• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিশোৰক চুম্বন! জিভা বাহিৰলৈ উলিয়াই চুম্বনৰ আহ্বান জনাই বিতৰ্কত এইবাৰ শান্তিৰ নবেল প্ৰাপ্ত দালাই লামা

কিশোৰক চুম্বন! জিভা বাহিৰলৈ উলিয়াই চুম্বনৰ আহ্বান জনাই বিতৰ্কত এইবাৰ শান্তিৰ নবেল প্ৰাপ্ত দালাই লামা

3 years ago
মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

‘ৰাজনীতিলৈ অহা মানুহৰ অহংকাৰ হ’ব নালাগে’, ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

23 minutes ago
থালাপতিৰ যাদু! ২১ দিনতে ৩ জন বিধায়কে এৰিলে AIADMK, কৰিলে TVK ত যোগদান

থালাপতিৰ যাদু! ২১ দিনতে ৩ জন বিধায়কে এৰিলে AIADMK, কৰিলে TVK ত যোগদান

1 hour ago
কঁঠাল ফল নে পাচলি? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ!

কঁঠাল ফল নে পাচলি? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ!

3 hours ago
খালী পেটত তৰমুজ খোৱাটো উচিত নে অনুচিত? গৰমত ফল খোৱাৰ সঠিক সময় জানক

তৰমুজ খোৱাৰ সঠিক পদ্ধতি ৯৯% লোকে নাজানে, এটা ভুলে মাতিব বিপদ!

3 hours ago
শ্ৰেণীকোঠাৰ ভিতৰত ব্যৱহাৰ কৰিব নোৱাৰে মোবাইল, শিক্ষক-শিক্ষয়িত্ৰীলৈ নিৰ্দেশনা!

শ্ৰেণীকোঠাৰ ভিতৰত ব্যৱহাৰ কৰিব নোৱাৰে মোবাইল, শিক্ষক-শিক্ষয়িত্ৰীলৈ নিৰ্দেশনা!

4 hours ago
World Thyroid Day: মহিলাসকলৰ কিয় বেছি থাইৰয়ডৰ মাত্ৰা? কেনেদৰে আৰোগ্য হ’ব বিশেষজ্ঞৰ পৰা জানক

World Thyroid Day: মহিলাসকলৰ কিয় বেছি থাইৰয়ডৰ মাত্ৰা? কেনেদৰে আৰোগ্য হ’ব বিশেষজ্ঞৰ পৰা জানক

5 hours ago
কেতুৰ সলনি হ’ব গতি, ২ আগষ্টলৈকে সাৱধান হওক এইসকল ৰাশিৰ লোক!

কেতুৰ সলনি হ’ব গতি, ২ আগষ্টলৈকে সাৱধান হওক এইসকল ৰাশিৰ লোক!

5 hours ago
১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

হনুমানে পূৰণ কৰিব মনৰ ইচ্ছা, মঙলবাৰে মন্দিৰলৈ গৈ কৰক মাত্ৰ এইকেইটা কাম!

6 hours ago
8th Pay Commission: কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া সহ দৰমহা?

8th Pay Commission: কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া সহ দৰমহা?

6 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

৫ ৰাশিৰ লোকে আজি পাব ভাল খবৰ! পঢ়ক দৈনিক ৰাশিফল

7 hours ago
জেন-জি বিপথে যোৱা প্ৰজন্ম বুলি ভৱাসকলক মোক্ষম আঘাত হানিছে এই গৱেষণাই, সংগমৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে জেন-জিয়ে, যৌনজীৱন কিয় গৌণ বিষয় জেন-জিৰ বাবে?

জেন-জি বিপথে যোৱা প্ৰজন্ম বুলি ভৱাসকলক মোক্ষম আঘাত হানিছে এই গৱেষণাই, সংগমৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে জেন-জিয়ে, যৌনজীৱন কিয় গৌণ বিষয় জেন-জিৰ বাবে?

16 hours ago
জুন মাহত সাৱধানে থাকক, মেষ ৰাশিৰ কেনে থাকিব জুন মাহৰ স্বাস্থ্য?

জুন মাহত সাৱধানে থাকক, মেষ ৰাশিৰ কেনে থাকিব জুন মাহৰ স্বাস্থ্য?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কিশোৰক চুম্বন! জিভা বাহিৰলৈ উলিয়াই চুম্বনৰ আহ্বান জনাই বিতৰ্কত এইবাৰ শান্তিৰ নবেল প্ৰাপ্ত দালাই লামা

editor by editor
April 10, 2023
in জীৱনশৈলী, বিশ্ব, ভাৰত
0
কিশোৰক চুম্বন! জিভা বাহিৰলৈ উলিয়াই চুম্বনৰ আহ্বান জনাই বিতৰ্কত এইবাৰ শান্তিৰ নবেল প্ৰাপ্ত দালাই লামা
0
SHARES
720
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ চুম্বন বিতৰ্কত সোমাই পৰিল এইবাৰ দালাই লামাও। বৌদ্ধসকলৰ আধ্যাত্মিক গুৰুৰ এটা ভিডিঅ’ক লৈ সকলোতেই চলিছে চৰ্চা। দালাই লামাই এজন কিশোৰৰ ওঁঠত চুম্বন কৰাক লৈ চলিছে চৰ্চা। ভিডিঅ’ত বৌদ্ধ সন্ন্যাসী লামাই শিশুটিৰ ওঁঠত গভীৰভাৱে চুম্বন কৰা দেখা গৈছে।

এটা বিশেষ অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থকা দালাই লামাক সন্মান জনাবলৈ আহিছিল কিশোৰজন। সেই সময়তেই দালাই লামাৰ কাষলৈ আহি কিশোৰজনে ওঁঠত চুম্বন কৰে দালাই লামাক। তাৰপাছতেই দালাই লামাই নিজৰ জিভাখন ওলিয়াই কিশোৰজনক পুনৰ চুম্বন কৰিবলৈ কয়। দালাই লামাই জিভাখন উলিয়াই কিশোৰক কৈছিল, ‘তুমি মোৰ জিভাতো চুম্বন এটা দিয়া!’ এই দৃশ্য বন্দী হৈছিল সম্বৰ্ধনা অনুষ্ঠানলৈ অহা একাংশ লোকৰ কেমেৰাত।

ভিডিঅ’টো সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ পাছতেই বহুতেই বিষয়টোক লৈ মত প্ৰকাশ কৰিছে। টুইটাৰত বহুসংখ্যক নেটিজেনে লিখিছে, ‘দালাই লামাৰ পৰা এনে আচৰণ মুঠেও আশা কৰা নাছিলো। এই আচৰণ কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। এই কাৰ্যৰ বাবে দালাই লামাই ক্ষমা খোজা উচিত।

উল্লেখ্য যে শান্তিৰ নৱেল বঁটা বিজয়ী দালাই লামাই ২০১৯ চনত কৰিছিল এটি বিতৰ্কিত মন্তব্য। তেওঁ ধৰ্মগুৰু চিনাক্তকৰণক লৈ কৈছিল, ‘যদি কোনো মহিলাক দালাই লামাৰ স্থানত লোৱা হয় তেন্তে এই ধৰ্ম প্ৰচাৰৰ যাত্ৰা আৰু আকৰ্ষণীয় হ’ব।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

থালাপতিৰ যাদু! ২১ দিনতে ৩ জন বিধায়কে এৰিলে AIADMK, কৰিলে TVK ত যোগদান
ভাৰত

থালাপতিৰ যাদু! ২১ দিনতে ৩ জন বিধায়কে এৰিলে AIADMK, কৰিলে TVK ত যোগদান

May 26, 2026
কঁঠাল ফল নে পাচলি? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ!
জীৱনশৈলী

কঁঠাল ফল নে পাচলি? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ!

May 26, 2026
খালী পেটত তৰমুজ খোৱাটো উচিত নে অনুচিত? গৰমত ফল খোৱাৰ সঠিক সময় জানক
জীৱনশৈলী

তৰমুজ খোৱাৰ সঠিক পদ্ধতি ৯৯% লোকে নাজানে, এটা ভুলে মাতিব বিপদ!

May 26, 2026
World Thyroid Day: মহিলাসকলৰ কিয় বেছি থাইৰয়ডৰ মাত্ৰা? কেনেদৰে আৰোগ্য হ’ব বিশেষজ্ঞৰ পৰা জানক
জীৱনশৈলী

World Thyroid Day: মহিলাসকলৰ কিয় বেছি থাইৰয়ডৰ মাত্ৰা? কেনেদৰে আৰোগ্য হ’ব বিশেষজ্ঞৰ পৰা জানক

May 26, 2026
Next Post
কেদাৰনাথ ধাম কোনে কেতিয়া নিৰ্মাণ কৰিছিল? কেদাৰনাথক ভোলানাথৰ বাসস্থান বুলি কিয় কোৱা হয়?

কেদাৰনাথ ধাম কোনে কেতিয়া নিৰ্মাণ কৰিছিল? কেদাৰনাথক ভোলানাথৰ বাসস্থান বুলি কিয় কোৱা হয়?

পাইথাগোৰাছৰ সূত্ৰক নতুন ধৰণেৰে প্ৰমাণ কৰি দেখুৱালে দুই ছাত্ৰীয়ে! ত্ৰিকোণমিতিৰেও পাইথাগোৰাছৰ উপপাদ্যটো প্ৰমাণ কৰিব পাৰি…

পাইথাগোৰাছৰ সূত্ৰক নতুন ধৰণেৰে প্ৰমাণ কৰি দেখুৱালে দুই ছাত্ৰীয়ে! ত্ৰিকোণমিতিৰেও পাইথাগোৰাছৰ উপপাদ্যটো প্ৰমাণ কৰিব পাৰি...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.