• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোন কোন ৰাশিৰ জাতকে ধনক অত্যাধিক প্ৰাধান্য দিয়ে? এই ৫ ৰাশিৰ হাতত ধনৰ অভাৱ কাহানিও নহয়

কোন কোন ৰাশিৰ জাতকে ধনক অত্যাধিক প্ৰাধান্য দিয়ে? এই ৫ ৰাশিৰ হাতত ধনৰ অভাৱ কাহানিও নহয়

2 years ago
চেলিব্ৰেটিৰ দৰে কেনেকৈ আকৰ্ষণীয় দেখাব? আজিয়েই শিকক এই ষ্টাইলিং টিপছ

চেলিব্ৰেটিৰ দৰে কেনেকৈ আকৰ্ষণীয় দেখাব? আজিয়েই শিকক এই ষ্টাইলিং টিপছ

1 hour ago
ফ্ৰীজৰ ভিতৰত পলিথিন বেগেৰে বান্ধি পাচলি ৰাখে নেকি? মাতিছে ভয়ংকৰ বিপদ!

ফ্ৰীজৰ ভিতৰত পলিথিন বেগেৰে বান্ধি পাচলি ৰাখে নেকি? মাতিছে ভয়ংকৰ বিপদ!

2 hours ago
টোপনিৰ পৰিৱৰ্তে নিশা মোবাইল পিটিকি থাকে নেকি? ভয়ংকৰ বিপদত পৰিব আপুনি!

টোপনিৰ পৰিৱৰ্তে নিশা মোবাইল পিটিকি থাকে নেকি? ভয়ংকৰ বিপদত পৰিব আপুনি!

2 hours ago
খুশী Out জাহ্নৱী কাপুৰ In ! হঠাৎ অভিনয়ৰ মাজতে কি হ’ল দুই ভনীয়েকৰ?

খুশী Out জাহ্নৱী কাপুৰ In ! হঠাৎ অভিনয়ৰ মাজতে কি হ’ল দুই ভনীয়েকৰ?

3 hours ago
মহিলাই EV কিনিলে চৰকাৰে দিব ১ লাখ টকা! বাকীসকলৰ বাবেও আছে ভাল অফাৰ

মহিলাই EV কিনিলে চৰকাৰে দিব ১ লাখ টকা! বাকীসকলৰ বাবেও আছে ভাল অফাৰ

5 hours ago
গজলক্ষ্মী যোগত প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব ৫ৰাশিৰ, আগন্তুক সপ্তাহত সন্মান আৰু অৰ্থ বাঢ়িব কাৰ কাৰ?

গজলক্ষ্মী যোগত প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব ৫ৰাশিৰ, আগন্তুক সপ্তাহত সন্মান আৰু অৰ্থ বাঢ়িব কাৰ কাৰ?

5 hours ago
২৫ মে’ৰ পৰা ৪ৰাশিৰ প্ৰমোছন পাক্কা, ব্যৱসায়তো বাম্পাৰ লাভ, বুধৰ নক্ষত্ৰ গোচৰত কি কি লাভ?

২৫ মে’ৰ পৰা ৪ৰাশিৰ প্ৰমোছন পাক্কা, ব্যৱসায়তো বাম্পাৰ লাভ, বুধৰ নক্ষত্ৰ গোচৰত কি কি লাভ?

6 hours ago
সূৰ্য-বৃহস্পতিৰ দ্বিদ্বাদশ যোগ, ১৯ জুনৰ পৰা ৪ৰাশিৰ সুসময়ৰ আৰম্ভণি, কেৰিয়াৰত ব্যাপক উন্নতি কাৰ কাৰ?

সূৰ্য-বৃহস্পতিৰ দ্বিদ্বাদশ যোগ, ১৯ জুনৰ পৰা ৪ৰাশিৰ সুসময়ৰ আৰম্ভণি, কেৰিয়াৰত ব্যাপক উন্নতি কাৰ কাৰ?

6 hours ago
সপোনত এই ৫সামগ্ৰী দেখা মানেই সুদিন আহিছে আপোনাৰ! জানি থওক ধনপ্ৰাপ্তিৰ গোপন সংকেত কি কি?

সপোনত এই ৫সামগ্ৰী দেখা মানেই সুদিন আহিছে আপোনাৰ! জানি থওক ধনপ্ৰাপ্তিৰ গোপন সংকেত কি কি?

7 hours ago
বিজয়ৰ সৈতে গোপনে গোপনে বাঢ়ি গৈছে প্ৰেম! তাৰমাজতেই তৃষাক মোটা অংকৰ ধন আগবঢ়াই নায়িকা হোৱাৰ প্ৰস্তাৱ ষ্টেলিন পুত্ৰৰ, কি সিদ্ধান্ত তৃষাৰ?

বিজয়ৰ সৈতে গোপনে গোপনে বাঢ়ি গৈছে প্ৰেম! তাৰমাজতেই তৃষাক মোটা অংকৰ ধন আগবঢ়াই নায়িকা হোৱাৰ প্ৰস্তাৱ ষ্টেলিন পুত্ৰৰ, কি সিদ্ধান্ত তৃষাৰ?

8 hours ago
১৬ মে’ৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিছে এই ৫ৰাশিৰ, সম্পত্তি, আৰ্থিক লাভৰ যোগ আছে কাৰ কাৰ?

১৬ মে’ৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিছে এই ৫ৰাশিৰ, সম্পত্তি, আৰ্থিক লাভৰ যোগ আছে কাৰ কাৰ?

9 hours ago
‘সংঘাতে দুই দেশৰেই ক্ষতি কৰে৷ আমি শত্ৰুৰ পৰা বন্ধু!’ বিশ্বক আচৰিত কৰি বন্ধুত্বৰ হাত মিলালে প্ৰেছিডেণ্ট চি জিনপিং আৰু ট্ৰাম্পে

‘সংঘাতে দুই দেশৰেই ক্ষতি কৰে৷ আমি শত্ৰুৰ পৰা বন্ধু!’ বিশ্বক আচৰিত কৰি বন্ধুত্বৰ হাত মিলালে প্ৰেছিডেণ্ট চি জিনপিং আৰু ট্ৰাম্পে

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কোন কোন ৰাশিৰ জাতকে ধনক অত্যাধিক প্ৰাধান্য দিয়ে? এই ৫ ৰাশিৰ হাতত ধনৰ অভাৱ কাহানিও নহয়

editor by editor
December 29, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত
0
কোন কোন ৰাশিৰ জাতকে ধনক অত্যাধিক প্ৰাধান্য দিয়ে? এই ৫ ৰাশিৰ হাতত ধনৰ অভাৱ কাহানিও নহয়
0
SHARES
19.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ টকা আমাৰ দৈনন্দিন জীৱনৰ সৈতে সংপৃক্ত। সুখী আৰু সমৃদ্ধ জীৱন কটাবলৈ ধনৰ প্ৰয়োজনক কোনোৱে নুই কৰিব নোৱাৰে। কিন্তু কিছু লোকৰ বাবে ধনৰ গুৰুত্ব অপৰিহীম। তেওঁলোকে সকলো ক্ষেত্ৰতে ধনক বেছি প্ৰাধান্য দিয়ে। কোন কোন ৰাশিৰ জাতকে টকাক অত্যাধিক প্ৰাধান্য দিয়ে?

বৃষ ৰাশি
নিজৰ কামতেই দৃষ্টি নিবদ্ধ হৈ থাকে এই ৰাশিৰ জাতকৰ। এওঁলোকে যি কামতেই হাতত নিদিয়ক কিয় সকলোবোৰ কাম সুকলমে কৰিবলৈ যত্ন কৰে। আৰ্থিক সাফল্য লাভৰ প্ৰতি তীব্ৰ আকাংক্ষা আছে বৃষ ৰাশিৰ জাতকৰ। বৃষ ৰাশিৰ জাতকসকল বাস্তৱবাদী হয়। এওঁলোকে কেনেকৈ ধন জমা কৰিব পাৰে সেই বিষয়টোতেই মনোনিৱেশ কৰি থাকে। বাজেট তৈয়াৰ কৰিহে তেওঁলোকে ভৱিষ্যতৰ বাবে অৰ্থ সঞ্চয় কৰে।

মকৰ ৰাশি
টকা ঘটাত মকৰ ৰাশিৰ জাতকসকল অত্যন্ত স্মাৰ্ট। এওঁলোক নিজৰ লক্ষ্যত অবিচল। অত্যন্ত উচ্চাকাংক্ষী হয় মকৰ ৰাশিৰ জাতকসকল। তেওঁলোকে যিকোনো প্ৰকাৰে নিজৰ লক্ষ্য অৰ্জন কৰে। আৰ্থিকভাৱে এওঁলোকে সাফল্য লাভৰ বাবে দৃঢ়প্ৰতিজ্ঞ। দীৰ্ঘম্যাদি আৰ্থিক পৰিকল্পনা কৰে মকৰ ৰাশিৰ জাতকসকলে। নিজৰ ধৈৰ্য্যৰে এওঁলোকে আৰ্থিক সমৃদ্ধি লাভ কৰে।

কন্যা ৰাশি
অত্যন্ত বুদ্ধিমান হয় কন্যা ৰাশিৰ জাতকসকল। সকলো সিদ্ধান্ত এওঁলোকে ভাৱিচিন্তিয়েই লয়। সেয়ে আৰ্থিক বিষয়ত সাধাৰণতে সাফল্য লাভ কৰে কন্যা ৰাশিৰ জাতকসকলে। এওঁলোকে নিজৰ বাজেট বুদ্ধিৰে তৈয়াৰ কৰে। সেয়ে পৰ্যাপ্ত অৰ্থ এওঁলোকে সঞ্চয় কৰিব পাৰে। অকাৰণে ধন খৰচ কৰাটো মুঠেও পছন্দ নকৰে কন্যা ৰাশিৰ জাতকে। এওঁলোকে জানে ক’ত বিনিয়োগ কৰিলে সকলোতকৈ ভাল ৰিটাৰ্ণ পোৱা যায়।

বৃশ্চিক ৰাশি
নিজৰ দৃঢ় মানসিকতাৰ বাবেই পৰিচিত হৈ পৰে এই ৰাশিৰ জাতক। জীৱনত প্ৰচুৰ টকা উপাৰ্জনৰ লক্ষ্যত দৃঢ়প্ৰতিজ্ঞ এই ৰাশিৰ জাতক। অৰ্থৰ বাবে সকলো কৰিব পাৰে এই ৰাশিৰ জাতকে। এই পৃথিৱীত ধনৰ সমান শক্তি একোৰেই নাই এই কথাত বিশ্বাসী বৃশ্চিক ৰাশিৰ জাতকসকল।

কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ জাতকসকলৰ টকাৰ প্ৰতি আকৰ্ষণ অত্যন্ত বেছি। এওঁলোকে ধন কেনেকৈ মেনেজ কৰিব লাগে সেয়া ভালকৈ জানে। এওঁলোকে নিজৰ আৰ্থিক স্থিতাৱস্থাৰ উপৰত বিশেষ গুৰুত্ব দিয়ে। আৰ্থিক বিষয়ত সমস্ত দায়িত্ব খুব ভালধৰণে পালন কৰে কৰ্কট ৰাশিৰ জাতকে। ধন জমা কৰাৰ কথা ভালকৈ জানে এই ৰাশিৰ জাতকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চেলিব্ৰেটিৰ দৰে কেনেকৈ আকৰ্ষণীয় দেখাব? আজিয়েই শিকক এই ষ্টাইলিং টিপছ
জীৱনশৈলী

চেলিব্ৰেটিৰ দৰে কেনেকৈ আকৰ্ষণীয় দেখাব? আজিয়েই শিকক এই ষ্টাইলিং টিপছ

May 16, 2026
ফ্ৰীজৰ ভিতৰত পলিথিন বেগেৰে বান্ধি পাচলি ৰাখে নেকি? মাতিছে ভয়ংকৰ বিপদ!
জীৱনশৈলী

ফ্ৰীজৰ ভিতৰত পলিথিন বেগেৰে বান্ধি পাচলি ৰাখে নেকি? মাতিছে ভয়ংকৰ বিপদ!

May 16, 2026
টোপনিৰ পৰিৱৰ্তে নিশা মোবাইল পিটিকি থাকে নেকি? ভয়ংকৰ বিপদত পৰিব আপুনি!
বাণিজ্য

টোপনিৰ পৰিৱৰ্তে নিশা মোবাইল পিটিকি থাকে নেকি? ভয়ংকৰ বিপদত পৰিব আপুনি!

May 16, 2026
খুশী Out জাহ্নৱী কাপুৰ In ! হঠাৎ অভিনয়ৰ মাজতে কি হ’ল দুই ভনীয়েকৰ?
বিনোদন

খুশী Out জাহ্নৱী কাপুৰ In ! হঠাৎ অভিনয়ৰ মাজতে কি হ’ল দুই ভনীয়েকৰ?

May 16, 2026
Next Post
একেলগে ৪টা বয়ফেণ্ড ৰাখিবলৈ টুইংকলক কৈছিল পিতৃ ৰাজেশ খান্নাই…

একেলগে ৪টা বয়ফেণ্ড ৰাখিবলৈ টুইংকলক কৈছিল পিতৃ ৰাজেশ খান্নাই...

২০২৬ৰ অংকঃ নামনিক এৰি উজনিলৈ যাব ড০ হিমন্ত বিশ্ব শৰ্মা…

২০২৬ৰ অংকঃ নামনিক এৰি উজনিলৈ যাব ড০ হিমন্ত বিশ্ব শৰ্মা...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.