• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধন ঘটাত পাকৈত এই ৪ৰাশিৰ জাতক, বিলাস-বৈভৱ জন্মগত অধিকাৰ এইকেইটা ৰাশিৰ জাতকৰ

ধন ঘটাত পাকৈত এই ৪ৰাশিৰ জাতক, বিলাস-বৈভৱ জন্মগত অধিকাৰ এইকেইটা ৰাশিৰ জাতকৰ

2 years ago
চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

18 minutes ago
আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

1 hour ago
মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

1 hour ago
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

2 hours ago
দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

3 hours ago
আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়

আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়

3 hours ago
শৌচাগাৰলৈ ফোন নিয়ে নেকি? ভয়ংকৰ বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

শৌচাগাৰলৈ ফোন নিয়ে নেকি? ভয়ংকৰ বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

3 hours ago
কাণৰ গঠনৰ পৰা জানক আপোনাৰ স্বভাৱ

কাণৰ গঠনৰ পৰা জানক আপোনাৰ স্বভাৱ

4 hours ago
ৰঙালীৰ ৰঙত ৰঙীন ৰাজ্য, কাইলৈ কি কি পৰম্পৰা পালন কৰিব জানক

ৰঙালীৰ ৰঙত ৰঙীন ৰাজ্য, কাইলৈ কি কি পৰম্পৰা পালন কৰিব জানক

5 hours ago
কোনটো ভিটামিনে ক্লান্তি দূৰ কৰে? জানক বিশেষজ্ঞৰ পৰা…

কোনটো ভিটামিনে ক্লান্তি দূৰ কৰে? জানক বিশেষজ্ঞৰ পৰা…

6 hours ago
গৃহ কন্দলে কৰিব অশান্তি, ভুলতো তুলসীৰ ওচৰত নাৰাখিব এইকেইবিধ গছ!

গৃহ কন্দলে কৰিব অশান্তি, ভুলতো তুলসীৰ ওচৰত নাৰাখিব এইকেইবিধ গছ!

6 hours ago
‘নিথৰ ব’হাগ, শূন্য বসন্ত’, ৰঙালীৰ প্ৰথম দিনটোত আৱেগিক পোষ্ট জুবিন গাৰ্গৰ পত্নী গৰিমাৰ

‘নিথৰ ব’হাগ, শূন্য বসন্ত’, ৰঙালীৰ প্ৰথম দিনটোত আৱেগিক পোষ্ট জুবিন গাৰ্গৰ পত্নী গৰিমাৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

ধন ঘটাত পাকৈত এই ৪ৰাশিৰ জাতক, বিলাস-বৈভৱ জন্মগত অধিকাৰ এইকেইটা ৰাশিৰ জাতকৰ

ধন ঘটাত পাকৈত এই ৪ৰাশিৰ জাতক, বিলাস-বৈভৱ জন্মগত অধিকাৰ এইকেইটা ৰাশিৰ জাতকৰ

editor by editor
August 15, 2024
in Uncategorized, জীৱনশৈলী
0
ধন ঘটাত পাকৈত এই ৪ৰাশিৰ জাতক, বিলাস-বৈভৱ জন্মগত অধিকাৰ এইকেইটা ৰাশিৰ জাতকৰ
0
SHARES
213
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰত্যেকেই ধনী আৰু সফল হ’ব খোজে৷ জীৱনৰ প্ৰতি পদত উন্নতিৰ সপোন দেখে প্ৰায়সংখ্যক লোকেই৷ কিন্তু সকলোৰে জানো এই ইচ্ছাপূৰণ হয়? জ্যোতিষ অনুসৰি এনে কেইটামান ৰাশি আছে যিসকল আৰম্ভণিৰ পৰাই লাভত থাকে৷ কোনো কোনোৱে নিজৰ ভাগ্য ধন-ঐশ্বৰ্য কঁপালত লিখি আনে৷ গ্ৰহ-নক্ষত্ৰ, ৰাশই গণনা কৰি ব্যক্তিৰ ভৱিষ্যৎ সম্পৰ্কে জনা যায়৷ এনে ৰাশিৰ ভিতৰত কি কি জানক সবিশেষ৷

বৃষ ৰাশি

নিজৰ দৃঢ় সংকল্প আৰু বাস্তৱবাদী চিন্তাভাৱনাৰ বাবে এই ৰাশিৰ জাতক সকলোৰে ওচৰত জনপ্ৰিয়৷ জ্যোতিষ গণনা অনুসৰি এই ৰাশিৰ জাতকে আৰ্থিক বিষয়ত সুযোগ সুবিধাত তীক্ষ্ণ দৃষ্টি ৰাখে৷ অৰ্থ সঞ্চয় আৰু বাজেট তৈয়াৰৰ উৎকৃষ্ট দৃষ্টিকোণ আছে এই ৰাশিৰ জাতকৰ ওচৰত৷ বৃষৰ জাতকে বিলাসিতা, সুখ সুবিধা অৰ্জনত সচেষ্ট থাকে৷ কিন্তু এওঁলোকে কেতিয়াও বেপেৰুৱা ভাৱে অৰ্থ ব্যয় নকৰে৷ সঞ্চয় আৰু সুখ সুবিধা উপভোগৰ মাজত ভাৰসাম্য বজায় ৰাখে এই ৰাশিৰ জাতকে৷

সিংহ ৰাশি

এই ৰাশিৰ জাতকৰ স্বভাৱত ৰাজকীয় হাৱভাৱ পৰিলক্ষিত হয়৷ আত্মবিশ্বাসেৰে ভৰপুৰ সিংহ ৰাশিৰ জাতকে আৰ্থিক জীৱন সুস্থভাৱে পৰিচালিত কৰিব জানে৷ এই ৰাশিৰ জাতকে ভালধৰণে ভাৱিচিন্তি কাম কৰে৷ সাহসী পদক্ষেপ আৰ্থিক উন্নতিৰ দিশৰ পৰাও শক্তিশালী এই ৰাশিৰ জাতক৷ এই ৰাশিৰ জাতক উদাৰ৷ আনকি প্ৰয়োজনক কাৰোবাক ধন দিবও পাৰে৷ এওঁলোকৰ আৰ্থিক ভাগ্য সদায়ে মজবুত৷

ধনু ৰাশি

ধনু ৰাশিৰ জাতক সাহসী আৰু আশাবাদী৷ নিজৰ সপোন বাস্তৱত পৰিণত কৰাৰ জন্মজাত ক্ষমতা আছে এওঁলোকৰ৷ পৃথক দৃষ্টিভংগীৰে সকলোকে সহায় সহযোগীতা কৰিব পাৰে এই ৰাশিৰ জাতকে৷ সাহসী চিন্তাধাৰাৰ বাবেই এওঁলোকে জীৱনত উন্নতিৰ পথত আগুৱাই যায়৷

কুম্ভ ৰাশি

এই ৰাশিৰ অধিপতি হৈছে শনি৷ টকাপইছাৰ ক্ষেত্ৰত সকলোসময়তে নিজৰ মনৰ কথা শুনে এই ৰাশিৰ জাতকে৷ অৰ্থ সঞ্চয়ত তেওঁলোক সফল হয়৷ কুম্ভ ৰাশিৰ জাতকে নিজৰ পৰোপকাৰী স্বভাৱৰ বাবেই পৰিচিতি লাভ কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?
জীৱনশৈলী

চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

April 14, 2026
আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?
জীৱনশৈলী

আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

April 14, 2026
মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ
জীৱনশৈলী

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

April 14, 2026
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ
জীৱনশৈলী

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

April 14, 2026
Next Post
৯৮ মিনিট ধৰি ভাষণ, ২০৪৭ ক লৈ বিশেষ লক্ষ্য, কি কি বিশেষ ভাষণত

৯৮ মিনিট ধৰি ভাষণ, ২০৪৭ ক লৈ বিশেষ লক্ষ্য, কি কি বিশেষ ভাষণত

সমুখত আসন নাপালে বিৰোধী দলপতিয়ে, তাকে লৈ এতিয়া কংগ্ৰেছৰ মাজত হাজাৰটা প্ৰশ্ন

সমুখত আসন নাপালে বিৰোধী দলপতিয়ে, তাকে লৈ এতিয়া কংগ্ৰেছৰ মাজত হাজাৰটা প্ৰশ্ন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.