• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শ্ৰীদেৱীৰ প্ৰেমত মতলীয়া আছিল এইজন ছুপাৰষ্টাৰ

শ্ৰীদেৱীৰ প্ৰেমত মতলীয়া আছিল এইজন ছুপাৰষ্টাৰ

1 month ago
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

4 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

4 hours ago
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

4 hours ago
অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

4 hours ago
Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

5 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

১০ লাখৰ FD নে ১০ হাজাৰৰ RD? ১০ বছৰৰ পিছত কোনে বেছি ৰিটাৰ্ণ পাব জানক

6 hours ago
জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

7 hours ago
UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

8 hours ago
Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ

Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ

8 hours ago
social media

Workplace Jealousy: অফিচৰ ঈৰ্ষা কৰা সহকৰ্মীৰ পৰা সাৱধান! লক্ষণসমূহ দেখিলেই আঁতৰি থাকক

9 hours ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল  নতুন ঘৰৰ মালিকনী!

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল নতুন ঘৰৰ মালিকনী!

10 hours ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

গৰমত বৃদ্ধি পায় নেকি হাৰ্ট এটেকৰ সমস্যা, অৱহেলা নকৰিব এইবোৰ লক্ষণ!

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

শ্ৰীদেৱীৰ প্ৰেমত মতলীয়া আছিল এইজন ছুপাৰষ্টাৰ

শ্ৰীদেৱীৰ বিৱাহৰ দিনটোত চকুলোৰে বাট নেদেখা হৈছিল তেওঁ

editor by editor
August 1, 2026
in চিনেমা, বিনোদন, বিবিধ, ভাৰত
0
শ্ৰীদেৱীৰ প্ৰেমত মতলীয়া আছিল এইজন ছুপাৰষ্টাৰ
0
SHARES
5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতীয় চিনেমাৰ প্ৰথমগৰাকী মহিলা ছুপাৰষ্টাৰ আছিল শ্ৰীদেৱী। কেৱল দেশতে নহয় সমগ্ৰ বিশ্বতে শ্ৰীদেৱীৰ যথেষ্ট অনুৰাগী আছিল। আনকি চলচ্চিত্ৰ তাৰকাও আছিল শ্ৰীদেৱীৰ অনুৰাগী, ইয়াৰ ভিতৰত অন্যতম হৈছে দক্ষিণাত্যৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুন। শ্ৰীদেৱীৰ প্ৰতি তেওঁৰ ইমানেই ক্ৰাছ আছিল যে অভিনেত্ৰীগৰাকীৰ বিৱাহৰ দিনটো আল্লুৱে কান্দি কান্দি পাৰ কৰিছিল। ‘পুষ্পা’খ্যাত তাৰকাগৰাকীয়ে এই কথা এটা সাক্ষাৎকাৰত নিজেই সদৰী কৰিছিল।

আল্লু অৰ্জুনৰ শৈশৱৰ পৰাই শ্ৰীদেৱীৰ প্ৰতি প্ৰেম আছিল। অভিনেতাজনে কৈছিল যে ১৯৯৬ চনৰ ২ জুনত যেতিয়া শ্ৰীদেৱীয়ে চলচ্চিত্ৰ নিৰ্মাতা বনী কাপুৰৰ সৈতে বিৱাহপাশত আবদ্ধ হৈছিল তেতিয়া তেওঁক দুখত ভাগি গৈছিল হিয়া আৰু সমগ্ৰ দিনটো কেৱল কান্দিয়েই পাৰ কৰিছিল। শ্ৰীদেৱীৰ বিৱাহৰ সময়ত আল্লু অৰ্জুনৰ বয়স আছিল মাত্ৰ ১৪ বছৰ।

এই সন্দৰ্ভত আল্লু অৰ্জুনে এক সাক্ষাৎকাৰত কয়, “শ্ৰীদেৱীৰ প্ৰতি মোৰ ভয়ংকৰ ক্ৰাছ আছিল। মই শ্ৰীদেৱীক ইমানেই মন ভৰি ভাল পাইছিলো যে তেওঁৰ দৰে আন কাকোৱেই দেখা নাপালোঁ। যেতিয়া মই গম পালোঁ যে তেওঁ বনী কাপুৰৰ সৈতে বিৱাহপাশত আৱদ্ধ হৈছে, তেতিয়া মই গোটেই দিনটো কান্দিছিলোঁ।”

১৯৯৬ চনত শ্বিৰডীত বিৱাহপাশত আবদ্ধ হয় শ্ৰীদেৱী আৰু বনী কাপুৰ।এটা ব্যক্তিগত অনুষ্ঠানত বিৱাহপাশত আবদ্ধ হৈছিল দুয়োৱে। কেইবামাহো গোপন হৈ থকা এই বিয়াখন ১৯৯৭ চনৰ জানুৱাৰী মাহত পোহৰলৈ আহে, যেতিয়া শ্ৰীদেৱীৰ গৰ্ভত তেওঁলোকৰ প্ৰথম কন্যা জাহ্নৱী থিতাপি লৈছিল। এই বিয়াখন সেই সময়ত বলীউডৰ আটাইতকৈ চৰ্চিত বিৱাহ আছিল। কাৰণ শ্ৰীদেৱী আৰু বনী কাপুৰে যেতিয়া সম্পৰ্ক আৰম্ভ কৰিছিল তেতিয়া ইতিমধ্যে বিৱাহিত আছিল। তেওঁৰ প্ৰথম পত্নী আছিল মোনা শ্বৌৰী। আল্লু অৰ্জুনে প্ৰকাশ কৰিছে যে শ্ৰীদেৱী সেই সময়ত তেওঁৰ বয়সৰ বহু ল’ৰাৰ বাবে “সপোনৰ যুৱতী” আছিল যদিও তেওঁৰ বাবে এয়া আছিল ছিৰিয়াছ ক্ৰাছ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Allu Arjunasom live24Bollywood
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড
অসম

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

September 13, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

September 13, 2026
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

September 13, 2026
অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?
বাণিজ্য

অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

September 13, 2026
Next Post
কিমান আগবাঢ়িছে দীপলিনা ডেকাৰ মিছন ‘১০০টা পৰিয়ালক ১০০টা ঘৰ’?

কিমান আগবাঢ়িছে দীপলিনা ডেকাৰ মিছন '১০০টা পৰিয়ালক ১০০টা ঘৰ'?

পুনৰ সৰ্বসাধাৰণৰ মূৰত বহুজাতিক কোম্পানীৰ দামবৃদ্ধিৰ মাধমাৰ

পুনৰ সৰ্বসাধাৰণৰ মূৰত বহুজাতিক কোম্পানীৰ দামবৃদ্ধিৰ মাধমাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.