• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৬ বছৰীয়া ছাত্ৰীৰে শিক্ষকৰ শাৰীৰিক সম্পৰ্ক, ইয়াৰ পিছত কি হ’ল অভিযুক্ত শিক্ষকৰ?

১৬ বছৰীয়া ছাত্ৰীৰে শিক্ষকৰ শাৰীৰিক সম্পৰ্ক, ইয়াৰ পিছত কি হ’ল অভিযুক্ত শিক্ষকৰ?

4 years ago
IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

3 hours ago
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

3 hours ago
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

4 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

5 hours ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

6 hours ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

6 hours ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

7 hours ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

8 hours ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

9 hours ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

9 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

10 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

১৬ বছৰীয়া ছাত্ৰীৰে শিক্ষকৰ শাৰীৰিক সম্পৰ্ক, ইয়াৰ পিছত কি হ’ল অভিযুক্ত শিক্ষকৰ?

editor by editor
June 29, 2022
in অপৰাধ, বিশ্ব
0
১৬ বছৰীয়া ছাত্ৰীৰে শিক্ষকৰ শাৰীৰিক সম্পৰ্ক, ইয়াৰ পিছত কি হ’ল অভিযুক্ত শিক্ষকৰ?
0
SHARES
66.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এজন ৩২ বছৰীয়া শিক্ষকে এগৰাকী ১৬ বছৰীয়া ছাত্ৰীৰে শাৰীৰিক সম্পৰ্ক স্থাপন কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’বলগীয়া হৈছে৷ ইমানেই নহয় শিক্ষকগৰাকীক পাঠদান কৰাত আজীৱন নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷

শিক্ষকগৰাকীৰ নাম হৈছে আদম জেমছ৷ তেওঁ ইংলেণ্ডৰ এগৰাকী স্কুল শিক্ষক৷ শিক্ষক আদম জেমছে বিশেষ কায়দাৰে ছাত্ৰীগৰাকীৰে শাৰীৰিক সম্পৰ্ক স্থাপন কৰি আহিছিল৷

কিন্তু বিষয়টো পোহৰলৈ অহাৰ পিছতে শিক্ষক আদমক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু দেশখনৰ টিচিং ৰেগুলেটৰী এজেন্সীয়ে জীৱনকালৰ বাবে যিকোনো বিদ্যালয়তে তেওঁক পাঠদান কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে৷

লগতে পঢ়ক লিংগ নিৰপেক্ষ নীতি! গৰমত ছাত্ৰী-ছাত্ৰীয়ে স্কাৰ্ট পিন্ধক! শিক্ষাৰ্থীক অদ্ভুত নিৰ্দেশ বিদ্যালয়ৰ

ডেইলী ষ্টাৰত প্ৰকাশিত খবৰ মতে আৰক্ষীয়ে শিক্ষকজনক গ্ৰেপ্তাৰ কৰি ইয়াৰ পূৰ্বেও আন বিদ্যালয়ত তদ্ৰূপ ঘটনা সংঘটিত কৰি আহিছে নেকি তাৰো তদন্ত কৰি আছে৷

প্ৰকাশ পোৱা অনুসৰি শিক্ষক আদমে ছাত্ৰীগৰাকীলৈ প্ৰথমে স্নেপচাট আৰু মেইল মেচেজ দিবলৈ আৰম্ভ কৰে৷ এইদৰে মেচেজ দিবলৈ আৰম্ভ কৰাৰ পিছত লাহে লাহে অশ্লীল আৰু নগ্ন ফ’টো দিবলৈও ধৰে৷

ইয়াৰ মাজতে ছাত্ৰীগৰাকীক কোনেও গম নোপোৱাকৈ পাৰ্কত ফুৰাবলৈ নিয়াৰ লগতে হোটেল ৰেষ্টুৰেণ্ট খোৱাবলৈ লৈ যোৱা হ’ল৷ আনকি ঘৰত কোনো নথকা অৱস্থা ছাত্ৰীগৰাকীক নিজৰ ঘৰলৈও লৈ গৈছিল শিক্ষকজনে৷ এইদৰে ছাত্ৰীগৰাকীক ভুলাই শাৰীৰিক সম্পৰ্ক স্থাপন কৰি আহিছিল শিক্ষক আদমে৷

লগতে পঢ়ক নূপুৰ শৰ্মাক সমৰ্থন কৰি পোষ্ট হিন্দু দৰ্জীৰ! দোকানতে শিৰশ্ছেদ কৰি হত্যা দুই মুছলান যুৱকৰ!

তেনে সময়তে শিক্ষকজনৰ ভাতৃয়ে ঘৰ আহি পোৱাত ছাত্ৰীগৰাকীক এটা আলমিৰাত সোমোৱাই লুকুৱাই ৰাখিছিল বুলিও টিচিং ৰেগুলেটৰী এজেন্সিৰ আগত অভিযুক্ত শিক্ষকজনে প্ৰকাশ কৰিছে৷

তদন্তত প্ৰকাশ পোৱা মতে শিক্ষক আদমে বিদ্যালয়ৰ পৰা যোৱাৰ পিছতে প্ৰায়বোৰ ছাত্ৰীলৈকে স্নেপচাট অথবা মেইলত বিৰামহীনভাৱে মেচেজ প্ৰেৰণ কৰে৷ ছাত্ৰীসকলৰ সৈতে ঘণিষ্ঠতা বৃদ্ধিৰ বাবেই আদমে এই কাৰ্য কৰে যাতে পৰৱৰ্তী সময়ত ছাত্ৰীৰে শাৰীৰিক সম্পৰ্ক স্থাপনৰ বাট উলিয়াব পাৰে৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Adam Jamesasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে
জীৱনশৈলী

জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

April 10, 2026
লেবাননত ইজৰায়েলি আক্ৰমণ, আকৌ বন্ধ হৰমুজ প্ৰণালী, কি কৈছে আমেৰিকাই?
জীৱনশৈলী

লেবাননত ইজৰায়েলি আক্ৰমণ, আকৌ বন্ধ হৰমুজ প্ৰণালী, কি কৈছে আমেৰিকাই?

April 9, 2026
পাকিস্তান ছুপাৰ লিগৰ মাজতে অষ্ট্ৰেলিয়াত গ্ৰেপ্তাৰ ৱাৰ্নাৰ! জামিনত মুক্তি পালেও হাজিৰ হ’ব লাগিব আদালতত
ক্ৰীড়া

পাকিস্তান ছুপাৰ লিগৰ মাজতে অষ্ট্ৰেলিয়াত গ্ৰেপ্তাৰ ৱাৰ্নাৰ! জামিনত মুক্তি পালেও হাজিৰ হ’ব লাগিব আদালতত

April 8, 2026
Next Post
সাৱধান, কঠোৰ হ’ব চৰকাৰ! ১ জুলাইৰ পৰা ব্যৱহাৰ কৰিব নোৱাৰিব এইসমূহ প্লাষ্টিক

সাৱধান, কঠোৰ হ’ব চৰকাৰ! ১ জুলাইৰ পৰা ব্যৱহাৰ কৰিব নোৱাৰিব এইসমূহ প্লাষ্টিক

দেশৰ আটাইতকৈ ওখ অট্টালিকাত অশ্লীল ভিডিঅ’ কৰি ভাইৰেল এহাল দম্পতী!

দেশৰ আটাইতকৈ ওখ অট্টালিকাত অশ্লীল ভিডিঅ’ কৰি ভাইৰেল এহাল দম্পতী!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.