শপত গ্ৰহণ অনুষ্ঠানত ৰাহুল গান্ধীও উপস্থিত থাকে।

শনিবাৰে ৰাজ্যপালক সাক্ষাৎ কৰি বিজয়ে চৰকাৰ গঠনৰ ৰাস্তা মুকলি কৰে। ৰাজ্যপালে তেওঁক মুখ্যমন্ত্রী নিযুক্তি দি বিধানসভাত সংখ্যাগৰিষ্ঠতা প্রমাণ কৰিবলৈ ২০২৬ চনৰ ১৩ মে’ পর্যন্ত সময় দিয়ে৷ সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰা টিভিকে চৰকাৰ গঠনৰ বাবে যথেষ্ট সংগ্ৰামৰ সন্মুখীন হ’বলগীয়া হৈছিল। ইয়াৰ পিছতে ৰাজ্যপালগৰাকীয়ে বিজয়ক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনায়।

অভিনেতা বিজয়ে শনিবাৰে ৰাজভৱনত ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰক সাক্ষাৎ কৰি ১২১ গৰাকী বিধায়কৰ সমৰ্থন পত্ৰ প্ৰদান কৰে। বিজয়ক কংগ্ৰেছ, চিপিআই, চিপিএম, ভিচিকে, আৰু আই ইউ এম এলৰ সমৰ্থনত আছে।

বিজয়ৰ সমৰ্থন আছে ১২১ জন বিধায়কৰ

বিজয়ৰ দলটোৱে ২৩৪খন আসনৰ ভিতৰত ১০৮খন আসন লাভ কৰে।মিত্ৰ দলৰ সমৰ্থনত বিজয়ৰ হাতত আছে ১২০জন বিধায়কৰ সমৰ্থন। সংখ্যাগৰিষ্ঠতাৰ বাবে ১১৮খন আসনৰ প্ৰয়োজন।

TVK-১০৮ (কাৰ্যকৰী সংখ্যা ১০৭)

  • কংগ্ৰেছ – ০৫
  • চিপিআই-০২
  • চিপিএম-০২
  • ভিচিকে-০২
  • আই ইউ এম এল-০২

তামিলনাডুৰ সৰ্ববৃহৎ দল টিভিকে

অভিনেতা বিজয়ৰ দল টিভিকে তামিলনাডুৰ সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰে। টিভিকে ১০৮খন আসনত জয়লাভ কৰে। তদুপৰি ডি এম কে দলে ৫৯ খন আৰু এ ডি এম কেয়ে ৪৭ খন আসন লাভ কৰে।ইফালে কংগ্ৰেছে ৫ খন আসন লাভ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ
ভাৰত

৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

June 7, 2026
ৰঙা দেখিলেই নিকিনিব লিচু, সকীয়াই দিছে চিকিৎসকে
জীৱনশৈলী

ৰঙা দেখিলেই নিকিনিব লিচু, সকীয়াই দিছে চিকিৎসকে

June 7, 2026
মুখৰ অত্যন্ত দুৰ্গন্ধই অশান্তি কৰিছে নেকি? সহজ পদ্ধতিৰে এক মিনিটতে কৰক দূৰ
জীৱনশৈলী

মুখৰ অত্যন্ত দুৰ্গন্ধই অশান্তি কৰিছে নেকি? সহজ পদ্ধতিৰে এক মিনিটতে কৰক দূৰ

June 7, 2026
মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?
বিজ্ঞান

মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

June 7, 2026
Next Post
প্ৰথম মাতৃ দিৱস কেতিয়া পালন কৰা হৈছিল? ইতিহাস, তাৎপৰ্য আৰু গুৰুত্বৰ বিষয়ে জানক

প্ৰথম মাতৃ দিৱস কেতিয়া পালন কৰা হৈছিল? ইতিহাস, তাৎপৰ্য আৰু গুৰুত্বৰ বিষয়ে জানক

আপুনি পিন্ধা জিন্সৰ ৰং পাতল হৈছে নেকি? সহজ পদ্ধতিৰে বজাই ৰাখক কাপোৰৰ প্ৰকৃত ৰং

আপুনি পিন্ধা জিন্সৰ ৰং পাতল হৈছে নেকি? সহজ পদ্ধতিৰে বজাই ৰাখক কাপোৰৰ প্ৰকৃত ৰং

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.