• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই ৪ ৰাশিৰ পৰা সাৱধান, দৰকাৰত নিজৰ ভায়েক-ভনীয়েককো ঠগিব পাৰে

এই ৪ ৰাশিৰ পৰা সাৱধান, দৰকাৰত নিজৰ ভায়েক-ভনীয়েককো ঠগিব পাৰে

8 months ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

54 minutes ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

1 hour ago
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

2 hours ago
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

2 hours ago
১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

4 hours ago
এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

4 hours ago
কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

5 hours ago
ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

6 hours ago
আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

6 hours ago
খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

7 hours ago
এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

7 hours ago
মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই ৪ ৰাশিৰ পৰা সাৱধান, দৰকাৰত নিজৰ ভায়েক-ভনীয়েককো ঠগিব পাৰে

এই ৪ ৰাশিৰ পৰা সাৱধান, দৰকাৰত নিজৰ ভায়েক-ভনীয়েককো ঠগিব পাৰে

editor by editor
July 8, 2025
in জীৱনশৈলী
0
এই ৪ ৰাশিৰ পৰা সাৱধান, দৰকাৰত নিজৰ ভায়েক-ভনীয়েককো ঠগিব পাৰে
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰ অনুসৰি আমাৰ সকলোৰে স্বভাৱ আৰু চৰিত্ৰ ঠিক কেনে হ’ব সেয়া আমাৰ ৰাশিৰ ওপৰত নিৰ্ভৰ কৰে৷ বিভিন্ন ৰাশিৰ জাতকৰ চাৰিত্ৰিক বৈশিষ্ট্য পৃথক হয়৷ কোনো কোনো ৰাশিৰ জাতক আছে যিয়ে ব্যক্তিগত সম্পৰ্কক অত্যন্ত গুৰুত্ব দিয়ে৷ এনে বহু ৰাশি আছে যাৰ নিজস্ব প্ৰয়োজনৰ বাবে বেলেগৰ সৈতে কোনো মতলব নাই৷ দৰকাৰ হ’লে ঘনিষ্ঠসকলকো তেওঁলোকে ঠগিব পাৰে৷ জানি থওক কোন কোন ৰাশিৰ জাতকে প্ৰয়োজনত নিজৰ ভায়েক-ভনীয়েককো প্ৰতাৰণা কৰিব পাৰে?

মেষ ৰাশি

মেষ ৰাশিৰ জাতকে ব্যক্তি স্বাধীনতাক সকলোতকৈ বেছি গুৰুত্ব দিয়ে৷ এওঁলোক অত্যন্ত উচ্চাকাঙ্খী আৰু জীৱনত সাফল্য অৰ্জন কৰে এওঁলোকে৷ সাফল্যৰ পথত অহা বাধা দূৰ কৰিবলৈ তেওঁলোকে যিকোনো কামেই কৰিব পাৰে৷ এওঁলোকে নিজে ঠিক কৰা পথেৰেই যাত্ৰা কৰে৷ প্ৰয়োজন পৰিলে ভায়েক ভনীয়েককো ঠগিব পাৰে৷

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতক দ্বৈত সত্ত্বাৰ অধিকাৰী হয়৷ এওঁলোকে ঘনে ঘনে নিজৰ সিদ্ধান্ত আৰু মেজাজ সলনি কৰে৷ মিথুন ৰাশিৰ জাতক হাইপাৰ একটিভ৷ এওঁলোকে প্ৰচুৰ কথা কয় আৰু অন্যৰ ওপৰত নিজৰ মতামত জাপি দিবলৈ চেষ্টা কৰে৷ দৰকাৰত ভায়েক-ভনীয়েকক প্ৰতাৰণাও কৰিব পাৰে৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ জাতকৰ চৰিত্ৰ ৰহস্যৰে ঘেৰা৷ কাষত থাকিলেও তেওঁলোকৰ মন আপুনি বুজিব নোৱাৰিব৷ এওঁলোকে সম্পৰ্কৰ প্ৰতি দায়বদ্ধ থাকে কিন্তু এবাৰ কাৰোবাৰ পৰা আঘাত পাৰে সেই ব্যক্তিৰ বিৰুদ্ধে যিকোনো মূল্যৰ বিনিময়ত প্ৰতিশোধো ল’বলৈ চেষ্টা ৰাখে৷ ভায়েক ভনীয়েক হলেও তেওঁলোকে প্ৰতিশোধ নোলোৱাকৈ নাথাকে৷

মকৰ ৰাশি

অত্যন্ত্য উচ্চাকাংক্ষী হয় মকৰ ৰাশিৰ জাতক৷ এওঁলোকে যিকোনো মূল্যৰ বিনিময়ত নিজৰ লক্ষ্যত উপস্থিত হয়৷ দৰকাৰত পৰিয়ালৰ কাষৰ পৰাও আঁতৰি যাব পাৰে৷ নিজৰ কামত তেওঁলোকে সকলোকে উপেক্ষা কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?
জীৱনশৈলী

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

March 12, 2026
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব
জীৱনশৈলী

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

March 12, 2026
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা
জীৱনশৈলী

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

March 12, 2026
১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?
জীৱনশৈলী

১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

March 12, 2026
Next Post
হিমাচলৰ ভয়ংকৰ ভূমিস্খলনত ভগৱানৰ দূত হৈ আহিছে এটা কুকুৰ! পোষ্য কুকুৰটোৰ তৎপৰতাতেই প্ৰাণৰক্ষা ৬৭জন লোকৰ

হিমাচলৰ ভয়ংকৰ ভূমিস্খলনত ভগৱানৰ দূত হৈ আহিছে এটা কুকুৰ! পোষ্য কুকুৰটোৰ তৎপৰতাতেই প্ৰাণৰক্ষা ৬৭জন লোকৰ

ধুবুৰীত ভয়ংকৰ দুৰ্ঘটনা, দ’ খাৱৈত ট্ৰাক বাগৰি প্ৰাণ হেৰুৱালে ৪জনে

ধুবুৰীত ভয়ংকৰ দুৰ্ঘটনা, দ' খাৱৈত ট্ৰাক বাগৰি প্ৰাণ হেৰুৱালে ৪জনে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.