• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
BSNLৰ ১০৮ টকাৰ বিশেষ অফাৰ, আনলিমিটেড ভইচ কলিঙৰ লগতে থাকিব ২৮ জিবি ডাটা, লগতে..

1 year ago
অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

14 minutes ago
নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

43 minutes ago
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

1 hour ago
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

2 hours ago
১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

3 hours ago
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ

4 hours ago
জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

গোচৰ কৰিব মঙ্গলে, কেতুৰ সৈতে জোট বান্ধি মঙ্গলে ভাল খবৰ আনিব ৪ৰাশিলৈ, ভাগ্য পৰিবৰ্তন হ’ব কোন ৪ৰাশিৰ জাতকৰ?

5 hours ago
সাজু হওক৷ ১০ বাজি ৩০ মিনিটৰ লগে লগেই ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল, জানি থওক কোন ১৬টা ৱেবচাইটত পাব ৰিজাল্ট?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

BSNLৰ ১০৮ টকাৰ বিশেষ অফাৰ, আনলিমিটেড ভইচ কলিঙৰ লগতে থাকিব ২৮ জিবি ডাটা, লগতে..

editor by editor
October 15, 2024
in জীৱনশৈলী, প্ৰযুক্তি, বাণিজ্য, বিনোদন, বিবিধ, ভাৰত
0
BSNLৰ ১০৮ টকাৰ বিশেষ অফাৰ, আনলিমিটেড ভইচ কলিঙৰ লগতে থাকিব ২৮ জিবি ডাটা, লগতে..
0
SHARES
548
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

BSNLৰ ১০৮ টকাৰ বিশেষ অফাৰ, আনলিমিটেড ভইচ কলিঙৰ লগতে থাকিব ২৮ জিবি ডাটা, লগতে…

বৰ্তমানে টেলিকম কোম্পানীবোৰৰ মাজত এক অঘোষিত প্ৰতিযোগিতা। কোনে কিমান গ্ৰাহক নিজৰ ফাললৈ টানিব বাবে তাৰেই বাবে চলে এত প্ৰতিযোগিতা। তাৰেই মাজত আকৌ টেলিকম কোম্পানীবোৰে বৃদ্ধি কৰিছে নিজৰ নিজৰ ৰিচাৰ্জ প্লান মূল্য।

যাৰ বাবে বহু গ্ৰাহকে বহু নামি – দামী কোম্পানী এৰি চৰকাৰী কোম্পানী BSNL লৈ ঢাপলি মেলিছে । BSNL ৰ পৰাও লাভ কৰিছে বহু সুবিধা। অন্য কোম্পানীবোৰৰ তুলনাত অতি কম টকাতে লাভ কৰিছে বহু সুবিধা।

সদ্যহতে BSNL-এ মুকলি কৰিছে এটা ১০৮ টকাৰ ৰিচাৰ্জ প্লান। যি ৰিচাৰ্জ প্লানত গ্ৰাহকে লাভ কৰিব প্ৰতিদিনে ১ জিবি কৈ মুঠ ২৮ জিবি ইণ্টাৰনেট। লগতে লাভ কৰিব আনলিমিটেড ভইচ কল।

মাত্ৰ ১০৮ টকাটে গ্ৰাহকে লাভ কৰিব প্ৰয়োজনীয় এই দুয়োটা সুবিধা। ২৮ দিনৰ ভেলিডিটিৰে লাভ কৰিব এই সুবিধা। কেৱল SMS সুবিধাহে লাভ নকৰে এই ৰিচাৰ্জ প্লানত।

ইয়াৰ উপৰিও এটা ১০৭ টকাৰ ৰিচাৰ্জ প্লান আছে BSNLৰ । যি প্লানত গ্ৰাহকে ৩৫ দিনৰ ভেলিডিটি লাভ কৰিব। অৱশ্যে এই প্লানত আনলিমিটেড ভইচ কল নাথাকে, থাকিব ২০০ মিনিট টক-টাইম। লগতে মুঠ ৩ জিবি ডাটা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BSNLBSNL DataData PlaninternetREcharge Plan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ
বাণিজ্য

অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

April 10, 2026
নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে
জীৱনশৈলী

নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

April 10, 2026
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?
জীৱনশৈলী

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

April 10, 2026
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

Next Post
দীপাৱলী আৰু ষঠ পূজাৰ পিছতে শনি পোনে পোনে গতি কৰিব, যাৰ ফলত চহকী হ’ব ৩ ৰাশি

দীপাৱলী আৰু ষঠ পূজাৰ পিছতে শনি পোনে পোনে গতি কৰিব, যাৰ ফলত চহকী হ'ব ৩ ৰাশি

হোৱাটছএপত নিষিদ্ধ ৮০ লাখৰো অধিক একাউণ্ট, তাৰে মাজত আপোনাৰো নেকি ! কি হৈছে এনে ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন