• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যৌনতাক লৈ গুগলৰ ট্ৰেণ্ডত থকা প্ৰশ্নসমূহ কি কি? জানিবলৈ চাওক এই প্ৰতিবেদন

যৌনতাক লৈ গুগলৰ ট্ৰেণ্ডত থকা প্ৰশ্নসমূহ কি কি? জানিবলৈ চাওক এই প্ৰতিবেদন

4 years ago
এইকেইবিধ খাদ্য খালেই কমে পুৰুষৰ শুক্ৰাণুৰ ক্ষমতা, গৱেষণাত কি কি সতৰ্কবাৰ্তা?

এইকেইবিধ খাদ্য খালেই কমে পুৰুষৰ শুক্ৰাণুৰ ক্ষমতা, গৱেষণাত কি কি সতৰ্কবাৰ্তা?

46 minutes ago
এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

59 minutes ago
ব্ৰেইনৰ পৰা হাৰ্ট, স্বাস্থ্যৰক্ষাত সহায়ক চকলেট, নিয়মিতভাৱে খালে কি কি সুবিধা?

ব্ৰেইনৰ পৰা হাৰ্ট, স্বাস্থ্যৰক্ষাত সহায়ক চকলেট, নিয়মিতভাৱে খালে কি কি সুবিধা?

1 hour ago
পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা

পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা

1 hour ago
১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

2 hours ago
ৰাজৰাজেশ্বৰ যোগৰ ৰাজভাগ্য লাভ ৫ৰাশিৰ, শনিবাৰে শনিৰ দৃষ্টিত ভাগ্য ঘূৰিব কাৰ কাৰ?

ৰাজৰাজেশ্বৰ যোগৰ ৰাজভাগ্য লাভ ৫ৰাশিৰ, শনিবাৰে শনিৰ দৃষ্টিত ভাগ্য ঘূৰিব কাৰ কাৰ?

2 hours ago
প্ৰধানমন্ত্ৰীৰ আসনত বহিয়েই জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণ, নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি অলি শৰ্মাক গ্ৰেপ্তাৰ, গ্ৰেপ্তাৰ বিদায়ী গৃহমন্ত্ৰী ৰমেশ লেখককো

প্ৰধানমন্ত্ৰীৰ আসনত বহিয়েই জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণ, নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি অলি শৰ্মাক গ্ৰেপ্তাৰ, গ্ৰেপ্তাৰ বিদায়ী গৃহমন্ত্ৰী ৰমেশ লেখককো

3 hours ago
গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

12 hours ago
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

12 hours ago
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

13 hours ago
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

14 hours ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

যৌনতাক লৈ গুগলৰ ট্ৰেণ্ডত থকা প্ৰশ্নসমূহ কি কি? জানিবলৈ চাওক এই প্ৰতিবেদন

editor by editor
February 1, 2022
in জীৱনশৈলী, বিবিধ
0
যৌনতাক লৈ গুগলৰ ট্ৰেণ্ডত থকা প্ৰশ্নসমূহ কি কি? জানিবলৈ চাওক এই প্ৰতিবেদন
0
SHARES
593
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যৌনতা এক প্ৰাকৃতিক প্ৰবৃত্তি হ’লেও ইয়াক লৈ মানুহৰ কৌতূহলতা অপাৰ৷ যুগে যুগে মানুহে যৌনতাৰ কৌতূহল নিবৃত্ত কৰাৰ বাবে বিভিন্ন মাধ্যমত অজস্ৰ প্ৰশ্ন কৰি আহিছে৷

কিন্তু সময়ৰ লগে লগে এই প্ৰশ্নসমূহৰ উত্তৰ বিচাৰি ইন্টাৰনেটৰ ওপৰত নিৰ্ভৰ কৰিবলৈ ধৰিছে অধিকাংশ লোকে৷ ইন্টাৰনেট সেৱা সহজলভ্য হোৱাৰ লগে লগে মানুহে গুগল চাৰ্ছ মেচিনত এই প্ৰশ্নসমূহৰ উত্তৰ খুচৰিবলৈ ধৰিলে৷

মানুহে ইণ্টাৰনেটৰ চাৰ্ছ মেচিন গুগলত যৌনতাৰ বিষয়ক সৰ্বাধিক কোনবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰে? ইয়াৰ তথ্য বিচাৰিলে যৌনতাৰ বিষয়ে মানুহৰ ১০ টা কৌতুহলতাক অত্যাধিকভাৱে পোৱা যায়৷

১. গুগল চাৰ্ছ মেচিনত কণ্ডমৰ বিষয়ে মানুহৰ কৌতুহলতা বেছি দেখা যায়৷ অধিকসংখ্যক লোকে গুগলৰ জৰিয়তে ন্যূনতম কিমান বছৰ বয়সত ফাৰ্মাচীৰ পৰা কণ্ডম কিনিব পাৰি সেই প্ৰশ্ন কৰা দেখা যায়৷

২. গুগল মেচিনৰ পৰা আন এটা আমোদজনক তথ্যও লাভ কৰা গৈছে৷ সেই তথ্য অনুসৰি যুৱতীৰ যৌনতাৰ বিষয়ে যুৱকৰ কৌতুহলতা বেছি৷ এই অধিকাংশ যুৱকে যুৱতীৰ যৌনতা কেনেকৈ বৃদ্ধি কৰিব পাৰি সেই বিষয়ে জানিবলৈ গুগল চাৰ্ছ কৰে৷

৩. ইয়াৰ উপৰিও যুৱতীয়ে সঠিক যৌনসুখ (অৰ্গেজম) লাভ কৰিছে নে নাই সেইটো কেনে উপায়েৰে জানিব পাৰি তাৰ বিষয়ে জানিবলৈও বহু যুৱকে গুগল চাৰ্ছ কৰে৷ তেওঁলোকে প্ৰশ্ন কৰে যুৱতীসকলক কেনেদৰে চৰম যৌন সুখ দিব পাৰি!

৪. যৌনৰোগ সম্পৰ্কেও বহুতে গুগলত চাৰ্ছ কৰা দেখা যায়৷ অধিকাংশই যৌনৰোগৰ বিষয়ে বিস্তাৰিতভাৱে জানিবলৈ গুগলত প্ৰশ্ন কৰে৷

৫. যৌনৰোগৰ বিষয়ে কৰা সৰ্বাধিক প্ৰশ্নটো হৈছে যৌন সংসৰ্গৰ পৰা ৰোগ সংক্ৰমণ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি৷ এই প্ৰশ্নটো গুগলৰ ট্ৰেণ্ডত থকা দেখা যায়৷

৬. ইফালে পুৰুষাংগ বিষয়ে কেৱল পুৰুষৰেই নহয়, মহিলাৰো কৌতূহল দেখা যায়৷ এই সম্পৰ্কীয় প্ৰশ্নসমূহৰ ভিতৰত কেনেকৈ পুৰুষাংগ দৈৰ্ঘ্য বৃদ্ধি কৰিব পাৰি সেই প্ৰশ্নটো বেছিকৈ কৰা হয়৷

৭. সঠিক যৌনতাৰ বাবে পুৰুষাংগৰ মাপ কিমান হ’ব লাগে সেই সম্পৰ্কেও গুগলত দেধাৰ প্ৰশ্ন কৰা হয়৷ অৰ্থাৎ এই সম্পৰ্কেও সকলোৰে তীব্ৰ কৌতূহলতা দেখা যায়৷

৮. আনহাতে, কোনো ঔষধেৰে যৌন কামনা আৰু শক্তি বৃদ্ধি কৰিব পাৰি নেকি গুগলৰ দ্বাৰা তাৰো কৌতূহলতা নিবৃত্ত কৰা দেখা যায়৷

৯. কিছুমান সাধাৰণ যৌন অসুখৰ কৌতূহলতা নিবৃত্ত কৰাৰ বাবে গুগল চাৰ্ছ কৰা দেখা যায়৷ সাধাৰণতে কি কি উপসৰ্গ হ’লে যৌন ৰোগৰ সংক্ৰমণ হয় সেই বিষয়ে জানিবলৈও বহুতে গুগলত চাৰ্ছ কৰে৷

১০. শেষত কেনেদৰে সংগমৰ সময় বৃদ্ধি কৰিব পাৰি সেই সম্পৰ্কেও গুগল চাৰ্ছ কৰা দেখা যায়৷ গুগলৰ চাৰ্ছ মেচিনত এই প্ৰশ্নটোকহে সৰ্বাধিক কৰা দেখা যায়৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24google trendmost sex related googled questions
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইকেইবিধ খাদ্য খালেই কমে পুৰুষৰ শুক্ৰাণুৰ ক্ষমতা, গৱেষণাত কি কি সতৰ্কবাৰ্তা?
খাদ্য

এইকেইবিধ খাদ্য খালেই কমে পুৰুষৰ শুক্ৰাণুৰ ক্ষমতা, গৱেষণাত কি কি সতৰ্কবাৰ্তা?

March 28, 2026
এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?
জীৱনশৈলী

এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

March 28, 2026
ব্ৰেইনৰ পৰা হাৰ্ট, স্বাস্থ্যৰক্ষাত সহায়ক চকলেট, নিয়মিতভাৱে খালে কি কি সুবিধা?
জীৱনশৈলী

ব্ৰেইনৰ পৰা হাৰ্ট, স্বাস্থ্যৰক্ষাত সহায়ক চকলেট, নিয়মিতভাৱে খালে কি কি সুবিধা?

March 28, 2026
পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা
বাণিজ্য

পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা

March 28, 2026
Next Post
সীতাৰমণৰ বাজেটকলৈ কোনে কি ক’লে?

সীতাৰমণৰ বাজেটকলৈ কোনে কি ক’লে?

উত্তৰ প্ৰদেশত কানহাইয়া কুমাৰৰ ওপৰত আক্ৰমণ : ৰাসায়নিক দ্ৰৱ্য নিক্ষেপৰ দাবী!

উত্তৰ প্ৰদেশত কানহাইয়া কুমাৰৰ ওপৰত আক্ৰমণ : ৰাসায়নিক দ্ৰৱ্য নিক্ষেপৰ দাবী!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.