• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাতত এই ৬ চিহ্ন থকা শুভ! এই ৬চিহ্ন থকাসকলে লাভ কৰে মা দুৰ্গাৰ আশীৰ্বাদ

হাতত এই ৬ চিহ্ন থকা শুভ! এই ৬চিহ্ন থকাসকলে লাভ কৰে মা দুৰ্গাৰ আশীৰ্বাদ

1 year ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

1 day ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

1 day ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 days ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 days ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 days ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 days ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

3 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

3 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, February 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হাতত এই ৬ চিহ্ন থকা শুভ! এই ৬চিহ্ন থকাসকলে লাভ কৰে মা দুৰ্গাৰ আশীৰ্বাদ

হাতত এই ৬ চিহ্ন থকা শুভ! এই ৬চিহ্ন থকাসকলে লাভ কৰে মা দুৰ্গাৰ আশীৰ্বাদ

editor by editor
September 23, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
হাতত এই ৬ চিহ্ন থকা শুভ! এই ৬চিহ্ন থকাসকলে লাভ কৰে মা দুৰ্গাৰ আশীৰ্বাদ
0
SHARES
736
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হাতৰ পতাত বহু চিহ্ন থাকে৷ হস্তৰেখাশাস্ত্ৰ অনুসৰি এই সকলো চিহ্নৰ কোনো কোনো অত্যন্ত শুভ৷ হাতৰ পতাত থকা কেইটামান চিহ্নৰ পৰাই জানিব পাৰিব যে আপোনাৰ ওপৰত দুৰ্গাৰ আশীৰ্বাদ বৰ্ষিত হৈ আছে৷ জানি থওক হাতৰ পতাত থকা কোন কোন চিহ্নই দেৱী দুৰ্গাৰ আশীৰ্বাদৰ ইংগিত দিয়ে৷

পদ্ম চিহ্ন

আপোনাৰ হাতৰ পতাত যদি পদুমফুলৰ দৰে চিহ্ন আছে তেন্তে আপুনি আনন্দেৰে জীৱনটো কটাব৷ পদ্ম চিহ্ন যিসকলৰ হাতত থাকে তেওঁলোক প্ৰচুৰ ধন সম্পদৰ গৰাকী হয়৷ হস্তৰেখাশাস্ত্ৰই কৈছে যে হাতৰ পতাত পদ্ম যিসকলৰ থাকে তেওঁলোক সম্পদেৰে শীৰ্ষত থাকে৷ পাঁচ পাপৰিৰ পদুম হাতত থকা সকলোতকৈ বেছি শুভ আৰু সকলোতকৈ বিৰল৷

ত্ৰিশূল চিহ্ন

মা দুৰ্গাৰ হাতত থাকে ত্ৰিশূল৷ ত্ৰিশূল হাতত লৈয়েই মহিষাসূৰ বধ কৰিছিল দুৰ্গাই৷ হিন্দু ধৰ্ম অনুসৰি ত্ৰিশূল হৈছে অশুভ  শক্তিক বিনাশ কৰি শুভ শক্তিক আবাহন কৰাৰ প্ৰতীক৷ হাতৰ পতাত ত্ৰিশূল চিহ্ন থাকিলে বুজিব যে দেৱী দুৰ্গাৰ আশীৰ্বাদ আপোনাৰ ওপৰত আছে৷ এওঁলোক ধাৰ্মিক প্ৰকৃতিৰ হয় আৰু জীৱনত হঠাৎ উত্তৰাধিকাৰ সূত্ৰে সম্পদ লাভ কৰে৷

মাছৰ চিহ্ন

হাতত মাছৰ চিহ্ন থকা অত্যন্ত শুভ৷ হাতত শনিৰ পৰ্বতৰ ওপৰত মৎস্য চিহ্ন থাকিলে সেই ব্যক্তিৰ জীৱনত প্ৰচুৰ সুখ আৰু সৌভাগ্য লাভ হয়৷ এওঁলোক কঠোৰ পৰিশ্ৰমী আৰু শক্তিশালী হয়৷ চাকৰিৰ পৰা ব্যৱসায়লৈকে সকলোতে এওঁলোক পাৰ্গত হয়৷ এই জাতকৰ জীৱনত মা দুৰ্গাৰ কৃপাত প্ৰচুৰ অৰ্থ উপাৰ্জন হয়? এওঁলোকে প্ৰচুৰ প্ৰভাৱ প্ৰতিপত্তি অৰ্জন কৰে৷

তৰা চিহ্ন

হাতৰ একাধিক স্থানত তৰা চিহ্ন থাকিলে শুভ৷ হাতৰ কিছু স্থানত থকা তৰা চিহ্নই অশুভ প্ৰভাৱো কঢ়িয়াই আনিব পাৰে৷ সূৰ্য পৰ্বতৰ ওপৰত তৰা চিহ্ন থাকিলে শুভ৷ এওলোকে জীৱনত খ্যাতি, প্ৰতিপত্তি, সাফল্য আৰু সম্পদ লাভ কৰে৷

পতাকা চিহ্ন

হাতৰ পতাত পতাকা চিহ্ন যিসকলৰ থাকে তেওঁলোকে সকলোতে জিকি যায়৷ বৃহস্পতিৰ পৰ্বতৰ ওপৰত পতাকা চিহ্ন থাকিলে জাতক অত্যন্ত জ্ঞানী আৰু উচ্চশিক্ষিত হয়৷ বিজ্ঞান, ৰাজনীতি আৰু ইতিহাস বিষয়ত এওঁলোক খুবেই পাৰ্গত হয়৷ প্ৰতিৰক্ষা বাহিনীলৈ গ’লেও এওঁলোক সফল হয়৷

স্বাস্তিক চিহ্ন

হাতত স্বাস্তিক চিহ্ন থাকিলে বুজিব যে দেৱী দুৰ্গাৰ আশীৰ্বাদ আপোনাৰ ওপৰত আছে৷ এওঁলোক ৰাজযোগৰ অধিকাৰী হয়৷ এওঁলোকে জীৱনত দ্ৰুত সাফল্য লাভ কৰে৷ কম চেষ্টা কৰিও বৃহৎ সাফল্য পায়৷ এওঁলোক দয়ালু আৰু সকলো সময়তে অন্যক সহায় কৰিবলৈকো আগুৱাই যায়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarBest Assamese News Channelbest news channel in assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
সঁচায়ে হনুমানৰ অৱতাৰ! কণমানিৰ ওপৰত পৰা পাষণ্ডক আ/ক্ৰ/ম/ণ কৰিলে এপাল বান্দৰে, তাৰপিছত…

সঁচায়ে হনুমানৰ অৱতাৰ! কণমানিৰ ওপৰত পৰা পাষণ্ডক আ/ক্ৰ/ম/ণ কৰিলে এপাল বান্দৰে, তাৰপিছত...

এয়াৰটেলে দিছে ধামাকা প্লেন! এমাহৰ বাবে একেবাৰেই সস্তাত দিছে ৩টা ডাটা প্লেন

এয়াৰটেলে দিছে ধামাকা প্লেন! এমাহৰ বাবে একেবাৰেই সস্তাত দিছে ৩টা ডাটা প্লেন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.