- নীপকোৱে ৪ খন গেটেৰে পানী এৰি দিয়াৰ পাছতে হাহাকাৰ
- প্ৰতি চেকেণ্ডত ২ লাখ ২৩ হাজাৰ লিটাৰ পানী এৰিছে দৈয়াঙে
- গোলাঘাটত এফালৰ পৰা বুৰিছে ইখনৰ পাছত সিখন গাঁও
- দৈয়াঙৰ বানেই জলমগ্ন কৰিছে বাসগৃহ, বিস্তীৰ্ণ কৃষিভূমি
- বানত প্লাবিত সৰুপথাৰৰ আমগুৰি, বচাপথাৰ, বৰবালি
- বৰবালিৰ পৰা বৰবালি টোপ সংযোগী পথেৰে যাতায়ত ব্যাহত
- ঘৰ-দুৱাৰ এৰি বচাপথাৰ প্ৰাথমিক বিদ্যালয়ত আশ্ৰয় বানাক্ৰান্তৰ
- সমান্তৰালকৈ বাঢ়িছে কাকডোঙা, গেলাবিল, ধনশিৰিৰ জলস্তৰ
- বানে উটুৱাই লৈ গ’ল কাছজানৰ সদাব্যস্ত এখন দলং
- নিশাৰ ভাগলৈ জলস্তৰ বৃদ্ধিৰ পূৰ্ণ সম্ভাৱনা
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















