• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিশা হঠাতে দুৰ্বৃত্তৰ আক্ৰমণ, এগৰাকী চিকিৎসকসহ ৭ গৰাকীয়ে হেৰুৱালে প্ৰাণ, অন্য কেইবাজনো আহত

নিশা হঠাতে দুৰ্বৃত্তৰ আক্ৰমণ, এগৰাকী চিকিৎসকসহ ৭ গৰাকীয়ে হেৰুৱালে প্ৰাণ, অন্য কেইবাজনো আহত

2 years ago
কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

9 minutes ago
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

28 minutes ago
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

1 hour ago
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

1 hour ago
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

2 hours ago
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

2 hours ago
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

3 hours ago
CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

4 hours ago
চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

5 hours ago
খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

6 hours ago
PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

6 hours ago
সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

নিশা হঠাতে দুৰ্বৃত্তৰ আক্ৰমণ, এগৰাকী চিকিৎসকসহ ৭ গৰাকীয়ে হেৰুৱালে প্ৰাণ, অন্য কেইবাজনো আহত

editor by editor
October 21, 2024
in বিশ্ব, ভাৰত, ৰাজনীতি
0
নিশা হঠাতে দুৰ্বৃত্তৰ আক্ৰমণ, এগৰাকী চিকিৎসকসহ ৭ গৰাকীয়ে হেৰুৱালে প্ৰাণ, অন্য কেইবাজনো আহত
0
SHARES
7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিশা হঠাতে দুৰ্বৃত্তৰ আক্ৰমণ, এগৰাকী চিকিৎসকসহ ৭ গৰাকীয়ে হেৰুৱালে প্ৰাণ, অন্য কেইবাজনো আহত

জম্মু-কাশ্মীৰৰ গণ্ডাৰবল জিলাৰ শ্ৰীনগৰ-লেহ ৰাষ্ট্ৰীয় ঘাইপথৰ সুৰংগ নিৰ্মাণ স্থানত সন্ত্ৰাসবাদী আক্ৰমণত এজন চিকিৎসক আৰু ৬ শ্ৰমিক নিহত হয়। বিষয়াসকলে জনোৱা মতে, জিলাখনৰ গুণ্ড অঞ্চলত সুৰংগ প্ৰকল্পত কাম কৰা শ্ৰমিক আৰু অন্যান্য কৰ্মীসকলে যেতিয়া সন্ধিয়াৰ ভাগত নিজৰ শিবিৰলৈ উভতি আহে, তেতিয়া অচিনাক্ত সন্ত্ৰাসবাদীয়ে তেওঁলোকক আক্ৰমণ কৰে।

স্থানীয় আৰু বাহিৰৰ লোক উভয়কে সামৰি লোৱা শ্ৰমিকৰ দলটোৰ ওপৰত সন্ত্ৰাসবাদীয়ে নিৰ্বিচাৰে গুলীচালনা কৰে বুলিও প্ৰকাশ কৰে বিষয়াসকলে। অনুমান কৰা হৈছে যে সন্ত্ৰাসবাদীৰ সংখ্যা কমেও দুজন আছিল।

ৰাজ্যখনৰ গংগাগীৰ নামৰ অঞ্চলত সংঘটিত হয় এই সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা। বিষয়াসকলে জনোৱা মতে, দুজন শ্ৰমিকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে আন চাৰিজন আহত শ্ৰমিক আৰু এজন চিকিৎসকৰ পিছত মৃত্যু হয়।

বৰ্তমানে পাঁচজন আহত লোকৰ চিকিৎসা চলি আছে। নিৰাপত্তা বাহিনীয়ে অঞ্চলটো ঘেৰাও কৰি আক্ৰমণকাৰীৰ সন্ধান উলিয়াবলৈ অভিযান আৰম্ভ কৰিছে।

সদ্য নিৰ্বাচিত মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই এই ঘটনাত শোক প্ৰকাশ কৰাৰ লগতে ঘটনাৰ তদন্ত ক্ষীপ্ৰতৰ কৰাৰ কথা উল্লেখ কৰে, লগতে মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি উল্লখ কৰে।

‘এক্স’ হেণ্ডেলত মুখ্যমন্ত্ৰীয়ে লিখিছে যে ‘গগাংগীৰ আক্ৰমণত মৃত্যুৰ সংখ্যা চূড়ান্ত নহয় কাৰণ স্থানীয় আৰু অস্থানীয় বহু শ্ৰমিক আহত হৈছে। গুৰুতৰভাৱে আহতসকলক শ্ৰীনগৰৰ SKIMS ত ভৰ্তি কৰা হৈছে বাবে আহতসকলৰ সম্পূৰ্ণ আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো। ‘

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ
অসম

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

September 21, 2026
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া
বিবিধ

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

September 21, 2026
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম
বাণিজ্য

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

September 21, 2026
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ
অপৰাধ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

September 21, 2026
Next Post
ইতিহাস ৰচি নিউজিলেণ্ডৰ মহিলা দলে জয় কৰিলে বিশ্বকাপ

ইতিহাস ৰচি নিউজিলেণ্ডৰ মহিলা দলে জয় কৰিলে বিশ্বকাপ

বোকাখাতত লজ্জিত মানৱ সমাজ! যি মাতৃয়ে জন্ম দি এই ধৰালৈ আনিছিল, সেই সন্তানৰ হাততেই প্ৰাণ হেৰুৱালে মাতৃয়ে

বোকাখাতত লজ্জিত মানৱ সমাজ! যি মাতৃয়ে জন্ম দি এই ধৰালৈ আনিছিল, সেই সন্তানৰ হাততেই প্ৰাণ হেৰুৱালে মাতৃয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.